.button { padding: 2px 10px; text-align: center; font-size: 30px; margin: 4px 2px; border-radius: 20px; } .button4 { background-color: white; color: black; border: 2px solid #555555; } .button4:hover { background-color: #0006FF; color: white; border: 2px solid #555555; } .button5 { background-color: white; color: black; border: 2px solid #555555; } .button5:hover { background-color: #0006FF; color: white; border: 2px solid #555555; }











ড 

১. ডেকাগিৰী - শংকৰদেৱৰ এক অধিষা।

২. ডুলি - ধান।

৩. ডিগ্ৰী - মানৰ বিশেষ একক।

৪. ডাঁহেচিয়া - পকিবলৈ ধৰা অৱস্থা।

৫. ডাফলী - চুটি - চাপৰ আৰু শকৰত স্ত্ৰী।

৬. ডালশলীয়া - নিগনীৰ নিচিনা এবিধ।

৭. সৰু প্ৰাণী।

৮. ডিচেম্বৰ - ইংৰাজী মাহৰ শেষৰ মাহ।

৯. ডায়েব্ৰেটিছ - মিঠা বেছিকৈ খালে হোৱা এবিধ ৰোগ।

১০. ডাইনী - জখিনী।

১১. ডাক্তৰ - চিকিতসক।

১২. ডঁৰিক - এবিধ বনৰীয়া চৰাই।

১৩. ডাকোৱাল - চিঠি বিলোৱা লোক।

১৪. ডাঁৰ - ডাঁৰিকী।

১৫. ড'জ - ঔষধৰ মাত্ৰা।

১৬. ডোল- জৰী।

১৭. ডেৰায়চ - পাৰশ্যৰ ৰজা।

১৮. ডোৱাৰ - নৈয়ে এৰি থৈ যোৱা পানী থকা।

১৯. ডোল - জৰীৰে বান্ধি থৈ দিয়া।

২০. ড্ৰাম - পানী ৰখাি থৈ দিয়া পাত্ৰ।

২১. ডোবোলা - বহুতো এডোলা মিলি হয় ডোবোলা।

২২. ডোক সক - কোনো এটা বস্তু ডলাত লৈ মিহি আৰু মোটা বেলেগ বেলেগ ভাগ কৰা।

২৩. ডাণ্টে - ইতালিৰ এজন কবি।

২৪. ডালচেনি - এবিধ গছৰ ছাল।

২৫. ডাৱৰ - মেঘ।

২৬. ডাবি - খংত ভয় দেখুৱা।

২৭. ডিৰা - বেলেগৰ লগত মিহলি কৰা।

২৮. ডিমাচা - কাচাৰ জিলাৰ নিবাসি।

২৯. ডুলি - ধান ৰখা ডাঙৰ পাচি।

৩০. ডেওনা - মানুহে পাৰ হৈ যাব পৰা কিন্তু কুকুৰ মেকুৰিয়ে পাৰ হৈ যাব নোৱাৰা বেৰ।




Post Id: DABP000739