কায়ম চৰাই (Kam Saori )

বৈজ্ঞানীক নামঃ

ওজনঃ ৫০০ গ্ৰাম,

কাম চৰাই এবিধ বনৰিয়া চৰাই অসমৰ বিল নদী ইত্যাদি আঞ্চলত যথেষ্ট পৰিমানে পোৱা গৈছিল। বৰ্তমান এই বিধ চৰাই সংখ্যা কমি আহিছে। স্থানীয় লোক সকলে চিকাৰ কৰা বাবে বিলুপ্তি ঘটিছে। কিন্তু বৰ্তমান শিক্ষিত যোৱক সকলে সংৰক্ষিত কৰিব বিচাৰিছে।


Kayam Bird (Kam Saori)


Scientific Name:


Weight: 500 grams,


Kama Bird A banaria bird was found to be very large in the anchals of Bil river etc. in Assam. At present the number of these birds is decreasing. Locals are extinct for hunting. But now educated youth are looking to save.



Post Id: DABP001339