চেঙেৰী টেঙা অসমৰ এবিধ শাক। সাধাৰণতে এইবিধ শাক খেতি নকৰে। যিকোনো সেমেকা ঠাইত ইয়াৰ বংশবৃদ্ধি হোৱা দেখা যায়। লতা দ্বৰে মাটিতে বগাই । সৰু সৰু গুটি হয় আৰু চুই দিলে ফাটি দূৰ দূৰলৈ চিটি কি পৰে। মাছৰ আঞ্জা কৰি অসমৰ মানুহে যথেষ্ট খাই ভাল পাই। ঠাণ্ডা উদ্ভিদ হোৱাৰ বাবে পেটৰ কাৰণে যথেষ্ট উপকাৰী।



Sengeri is a vegetable in sour Assam. Usually this vegetable does not grow. It is seen to breed anywhere damp. Lata climbs on the ground. There are small pieces and when touched, what is the city far away? The people of Assam love to eat a lot by cooking fish. Being a cold plant is very beneficial for the stomach.



Post Id: DABP000187