Assamese Song | New Assamese Song 2021 | Old Assamese Song | Zudeen Garg Assamese Song | Mrityunjoy Kakati Assamese Song | অসমীয়া গান ।






Song: Kasijoon

Singer: Mrityunjoy Kakati

Lyrics: Bhiki Pathak

Composition & Backing vocals: Anurag Barua

Music: Bishwa Bidyut Das

Flute: Lakhinandan Lahon

Mixed-Mastered: Mukti Muhurta Hazarika

Visualizer: Nilutpal Das


Special Thanks: Dhruv Thakuria and Rajnees Goswami




পলাশী সাঁজৰ    এলাগী কাঁচিজোন
মোহাচ্ছন্ন পদূলি  অপেক্ষা তুমিসোণ...
অপেক্ষা তুমিসোন...
অপেক্ষা তুমিসোন...


অস্তৰাগৰ কাকলি  তৰাজ্বলা শাওন
শ্যামলী দুবৰি   তোমাৰ সোঁৱৰণ...
তোমাৰ সোঁৱৰণ...

শীতলা পছোৱা  অভিমানী স্বৰগম
ৰজনীগন্ধাৰ গীতটো তুমি অনুপম..
তুমি অনুপম...
নিশাৰ বুকুত স্মৃতিৰ সমাগম..
জোনাক নামিছে হাঁহিৰে সংগম..


আহা তুমি, অধীৰ মোৰ উৰ্মিমালা
দিয়া ঢালি  আশাৰ দীপ্তিনীলা...
দীপ্তিনীলা...
মন দিগন্তত মেলি দিয়া  প্ৰেমচিলা
মলয়াত নাচিম, দুয়োহৈ শিমলুতুলা...