ৰ
১. ৰঙচুৱা - ঈষৎ ৰঙা, ৰঙা বৰণীয়া।
২. ৰহম - দয়া।
৩. ৰচকী - গা সাজি ধুনমাৰি ফুৰা তিৰোতা।
৪. ৰং মনেৰে - আনন্দমনে।
৫. ৰাষ্ট্ৰপতি - এক শাসন তন্ত্ৰৰ অধীনত থকা দেশভাগৰ সবোচ্চ অধিপতি।
৬. ৰখা - আনৰ দ্বাৰা ৰক্ষা কৰা বা সুৰক্ষা হোৱা।
৭. ৰচঙ্গা - ৰং চঙীয়া ,নানা বৰণীয়া, বহুৰঙী।
৮. ৰসাল - ৰস থকা ।(২)সাৰুৱা(মাটি) (৩)পঢি ভাল লগা। সাহিত্য।
৯. ৰচুল - দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত
১০. ৰাজ - মেধি -বৰ মেধিতকৈ ডাঙৰ সত্ৰৰ বিষয়া ।
১১. ৰোমাঞ্চকৰ – গাৰ নোম শিয়ঁৰি উঠা ।
১২. ৰং - আন্দ, ফুৰ্তি, ধেমালি।
১৩. ৰকম - বিভিন্ন প্ৰকাৰৰ, বিভিন্ন ধৰণৰ।
১৪. ৰঘুনাথ মহন্ত - পুৰণী অসমীয়া কবি।
১৫. ৰখ - হানি বিঘিনিৰ পৰা ৰক্ষা কৰিবলৈ চাই থকা।
১৬. ৰঙা আলু - এবিধ আলু যি কেচাই খাই।
১৬. ৰজনি - ৰাতি, নিখা।
১৭. ৰজা - দেশ এখনৰ গৰাকী।
১৮. ৰুনুক জুনুক - অলঙ্কাবোৰ জোকাৰিলে হোৱা শব্দ।
১৯. ৰচঙা - ৰং চং।
২০. ৰণ ভগণীয়া - যুদ্ধত হাৰি নিজ ঠাইৰ পৰা পলাই যোৱা।
২১. ৰত্ন - হীৰা মুকুতা আদিৰ নিচিনা দামি বস্তু।
২২. ৰমক জমক - কাপোৰ অলঙ্কাৰ আদিৰে বহুত ভাল দেখ।
২৩. ৰথ - এবিধ চকৰি লগোৱা আৰু ওখ ঘোৰাৰে তনা অতীতৰ বাহন।
২৪. ৰন্ধা - লোকৰ দ্বাৰাই পাক কৰা কাৰ্য।
২৫. ৰখী - ৰথত উঠি যুদ্ধ কৰা কাৰ্য।
২৬. ৰমলীয়া - বহুত কাউৰীৰ দৰে কৰা শব্দ।
২৭. ৰহন - চকচকীয়া কৰা জুলীয়া বস্তু।
২৮. ৰক্ষীয়া - পহৰা দী থকা লোক।
২৯. ৰাইফল - ডাঙৰ বন্দুক।
৩০. ৰাগিনী - ৰাগ ভাঙী কৰা গীতৰ খুৰ।
৩১. গৰখীয়া - গওঁ ৰখীয়া।
৩২. ৰাইজৰ লগত নমৰিলেও চকু মুদা - ৰাইজৰ মতৰ বিপৰীতে নোযোৱা।
৩৩. ৰাঘৱ - ৰঘু ৰজাৰ ঘৰত জন্ম হোৱা ৰামচন্দ্ৰ।
৩৪. ৰাজ - ৰাজ্য।
৩৫. ৰাজপুত্ৰ - ৰজাৰ পুতেক।
৩৬. ৰাজ্য - ৰজাই অধীকাৰ কৰা দেশ।
৩৭. ৰাখন্তা - ৰক্ষা কৰোতা জন।
৩৮. ৰাগ - খং কৰা, ক্ৰোধিত হোৱা।
৩৯. ৰাজদণ্ড - ৰজাৰ আইন বা ৰজাৰ আদেস মতে দিয়া সাস্তি।
৪০. ৰাজকুমাৰ - ৰজাৰ পুতেক।
৪১. ৰাজন - ৰজা।
৪২. ৰাত্ৰি - নিশা, ৰাতি।
৪৩. ৰাজভাষা - ৰাজ কাৰ্যত ব্যৱহাৰ হোৱা ভাষা।
৪৪. ৰাতিপুৱাই - নিচেই সোনকালে।
৪৫. ৰাম - বিষ্ণুৰ অৱতাৰ।
৪৬. ৰাৱণ - ৰামে মাৰা দহটা মূৰ থকা লঙ্কাৰ ৰাক্ষস ৰজা।
৪৭. ৰাষ্ট্ৰ - ৰাজ্য
৪৮. ৰাহি - সঞ্চিত হোৱা, বাকি ৰখা।
৪৯. ৰামায়ণ - বাল্মীকি ঋষিয়ে ৰচনা কৰা হিন্দুৰ প্ৰসিদ্ধ ৰামৰ জন্মৰ সকলো লীলা।
৫০. ৰাস - বৃন্দাবনত কৃষ্ণই গোপি সকলৰ লগত কৰা লিলা।
৫১. ৰিভলভাৰ - এবিধ বন্দুক।
৫২. ৰূপ - বিভিন্ন আকাৰ।
৫৩. ৰুপিত - ধান ৰৱা জেগা।
৫৪. ৰিহা - এদাল গছ, এই গচৰ সূতাৰে জাল গূঠা হয়।
৫৫. ৰিঠা মাছ - বাকলি নথকা মাছ।
৫৬. ৰুক্মিণী - কৃষ্ণৰ এজনা পত্নিৰ নাম।
৫৭. ৰূপৱন্ত - ভাল দেখা, শুৱনি দেখা।
৫৮. ৰেহাই - মুক্তি কৰি দিয়া।
৫৯. ৰেণুকা - জমদগ্নি মূনিৰ পত্নি আৰু পৰশুৰামৰ মাক।
৬০. ৰূপায়ণ - ৰূপ নথকাত ৰূপ দিয়া।
৬১. ৰৈয়াত - হাবি নথকা সমান যেগা।
৬২. ৰেখাচিত্ৰ - ৰেখাৰ সহায়ত অকা চবি।
৬৩. ৰোচন - বসতু এটা উজ্জল কৰা।
৬৪. ৰুকনী - নাৰিকল আদি ৰুকা যন্ত।
৬৫. ৰোজা - মুচলমানসকলে কৰা উপৱাস
৬৬. ৰৌ - ডাঙৰ মাছ।
৬৭. ধেনু মাৰি ফুৰা তিৰুতা।
৬৮. ৰজনি পতি - চন্দ্ৰ, জোন
৬৯. ৰচিত - কোনো এটা বস্তু কিনা বা লোৱাৰ সময়ত এখন প্ৰমান হিচাপে দিয়া কাগজ।
৭০. ৰতি - সক্তি নথকা।
৭১. ৰ'দালি - ৰদ দি থকা।
৭২. ৰবাব - এবিদ টেঙা।
৭৩. ৰভা - কোনো উৎসৱৰ বাবে অলপ দিনৰ কাৰণে ডাঙৰকৈ সজা ঘৰ।
৭৪. ৰতিপতি - কামদেৱ এজন ভগৱানষ
৭৫. ৰ'দ - সূৰ্যৰ পোহৰ।
৭৬. ৰয়নী - ৰজনী, ৰাতি।
৭৭. ৰসনা - জিভা।
৭৮. ৰস - সোৱাদ লগা।
৭৯. ৰম্ভা - স্বৰ্গৰ নৰ্ত্তকী।
৮০. ৰক্ষা - কোনো কষ্টৰ পৰা উদ্ধাৰ কৰা।
৮১. ৰাউলি - পতি।
৮২. ৰঙালী - ৰঙা বৰনৰ।
৮৩. ৰাজবন্দী - ৰাজদ্ৰোহ কৰা দোষত জে লত ভৰোৱা কাৰ্য।
৮৪. ৰান্ধ - খাৱলৈ খিজোৱা বস্তু।
৮৫. ৰাজমন্ত্ৰী - ৰজাক পৰামৰ্শ দিয়া মন্ত্ৰীসকল।
৮৬. ৰাজতু - ভাল সাজ পাৰ পিন্ধি ভাল দেখা।
৮৭. ৰাম-তাল - দুচটা ফালী ঠোৱা বাঁহ লৈ বজোৱা বাদ্য।
৮৮. ৰান্ধনিক উচতাই জুল খোৱা - উচতনি দি নিজৰ স্বাৰ্থ পূৰ কৰা।
৮৯. ৰাক্ষস বিবাহ - কন্যাক অপহৰণ কৰি নি বিয়া কৰোৱা।
৯০. ৰাৱ - কোনো শব্দ।
Post Id: DABP000555