শ 

১। শান্তিয়নী -  শান্তি কৰা পানী ।
২। শিল্পকম -  চাৰুকম, চিত্ৰ,প্ৰতিমা আদি।
৩। শুদ্ধাশুদ্ধি -  শুচি আৰু অশুচি ,শুদ্ধতা(নিৰুপণ)।
৪। শূলবিদ্ধ -  থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা।
৫। শৃংখলমুক্ত -   শিকলি খুলি দিয়া।
৬। শৈলী -  ধৰণ, নিজস্ব পদ্ধতি।
৭। শান্তিয়নী -  শান্তি কৰা পানী ।
৮। শিল্পকম - চাৰুকম, চিত্ৰ,প্ৰতিমা আদি।
৯। শুদ্ধাশুদ্ধি - শুচি আৰু অশুচি ,শুদ্ধতা(নিৰুপণ)।
১০। শূলবিদ্ধ -  থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা।
১১।শৈলী -  ধৰণ, নিজস্ব পদ্ধতি।
১২। শিক্ষয়ত্ৰী - যি মহিলাৰ পৰা শিক্ষা প্ৰাপ্ত কৰা হয় ।
১৩। শাহ - টান গুটিৰ ভিতৰত থকা কোমল ভাগ ।
১৪। শিবিৰ - বাহিৰাকৈ স্থান পাতি থকা ।
১৫। শিৰশ্ছেদ - মূৰ কটা কাৰ্য ।
১৬। শশীপ্ৰভা - পোহৰ ।
১৭। শিপিনী - তাংত বোৱা মহিলাসকল ।
১৮। শুৰ - হাতীৰ দীঘল নাক ।
১৯। শেঙুন - নাকৰ পৰা ওলোৱা এবিধ ঘৃণাযুক্ত পদাৰ্থ ।
২০। শিৰোনাম - কোনো বিষয়ৰ নাম ।
২১। শান - অস্ত্ৰত ধাৰ দিয়া শীল ।
২২।শুক্ৰেশ্বৰ - শিৱৰ আন এটা নাম ।
২৩। শানীত - চোকা ।
২৪। শেৱালী - মহিলাৰ এক বিশেষ নাম , এবিধ ৰাতি ফুলা বগা ৰঙৰ ফুল ।
২৫। শাৰীৰিক - শৰীৰ সম্পৰ্কীয় ।
২৬। শিলঘঁৰীয়া - এবিধ মাছ ।
২৭। শালিকী - এবিধ বিশেষ চৰাই ।
২৮। শেয - আৰম্ভনিৰ বীপৰীত , অন্ত ।
২৯। শোকোতা - তিতা - মৰাৰ শুকান পাত ।
৩০। শহাকণীয়া - সৰু শব্দ হলেই শুনা ।
৩১। শাঁও - পায়শানাৰ লগত ওলোৱা েবিধ বিজল পদাৰ্থ ।
৩২। শাওন - অসমীয়া এটা মাহ ।
৩৩।শাঁবৰণ - বগা আৰু কলাৰ মাজত বৰণ ।
৩৪। শিৱাজী - এগৰাকী প্ৰসিদ্ধ মাৰাঠী বীৰ ।
৩৫। শিঙী - মূৰত বিষযুক্ত কাইট থকা এবিধ মাছ ।
৩৬। শৈল - পৰ্বত ।
৩৭।শলসা - দুৱাৰৰ ডাং ।
৩৮। শিশু সাহিত্যিক - সাহিত্য চৰ্চা কৰা শিশু ।
৩৯। শৱাধাৰ - কফিন ।
৪০। শামুকভঙা - এবিধ ডাঙৰ চৰাই ।
৪১। শূৰ্পনসা - ৰাৱনৰ কনিষ্ঠ বগ্নী ।
৪২। শুৱনি - দেখিৱলৈ ধুনীয়া ।
৪৩। শুভাশিস - মংগল কামনা কৰি লোৱা বাণী ।
৪৪। শূলপাণি - শিৱৰ আন এটা নাম ।
৪৫। শেনচোৱা - এটা উপাধি ।
৪৬। শৃংখল - শিকলি  ।
৪৭। শৃংখলাবৃদ্ধ - পৰিপাটি কৰি থোৱা ।
৪৮। শতৰান - ক্ৰিকেটৰ এটা ইনিংছত এজন বেটছমেনে গোটোৱা এশ ৰানৰ স্ক'ৰ ।
৪৯। শৰীৰ - দেহ ।
৫০। শ'লমাৰি - গাভৰু ছোৱালীৰ শুটাত লগুৱা খুঁটি ।
৫১। শত্ৰু - বৈৰী ।
৫২। শইকীয়া - এটা বিশেষ উপাধি ।
৫৩। শনাহী - কুফালগা ।
৫৪। শলখ - এবিধ ওখ - ডাঙৰ সুকাঠী গছ ।
৫৫। শৰত - এটা ৃতুৰ নাম ।
৫৬। শগুন - এবিধ মাংসহাৰী বনৰীয়া চৰাই ।
৫৭। শয্যাশায়ী - ৰোগত ভূগি বিছনাত পৰি থকা ৰোগী ।
৫৮। শ'লঠেক -এঠাৰ দৰে লাগি থকা নিচিনা সংকেট ।
৫৯। শম্ভু - ভগৱান শিৱৰ এটা নাম ।
৬০। শৰতকাল - শৰত ঋতু ।
৬১। শকত - পুষ্ট ।
৬২। শনি - সপ্তাহৰ এটা বাৰৰ নাাম , সৌৰজগতৰ অএটা গ্ৰহৰ নাম ।
৬৩। শত্ৰুঘ্ন - অযোধ্যাৰ ৰজা দশৰথৰ কনিষ্ঠ পুত্ৰ ।
৬৪। শুকটি - শুকান মাছৰ গুড়ি ।
৬৫। শংখচুড় - এটা ধাৰ্মিক অসুৰ ।
৬৬। শ্ৰাৱ্য় - শুনিবলগীয়া ।                                                              

৬৭। শ্ৰেয়স- দুটা বা সীমিতৰ ভিতিৰত তুলনামূলক ভাৱে ভাল ।

৬৮। শিৰ – মূৰ।

৬৯। শৃংখলাবদ্ধ - পৰিপাটি ।

৭০। শিয়ঁৰি – অস্বাভাৱিকবোধৰ পৰা গাৰ নোম থিয় হোৱা  অৱস্থা।



Post Id: DABP000726