7.3.4  ৰাজ্য় ঃউদ্ভিদ (Plantae)

এই ৰাজ্য়ৰ অন্তৰ্গত জীৱবিলাকৰ দেহ সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত বহুকোষী। জীৱ। এইবিলাক স্বপুষ্ট আৰু পত্ৰহৰিতৰ সহায়েৰে সালোক সংশ্লেষণ কৰিব পাৰে। সেইবাবেই সকলোবিলাক উদ্ভিদকে এই ৰাজ্য়ত অন্তৰ্গত কৰা হৈছে। যিহেতু আমাৰ চাৰিওপাশে থকা উদ্ভিদ আৰু প্ৰাণীবিলাতকৰ মাজত অনেক বৈচিত্ৰতা বিৰাজমান সেয়েহে এইবিলাকৰ পুনৰ কিছুমান উপ বিভাগত আলোচনা কৰা হ'ব।( দফা 7.3 )


Type:- Bidyut Thakuria.

Class 9 G.Science Assam SCERT Book