Digital: Digital computer সম্পূৰ্ণ ৰূপে বৈদ্যুতিক যন্ত্ৰৰে নিৰ্মাণ হয় আৰু ইয়াক কেৱল digits দ্বাৰা কৰিব পৰা কাম বোৰ হে কৰিব পৰা যায়।
Analog Computer: Analog computer বোৰ hardware দ্বাৰা নিৰ্মিত আৰু সকলোবোৰ যন্ত্ৰপাতি জ্যামিতিক ভাবে কাম কৰাকৈ বনোৱা হয়। আজি কালি Analog computer বোৰ Digital computer ৰ সংমিশ্ৰণ।
Digital computer: is made entirely of electrical machines and can only be done by digits.
Analog computer: are made of hardware and all machinery is made for working geometrically. These days Analog computer are a combination of Digital computer.
Post Id: DABP000180