7.4.1  সমাঙ্গদেহী উদ্ভিদ (Thallophyta)

    যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনি এই বিভাগত অনৱ্তৰ্ভুক্ত। এই বহিভাগৰ উদ্ভিদখিনিক সাধাৰণতে শেলাই বুলি কোনৱা হয়। এই উদ্ভিদখিনি প্ৰধানকৈ জলজ। উদাহৰণ: সৰ্পিল শেলাই, ইউ উল থ্ৰিক্স, ক্লেডফোৰা আৰু কাৰা। (চিত্ৰ 7.5)

                                            +

সমাঙ্গদেহী উদ্ভিদ
কাৰা

চিত্ৰ- 7.5 : সমাঙ্গদেহী উদ্ভিদ শেলাই




Class 9 General Science Assam SCERT Book (Chapter 7)
Type:- Bidyut Thakuria