আহা ১২, ১৩ আৰু ১৪ ফেব্ৰুৱাৰী ২০১৯ (ইং) চন তাৰিখে। অসমৰ কামৰূপ জিলা তিৱা জনগোষ্ঠী সকলে তিৱা "ৱানসোৱা পূজা উৎসৱ উদযাপন কৰিব", স্হান: ডিমৰীয়া সোনাপুৰ (যোগদলত খেল পথাৰত) গতিকে আপোনালোক উক্ত তিৱা জনগোষ্ঠী "ৱানসোৱা পূজা" উৎসৱ উদযাপন অংশত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।

ধন্যবাদ (SEWA)











Post Id: DABP000530