নগাঁও জিলাৰ দক্ষিণ দিশত কাৰ্বি আংলং পাহাৰৰ ওচৰত থকা এখন অতি সোন্দৰঠাই , জানুৱাৰী মাহত ওচৰত থকা চাপানলা বনভোজ স্থলীত বনভোজ খাবলৈ অহা লোকসকলে এই কুণ্ড চাবলৈ আহে, চম্পাৱতী কুণ্ড হৈছে এটা নিজৰা, প্ৰতি বছৰে ইয়াত দুদিন এখন মেল অনুষ্ঠিত হয় ।



Post Id: DABP000238