পানী লাউ অসমৰ মানুহৰ জনপ্ৰিয় পাচলি । এই বিধ শষ্য শীতকালী আৰু গ্ৰীষ্মকালী দুইটা ঋতু তে হোৱা দেখা যাই। বিশেষ কৈ এইবিধ শষ্য উখ চাং পাতি কৰা হয়। আকাৰ একৰ পৰা দুই ফুট দীঘল হয় ইয়াৰ কেইবাটাও প্ৰজাতি দেখা পোৱা যায়।
উপকাৰীতা
পানী লাউ ঠাণ্ডা পাচলি পেতৰ কাৰণে যথেষ্ট উপকাৰী
পেতৰ সমস্য কাৰণে খাব পাৰে
পাকস্থলীৰ ঘা হ'লে খাব পাৰে।


Pani Lau is a popular vegetable of the people of Assam. This winter and summer season are seen to occur. This herb is especially done with high sugar cane. It is one to two feet long in size and several species are seen.
beneficialness
Water bottle gourd is very beneficial for cold vegetable sap.
Can eat for the sake of pet content
Can be eaten if you have a stomach sore.


Post Id: DABP000129