f আজি কি দিৱস | অসমত পালন কৰা বছৰটোৰ বিভিন্ন দিৱস | অসমত পালন কৰা বিভিন্ন দিৱস | অসমৰ দিৱসসমূহ | অসমৰ দিৱসসমূহৰ বিষয়ে | ~ Daily Assam

আজি কি দিৱস | অসমত পালন কৰা বছৰটোৰ বিভিন্ন দিৱস | অসমত পালন কৰা বিভিন্ন দিৱস | অসমৰ দিৱসসমূহ | অসমৰ দিৱসসমূহৰ বিষয়ে |

আজি কি দিৱস | অসমত পালন কৰা বছৰটোৰ বিভিন্ন দিৱস | অসমত পালন কৰা বিভিন্ন দিৱস |


অসমৰ দিৱসসমূহৰ বিষয়ে

অসমত পালন কৰা বছৰটোৰ বিভিন্ন দিৱস

অসমত পালন কৰা বিভিন্ন দিৱস


অসমত হোৱা বিভিন্ন দিৱস


-----------------------------------------------------------

     জানুৱাৰী মাহত হোৱা দিৱস সমূহ     

-----------------------------------------------------------


👉 ১০ জানুৱাৰীঃ বিশ্ব হাস্য দিৱস

👉 ১৫ জানুৱাৰীঃ সেনা দিৱস

👉 ১৭ জানুৱাৰীঃ শিল্পী দিৱস

👉 ২৩ জানুৱাৰীঃ নেতাজী দিৱস

👉 ২৫ জানুৱাৰীঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

👉 ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱস

👉 ৩০ জানুৱাৰীঃ শ্বহীদ দিৱস

👉 ৩১ জানুৱাৰীঃ মে-দাম-মে-ফী


-----------------------------------------------------------

    ফেব্ৰুৱাৰীমাহত হোৱা দিৱস সমূহ     

-----------------------------------------------------------


👉 ২ ফেব্ৰুৱাৰীঃ বিশ্ব জলাশয় দিৱস

👉 ৩ ফেব্ৰুৱাৰীঃ চিলাৰায় দিৱস

👉 ৪ ফেব্ৰুৱাৰীঃ বিশ্ব কৰ্কট দিৱস

👉 ২৮ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস


-----------------------------------------------------------

     মাৰ্চ মাহত হোৱা দিৱস সমূহ      

-----------------------------------------------------------


👉 ৮ মাৰ্চঃ আন্তৰাষ্ট্ৰীয় নাৰী দিৱস

👉 ১২ মাৰ্চঃ বিশ্ব বৃক্ক দিৱস

👉 ১৫ মাৰ্চঃ বিশ্ব প্ৰতিবন্ধী দিৱস

👉 ২১ মাৰ্চঃ বিশ্ব বন দিৱস

👉 ২২ মাৰ্চঃ বিশ্ব জল দিৱস

👉 ২৩ মাৰ্চঃ বতৰ বিজ্ঞান দিৱস

👉 ২৪ মাৰ্চঃ বিশ্ব যক্ষ্মা দিৱস

👉 ২৭ মাৰ্চঃ বিশ্ব থিয়েটাৰ দিৱস


-----------------------------------------------------------

     এপ্ৰিল মাহত হোৱা দিৱস সমূহ      

-----------------------------------------------------------


👉 ৭ এপ্ৰিলঃ বিশ্ব স্বাস্থ্য দিৱস

👉 ১৭ এপ্ৰিলঃ বিশ্ব হোমাফিলিয়া দিৱস

👉 ২৩ এপ্ৰিলঃ বিশ্ব গ্ৰন্থ দিৱস


-----------------------------------------------------------

        মে' মাহত হোৱা দিৱস সমূহ       

-----------------------------------------------------------


👉 ১ মে' ঃ মে' দিৱস

👉 ৩ মে' ঃ শংবাদ মাধ্যমৰ স্বাধীনতা দিৱস

👉 ১২ মে' ঃ বি নাৰ্ছ দিৱস


-----------------------------------------------------------

      জুন মাহত হোৱা দিৱস সমূহ        

-----------------------------------------------------------


👉 ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস

👉 ১২ জুনঃ বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

👉 ১৪ জুনঃ বিশ্ব ৰক্তদাতা দিৱস

👉 ১৮ জুনঃ বনভুজ দিৱস

👉 ২০ জুনঃ ৰাভা দিৱস

👉 ২১ জুনঃ বিশ্ব সংগীত দিৱস


-----------------------------------------------------------

      জুলাই মাহত হোৱা দিৱস সমূহ       

-----------------------------------------------------------


👉 ১ জুলাইঃ চিকিৎসক দিৱস

👉 ১১ জুলাইঃ বিশ্ব জনসংখ্যা


-----------------------------------------------------------

      আগষ্ট মাহত হোৱা দিৱস সমূহ       

-----------------------------------------------------------


👉 ১৫ আগষ্টঃ স্বাধীনত দিৱস

👉 ২৯ আগষ্টঃ ৰাষ্ট্ৰীয় ক্ৰিড়া দিৱস


-----------------------------------------------------------

    ছেপ্তেম্বৰ মাহত হোৱা দিৱস সমূহ     

-----------------------------------------------------------


👉 ৫ ছেপ্তেম্বৰঃ শিক্ষক দিৱস

👉 ৮ ছেপ্তেম্বৰঃ শংকৰদেৱৰ তিথি


-----------------------------------------------------------

     অক্টোবৰ মাহত হোৱা দিৱস সমূহ      

-----------------------------------------------------------


👉 ২ অক্টোবৰঃ গান্ধী জয়ন্তী


-----------------------------------------------------------

   নৱেম্বৰ মাহত হোৱা দিৱস সমূহ    

-----------------------------------------------------------


👉 ১৪ নবেম্বৰঃ শিশু দিৱস

👉 ২৪ নবেম্বৰঃ লাচিত দিৱস


-----------------------------------------------------------

    ডিচেম্বৰ মাহত হোৱা দিৱস সমূহ     

-----------------------------------------------------------


👉 ১ ডিচেম্বৰঃ বিশ্ব এইডচ দিৱস

👉 ২ ডিচেম্বৰঃ চুকাফ দিৱস

👉 ২৩ ডিচেম্বৰঃ কৃষক দিৱস

----------------------------------------------------------

3 comments:

  1. নাজানো জীৱন কাক কৈ বাত জীয়াই ভাল নলগা হৈ পৰিছে

    ReplyDelete
    Replies
    1. কিয় ? হতাশ নহব , ধৈৰ্য ৰাখিব লগতে কৰ্ম আৰু নিজৰ দায়িত্ব পালন কৰি যাব । জীৱনটো এটা যাত্ৰা , জীৱনৰ সুখ দুখবোৰ এটা মুদ্ৰাৰ ইফাল সিফাল কোনোটো এৰি চলিব নোৱাৰি । ইমান নাভাবিব উপভোগ কৰক , হতাশাক স্থান নিদিব ।

      Delete
  2. গণিত দিৱস কোনো চনত পালন কৰা হয়

    ReplyDelete

Write your Comment