7.3.3  ৰাজ্য়ঃ ভেঁকুৰ (Fung)

এই ৰাজ্য়ত অন্তৰ্গত জীৱবিলাকৰ দেহ সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত পৰপুষ্ট জীৱ। ইহঁতে গেলা পচাঁ জৈৱ আৱৰ্জনাৰ পৰা আহাৰ আহৰণ কৰে। সেইবাবে ইহঁতক মৃতজীৱী বুলি কোৱা হয়। ইয়াৰে কিছুমান সিহঁতৰ জীৱন চক্ৰৰ কোনো এছোৱা কালত বহুকোষীয় স্তৰলৈ পৰিৱৰ্ত্তিত হোৱাৰ সক্ষমতা আছে। এই জীৱবিলাকৰ কোষৰ কোষবেৰখন চিটিন নামৰ এক জটিল শৰ্কৰাৰে গঠিত। উদাহৰণ– ইষ্ট,

ভেঁকুৰ

 কাঠফুলা বা বেংচতা। (উদাহৰণবিলাকৰ বাবে চিত্ৰ 7.3 চোৱা)



Type:- Bidyut Thakuria

Class 9 G.Science Assam SCERT Book (Chapter 7)