Assam Higher Secondary Education Council:
Last date of Submission of Online Application 07/07/2020
Last date of deposit of e-challen at the Assam Co-operative Apex Bank Ltd.  08/07/2020

EXAM PAPER RECHECKING



জাননী ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলােৰে জ্ঞাতার্থে জনােৱা হ’ল যে , ২৫-০৬-২০২০ তাৰিখে অসম উচ্চতৰ মাধ্যমিক | শিক্ষা সংসদৰ অধীনস্থ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ , ২০২০ বৰ্ষৰ কলা , বাণিজ্য , বিজ্ঞান তথা বৃত্তিমুখী শাখাৰ ফলাফল ঘােষণাৰ পাছতে অহা ২৭-০৬-২০২০ তাৰিখৰ পৰা উত্তৰবহীৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব । উত্তৰবহীৰ পুনৰীক্ষণৰ বাবে অনলাইন www.ahsec.nic.in অথবা | www.punarikshan.in ৱেবছাইটযােগে নির্ধাৰিত মাচুল দি আবেদন জনাব পাৰিব । উত্তৰবহীৰ পুনৰীক্ষণৰ বাবে আবেদন কৰাৰ সময় সীমা ০৭-০৭-২০২০ তাৰিখে বিয়লি ৫ বজাত অন্ত পৰিব । ছাত্র - ছাত্রীসকলে সর্বোচ্চ ৩ খন উত্তৰবহীৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব । তাৰােপৰি এই একে www.ahsec.nic.in বেছাইটৰ জৰিয়তে অৱতীৰ্ণ হােৱা আটাইকেইটা বিষয়ৰে | উবহীৰ ফটোকপি পা বাবেও নির্ধাৰিত মাচুল দি ১০-০৭-২০২০ তাৰিখৰ পৰা আবেদন জনাব পাব্বি । | উৰবহীৰ ফটোকপিৰ বাবে আবেদন কৰাৰ সময় সীমা ৩০-০৭-২০২০ তাৰিখে বিয়লি ৫ বজাত অন্ত পব্বি । স্বা / -সচিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।


Official Website Direct Apply: Click Here Now





Post Id: DABP001230