অসমীয়া পঞ্জীকা
অসমীযা সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংশ। এই পঞ্জীকা চন্দ্ৰ আৰু সূৰ্যৰ গতিৰ পৰা মাহ, তিথি, নক্ষত্ৰ, পূৰ্ণিমা, অমাবস্যা আদি উল্লেখ কৰে। শংকৰদেৱৰ সময়ৰ পৰা আজিলৈকে এই পঞ্জীকাৰ ব্যৱহাৰ অসমীয়াৰ দৈনন্দিন জীৱনত গুৰুত্বপূর্ণ। পঞ্জীকা কেৱল এক কেলেণ্ডাৰ নহয়, ই আমাৰ সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাৰ অবিচ্ছেদ্য অংশ।
📅 আজি তাৰিখত শিশু লৰা ছোৱালী নাম, জন্ম, মৃত্যু, বিবাহ ইত্যাদি
আপুনি যদি কোনো তথ্যৰ বাবে মেচেজ পাঠাব বিচাৰে, তেন্তে তলত ক্লিক কৰি WhatsAppত মেচেজ পঠিয়াওক।
📩 WhatsAppত মেচেজ পঠিয়াওক
ৰাশিগণনা
জন্মকুণ্ডলী
জন্মকুষ্ঠী
ৰাশিফল
শুণমিলন
বিবাহৰ শুভ তাৰিখ
গৃহ-প্ৰৱেশৰ তাৰিখ
গাড়ী ক্ৰয় কৰা শুভ তাৰিখ
অন্নপ্ৰশন মুহুৰ্ত
বাৰ্ষিক শ্ৰাদ্ধ-তিথি গণনা
সত্যনাৰায়ণ পূজা
গৰ্ভসংস্কাৰ/পঞ্চামৃত মুহুৰ্ত
মাহেকীয়া শিৱ পুজা