অসমীয়া কিতাপৰ বাক্য ৰচনা কৰা 


১) শুৱনী - পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে । 

২) সুৰীয়া - মোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।

৩) ধুনীয়া - মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।

৪) চহকী - মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।

৫) কুমলীয়া - ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।

৬)সুবিশাল - কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে - হাতে ধৰা - ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।

৭) কথাচহকী - বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।

৮) কথা শু্ন - শিক্ষকে ছাত্ৰসকলক ক 'লে যে মই কোৱা প্ৰতিটো কথা শু্ন

৯) কথা ৰাখ - পুষ্পই বিপাছাক কথা ৰাখ্ বুলি প্ৰতিশ্ৰুতি ল 'বলৈ কলে ।

১০) মিচিকিয়াই - নয়নাই মিচিকিয়াই হাঁহি খুড়াকক সুধিলে ।

১১) চেনেহী - অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী  ।

১২) পূৰণি - হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি ।

১৩) ধন্যবাদ - কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ  প্ৰকাশ কৰিব লাগে ।

১৪) সাহিত্য - সাহিত্য সমাজৰ দাপোন স্বৰূপ 

১৫) যুগে-যুগে - অসমীয়া ভাষাও যুগে - যুগে পৰিৱৰ্তিত হৈ আহিছে ।

১৬) জেতুকা - বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।

১৭) ভমকা - আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।

১৮) আঁচু -ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে  ।

১৯) শাল - মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।

২০) দিহা - আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।

২১) ভিৰাই - ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।

২২) জেঙা - লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম চিঠিখন ডাকত দিওতেই লগাগে জেঙা   ।

২৩) সুৰঙা - ৰমেনে তাৰ ঘড়ীটোক এটা বাকচত বাকচটোৰ সুৰুঙা দি সুমুৱাই থ 'লে ।

২৪) দয়াপৰৱশ - কোনোৱাই কিবা বুজি নাপালে তাক খঙেৰে নুবুজাই মৰম আৰু দয়াপৰৱশ হৈ বুজাৱ লাগে।

২৫) পৰিভ্ৰমী - মাজুলীলৈ শৰতকালত পৰিভ্ৰমী চৰাইবোৰ আহে ।

২৬) ৰহন - আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে ।

২৭) সংৰক্ষণ - গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষণ হৈ আছে ।

২৮) মণিকূট -  ৰাজহঁতে সত্ৰত মণিকুটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে ।

২৯) সীৰলু - নাঙলৰ সীৰলুৰ দৰে পানী কাটি - কাটি নাওঁখন আগুৱাই গ 'ল ।

৩০) মায়াময় - ব্ৰক্ষ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা ।

৩১) কিৰীলি - ভাওনাৰ বাবে সজায় থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰীলি পাৰি উঠিল ।

৩২) চক্চকীয়া - মহো- হো গীতত চেমনীয়াহঁতে বাহঁৰ পাত চক্চকীয়া বুলি কৈছে ।

৩৩) চিকমিকিয়া - পূজাৰ দিনা মহিলাসকলে চিকমিকিয়া কাপোৰ পিন্ধী পূজা চাবলৈ গ'ল ।

৩৪) টাঙোন - চেমনীয়াহঁতে ম'হ মাৰিবলৈ হাতত টাঙোন লৈছে ।



বি , পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাসক একোটা বাক্য ৰচনা কৰা ।

৩৫) মুখ - বিমুখ = কেতিয়াওঁ কাকো বিমুখ কৰিব নেপাই ।

৩৬) দূৰ - বিদুৰ =সূৰ্যৰ পৰা পৃথিবীলৈ বিদূৰ
পৃ
৩৭) কিৰণ - বিকিৰণ  =সূৰ্য উদয় হোৱাৰ লগে লগে থিৱীৰ প্ৰথম পুৱাটোৰ বিকিৰণ হয় ।
৩৮) আচু ঃ আচু হৈছে অসমৰ এটা দল-সংগঠন ।

৪৮) ক্ষুদ্ৰ -অনুজীৱ বোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ।

৪৯) আনুষ্ঠানিক - আমাৰ গাওঁত এখন আনুষ্ঠানিক সভা পাতিছিল 

৫০) গতিপথ - গ্ৰহ - নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে ।

৫১) প্ৰচেষ্টা - বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে ।

৫৪) প্ৰশংসা - ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।

৫৫) বাৰ ( সপ্তাহৰ বাৰ ) =এই সোমবাৰে আমি নগাওঁলৈ যাম ।

৫৬) বাৰ ( অ ) সংখ্য়া )  = এক দৰ্জনত বাৰতা থাকে ।
৫৭) পাৰ ( নদীৰ পাৰ)  = ৰহিম হতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।

৫৯) টকা ( টকা - পইচা) =টকা - পইচা নিয়মমতে খৰচ কৰিব লাগে ।
৫৮) পাৰ ( অ) ( চৰাই ) = আগৰ দিনত পাৰই দূৰনিলৈ চিঠি লৈ গৈছিল ।


৫৯) আলু -দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে ।

৬০) কোন -  - গাওঁখনত অচিনাকী মানুহএজন সুমুৱাৰ বাবে গাৱৰ মানুহে তেওঁক আপুনি কোন বুলি প্ৰশ্ন কৰিলে ।

৮০) অবিৰাম  - অবিৰামভাৱে মানুহজনে সূলভ - মূল্যৰ দোকানী জনৰ পৰা  কেৰাচিন কিনিবলৈ আহে ।

৮১) জান - জুৰি - আমাৰ গাৱত দুটাকৈ জান - জুৰি আছে ।

৮৩ ) ছিদ্ৰ - ৰহিমে মমডালৰ ছিদ্ৰটো জ্বলাইলৈ কোঠাটোলৈ গ'ল ।

৮৪ )  পুথি  -  নামঘৰত সন্ধিয়া সময়ত সদাই পুথি পঢ়ে ।

৮৫) মন থিৰ - আমি সদায় সকলো কাম মন থি

৮২ )কুল - কুল - জুৰিটোৰ পৰা পানী কুল - কুলকৈ বৈ আহে ।
ৰ কৰি কৰিব লাগে ।

৮৬) ৰঙা বেলি - সদায় ৰাতিপোৱা ৰঙা বেলি দেখা পোৱা যায় ।

৮৭ ) বঙহৰদেউ - পূৰনি কালত মহিলাসকলে তেওঁলোকৰ স্বামীক বঙহৰদেউ বুলি সন্মান কৰি সম্বোধন কৰিছিল ।

৮৮) চিৰস্মৰণীয় - বীৰাঙ্গনা মূলাগাভৰু মৰিও অমৰহৈ আমাৰবাবে সদায় চিৰস্মৰণীয় হৈ থাকিল ।

৮৯ )ধন - সোণ - ঘৰত কোনো নথকা অৱস্থাত চুৰকেইতা আহি ঘৰৰ তলা ভাঙি ধন - সোণ চুৰি কৰি লৈ গ'ল ।

৯০ ) খা - খবৰ  - মোমায়েকে ভাগিনিয়েকহতঁৰ খা - খবৰ লবলৈ আহিল ।

৯১ )টকা - পইচা - ওচৰ চুবুৰিয়াৰ বিপদ - আপদ হ'লে টকা - পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে ।

৯১)বৰদৈচিলা - চ'তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে ।

৯৩) হিল - দল ভাঙি - বৰদৈচিলা অহাৰ সময়ত সকলোবোৰ হিল - দল ভাঙি উৰুৱাই নিয়ে ।

৯৪ )ঢাপলি মেলে - বৰদৈচিলাই আউলি - বাউলি হৈ ঢাপলি মেলে ।

৯৫ ) শীতল - পাটি - ৰহিমহঁতৰ ঘৰত ৰামক শীতল -পাটিত বহিবলৈ দিলে ।

৯৬ ) মূৰৰ চুলি মেলাই - বৰদৈচিলাক মাকে মূৰৰ চুলি মেলাই বহিবলৈ কলে ।

৯৭ )প্ৰশংসা - ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় আৰু বেয়া কাম কৰিলে ঘৃণাৰ যোগ্য হয় ।

৯৮ ) চোতাল - ৰহিমলাই চোতাল - বাট সাৰি ঘৰৰ ভিতৰলৈ গ'ল ।

৯৯ )কাঁহী - পেহিয়েকে ভতিজাকক কাহঁৰ কাঁহীত ভাত খাবলৈ দিলে ।
১০০) চিকুণাই - নীৰৱে সিহঁতৰ বাৰীখন চিকুনাই গ'ল ।

১০১ ) তিৰবিৰ - আকাশত থকা তৰাবোৰ তিৰবিৰকৈ জ্বিলিকি থাকে ।

১০২ ) সুৰুঙা - বাকচটোৰ সুৰুঙাদি ৰহিমে তাৰ ঘড়ীটো বাকচটোত থলে।

১০৩ )লৰ কাইট - পানীৰ তলৰ কাইটক কোনেও দেখা নাপায় ।

১০৪ ) পানীত পৰ  - কালীদাসক মূৰ্খ বুলি তেওঁৰ পত্নীয়ে পানীত পৰ বুলি কৈছিল ।

১০৫) থৈয়া - নথৈয়া - শৰাই ঘাটত থৈয়া - নথৈয়া ৰণ হৈছিল ।

১০৬) জন্ম দিন -ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীজৱহৰলাল নেহেৰুৰ জন্ম দিন টো শিশু দিৱস হিচাপে পালন কৰা হয় ।

১০৭ ) উপহাৰ- উপহাৰ যিয়েই নহওক তাক সদায় হাঁহিমুখে আদৰি ল'ব লাগে ।

১০৮ ) নামঘৰ - সন্ধিয়া সময়ত নামঘৰত দবা কোবায় ।

১০৯ )  জলপান - বিহুত আমি সকলোৱে ইঘৰে সিঘৰত চাহ - জলপান খাবলৈ যাও ।

১১০ ) পৰিপাটি -  আমি সদায় পৰিস্কাৰ - পৰিপাটি হয় থাকিব লাগে ।

১১১) মজা - ৰহিমে গৰম দিনত নেমুৰ স্বৰবত খাই বৰ মজা পায় ।

১১২) সপোন - নিজৰ জীৱনৰ প্ৰতি থকা সপোনক সদায় দৃথক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব লাগে ।

১১৩) বেপাৰি ঃ ৰহিম এজন বেপাৰি ।

১১৪ )লগৰীয়া - সদায় ভাল ভাল সঙ্গৰ লগৰীয়া হ'ব লাগে

১১৫) অধ্যৱসায়-  ৰামে ডক্তৰ হবলৈ  অধ্যৱসায় চেষ্টা কৰিমে । 

১১৬) নেৰানেপেৰা- মালাই মেলা চাব যাবলৈ মায়েকক নেৰানেপেৰাকৈ কয় আছে । 


১১৭) আমন্ত্ৰণ- আমাৰ গাৱঁত সভা এখন হব কাৰণে মানুববোৰে হিমেনৰ বাপেকক আমন্ত্ৰণ কৰিছে ।

১১৮)অনুসন্ধিংসু- 

১১৯) প্ৰত্যাূহ্বান- আমি আমাৰ জীৱনত নানা ধৰণৰ প্ৰত্যাূহ্বান ৰ লগত যুজিব লাগে ।

১২০) ঘাত-প্ৰতিঘাত- যুদ্ধত ৰামৰ বাপেকৰ ঘাত-প্ৰতিঘাত হল । 

১২১) প্ৰত্যাযশিত - 

১২২) প্ৰৱাসী-

১২৩) নিমিষতে- ৰহিমৰ বাপেক সিহতঁৰ পৰা নিমিষতে যেন আচৰি গ'ল ।   

১২৪) টেঙৰ - ৰাজু বহুত টেঙৰ লৰা ।    


১২৫) পণ- 

১২৬) প্ৰস্তাৱ- বিয়াত যাবৰ কাৰণে ৰামৰ ঘৰৰ পৰা ৰহিমৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে ।  

১২৭) লালকাল- কেচুৱাটো টুপনিটে লালকাল হল ।  

১২৮) পলাই- পুলিচজনক দেখি চুৰটোৱে পলাই পতং দিলে ।  

১২৯) পত্ৰং-

১৩০) অজুহাত - মানুহজনে কামটো নকৰা বিভিন্ন অজুহাত দেখুৱালে ।

১৩১) হেঁপাহ - জুনৰ কিতাপখন পঢ়িবলৈ বৰ হেঁপাহ জাগিছিল । 

১৩২) পলুৱাই- ৰাজে ৰুমনৰ বায়েকক পলুৱাই লই গ'ল । 

১৩৩) শিলাময়- শিলাময় পৰ্বতবোৰ বগাবলৈ বৰ টান ।  

১৩৪) স্বদেশ-প্ৰেম- তৰুণৰাম ফুকণ এজন স্বদেশ প্ৰেমী লোক আছিল ।

১৩৫) কাঠ- চিত- 

১৩৬)ফটা-ফুটা- জদুয়ে ফটা-ফুটা কাপোৰ পিন্ধি থকা দেখি মিনিৰ বৰ দুঃখ লাগিল ।      

১৩৭) বিভূতি-বৈভৱ-

১৩৮)গুণ-গান- ভাল কাম কৰিলে মানুহে গুন-গান গায়ে ।   

১৩৯)খিয়াতি-

১৪০) সুকীয়া-সুকীয়া-

১৪১)  আশাশুধীয়া - কাঞ্চনৰ ডাক্তৰ হোৱা আশাশুধীয়া সপোন পুৰ হল ।   

১৪২) বাটকুৰি - 

১৪৩) কাণ ছোৱাই - 

১৪৪) কাণ থিয়- কোনোবাই কথা কলে কান থিয় কৰি শুনি থকাটো ৰমলা মাকৰ পুৰণা অভ্যাস । 

১৪৫) চলা-ফিৰা- গাড়ী খনে লাহে লাহে চলা - ফিৰা কৰিছে ।  

১৪৬) আওকণীয়া - বিদ্যালয়ত পাঠটো পঢ়াই থকা সময়ত ৰিয়াই আওকণীয়া কৰি আছিল । 

১৪৭) হেলাৰঙে- 

১৪৮) সহমৰ্মিতা- ল'ৰা - ছোৱালীক সদায়ে সমমৰ্মিতাৰে পঢ়িবলৈ সুযোগ দিব লাগে ।   

১৪৯) দূষ্টিহীন- দূষ্টিহীন মানুহক চৰকাৰে বহুটো সুবিধা প্ৰদান কৰে।  
১৫০) দূষ্টিক্ষম- দূষ্টিক্ষম মানুহে নিজৰ পৃথিৱীখন মুকলি মনেৰে চাব পাৰে ।  

১৫১)দূষ্টিভংগী - সীতাৰ দূষ্টিভংগী বৰ ধুনীয়া ।    

১৫২)আত্ম-সচেতন- সদায় মানুহ আত্ম- সচেতন হব লাগে ।

১৫৩) আত্ম-বিশ্বাসী - আত্ম - বিশ্বাসী মানুহে কোনো কাম কৰিবৰ বাবে সংকোচ বোধ নকৰে ।

১৫৪) একাত্মীয়তা -

১৫৫) অনন্য় - চিৰিয়াখানা খনত অনন্য পশু- পক্ষীৰে ভৰি আছে । 

১৫৬) অনুসন্ধিংসু - ল'ৰাজনৰ অপহৰণ হোৱাৰে পৰা কোনো অনুসন্ধিংসু  পোৱা নাই ।  

১৫৭) ৰোমাঞ্চকৰ - নাটখন বৰ ৰোমাঞ্চকৰ আছিল ।     

১৫৮) মৰণ পণ কৰা -

১৫৯) জিৰণি - মামুৰ মাকে গোটে ঘৰ খনৰ কাম কৰি অলপ জিৰণি লৈছে ।

১৬০) জিৰণী-

১৬১) ইলুটি-সিলুটি-

১৬২) তল-ওপৰ - ৰিণাৰ খং উঠিলে গোটেই ঘৰখন তল- ওপৰ কৰি দেয়ে ।

১৬৩) খুঁটিয়া-খুঁটি- চ'ৰাইবোৰে মন্দিৰটোৰ আগত খুঁটিয়া-খুঁটি লাগি আছে ।  

১৬৪) ওলট-পালট - পুথিভঁৰালটোত গোটেই কিতাপবোৰ ওলট-পালট হয় গল ।  

১৬৫) হাটে-বাটে- 

১৬৬) কাপুৰুষ-

১৬৭) ভটীয়নী -

১৬৮) ৰাজআলি - গড়গাৱত ধোদে ৰাজআলি বান্ধে ।

১৬৯) বিচূৰ্তি-

১৭০) কোঢ়াল-

১৭১) নিখুঁত-

১৭২) সিদ্বান্ত - বিপুলে আজি বৰ এটা ভাল সিন্ধান্ত ললে ।   

১৭৩) দ্ৰতগতি - কৰোণা আক্ৰান্তৰ সংখ্যা দ্ৰতগতিত অসমত বাঢ়িবলৈ ধৰিছে ।   

১৭৪) পাতনি - গছডালে নতুনকৈ পাতনি মেলিছে ।

১৭৫) অধ্যৱসায়- স্বাবলম্বী হবলৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন ।

১৭৬) জাকত- জিলিকা - জুবিন গায়কৰ নামটো গোটেই পৃথিৱীতে জাকত-জিলিকা ।   

১৭৬) আকৰ্ষণীয় - চুম্বক লোৰ আকৰ্ষণীয় পদাৰ্থ ।   

১৭৭) লৰচৰ - ধ্যান কৰি থকা সময়ত লৰচৰ কৰি থাকিব নাপায় ।  

১৭৮) দিন-ৰাতি - আমেৰিকা আৰু ভাৰতৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে । 

১৭৯) নিজ বাটে - 

১৮০) অবিহনে - পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম ।   

১৮১) হানি হোৱা - কেতিয়াওঁ আনৰ হানি হোৱা কাম কৰিব নালাগে।

১৮২) গন পোৱা -

১৮৩)কুকূুৰ-লৰ - 

১৮৪) সোণত সুৱগা চৰা-

১৮৫) হিতে বিপৰীত-

১৮৬) দাংকোলা-

১৮৭)  খুদুৱনি-

১৮৯) চতুৰালি - অধিক চতুৰালি বেয়া ।  

১৯০) খৰচীয়া-

১৯১) উগুল- থুগুল - আজি ৰামৰ মন টো বৰ উগুল- থুগুল লাগি আছে ।  

১৯২) সঞ্চিত - আমি পানী সঞ্চিত কৰি ৰাখিব লাগে । 

১৯৩) শ্ৰেয়স-

১৯৪) কোঁচখোৱা -

১৯৫) আধনাৰ্জি-

১৯৬) বিৰল - কিছুমান মানুহৰ বিৰল প্ৰতিভা থাকে যাক চিনি পোৱা টো টান 

১৯৭) প্ৰতিকূল-

১৯৮) অনুৰণৰ-

১৯৯) হৃদয়ংগম-

২০০) নিতাল মাৰি - ৰাতি হোলা কাৰণে গোটে ঠাইখিনি নিতাল মাৰি গল ।  


২০২) বিপন্ন-

২০৩) সংৰক্ষণ - আমি সকলোৱে পানী সংৰক্ষণ কৰি ৰাোখিব লাগে।  
২০৪) দায়িত্ব - শিক্ষক - শিক্ষত্ৰিৰ কথা শুনাটো ছাত্ৰ- ছাত্ৰিসকলৰ দায়িত্ব ।  

২০৫) ওজৰ -

২০৭) দোধোৰা-মোধোৰা-

২০৮) আত্মত্যাগ - কনকলতাই ইংৰাজৰ পৰা অসমৰ আজাতিৰ কাৰণে আত্মত্যাগ কৰিছিল ।  

২০৯) উপদেশ - সদায় ভাল উপদেশ লব লাগে ।  

২১০) চকু-পৰিল-

২১১) ঠনা ধৰা-

২১২) শ্ৰীবৃদ্ধি - দোকানখনৰ এই মাহটোত শ্ৰীবৃদ্ধি বাঢ়িছে । 

২১৩) অনায়সে - নদী অনায়সে বই গয় থাকে ।    

২১৪) একাণপতীয়া-

২১৫) জনমভূমি - আমি আমাৰ জনমভূমি সদায় সন্মান কৰিব লাগে ।   

২১৬) চৰণ - আমি সকলো ভগৱানৰ চৰণত আছো । 

২১৭) চিকুণী - 

২১৮) সুৱদি -

২১৯) পৃথিৱী - পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘৰে ।   

২২০)  শুৱনি - বাগিছাখন বৰ শুৱনি ।   

২২১) ধুনীয়া -  ময়ূৰ এজনী বৰ ধুনিয়া পক্ষী।

২২২) ধেমালি -  সৰু লৰা ছোৱালীবোৰে হাঁহি ধেমালি ৰে খেলি আছে।  

২২৩) পাখি -  চৰাইয়ে পাখিৰ সহায়ত আকাশত উৰে ।

২২৪) বপুৰী-

২২৫) স্বাধীন গীত-

২২৬) শোভাযাত্ৰা -শংকৰদেৱৰ তিথিত আমি সকলোৱে শোভাযাত্ৰা কৰো ।  

২২৭)  উত্তোলন-

২২৮) অনুপ্ৰেৰণা - ৰামক ভাল কামৰ কাৰণে তাৰ আইতাকে অনুপ্ৰেণা জগাইছে ।   

২২৯) অহিংসা- আমি সদায় অহিংসাৰ পথত যাব লাগে । 

২৩০) সাম্প্ৰদায়িকতা -  

২৩১) সত্যাগ্ৰহ  - মহাত্মা গান্ধী এজন সত্যাগ্ৰহ বাদী লোক আছিল ।    
২৩২) নিৰ্ভীক - মহাত্মা গান্ধী ব্ৰিটিছ সকলৰ প্ৰতি নিৰ্ভীক আছিল ।

২৩৩) বিভূশিত - অৰুণিমা সিংহাক নৱেল বটাদি বিভূশিত কৰিছিল। 

২৩৪) নিন্দা-কুংসা-

২৩৫) দৰাঘৰীয়া - কইনা ঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহবোৰহ একেলগে গৈছিল ।   

২৩৬) হেঙাৰ এৰি দে-

২৩৭) এসাজ খাই এসাজ লঘোনে - যোৱা বুধবাৰে  ৰহিমহতে এসাজ খাই এসাজ লঘোনে থাকিব লগা হল ।  

২৩৮) টহলি-

২৩৯) কাণ  সাৰ - ডাঙৰে কথা ক'লে কাণ সাৰ দিব লাগে ।   

২৪০) ওৰ -

২৪১) হিংসা - আমি কেতিয়াও কাকো হিংসা কৰিব নালাগে ।   

২৪২) বিদ্বেষ -

২৪৩) চকুলো - আইতা গৰাকীৰ কথা শুনি মালাৰ চকুলো বইলে । 

২৪৪) জলমল-

২৪৫) ভোঁতা -

২৪৬) অপব্য়য় - খৰছটো অপব্যয় হ'ব বুলি মিনা বজাৰলৈ নগ'ল ।   
২৪৭) সদবৱ্যহাৰ - আমি আমাৰ বুদ্ধি বোৰৰ সদব্যাৱহাৰ কৰিব লাগে ।  

২৪৮) সংশোধন-

২৪৯) স্ৰজন-

২৫০) ভাও -

২৫১) সুঁৱদি-

২৫২) সাজি-কাচি - জিনা সাজি-কাচি বিয়ালৈ যাব উলাল ।  

২৫৩) অযাচিত-

২৫৪) অশেষ - কামটো কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল ।  

২৫৫) আন্তৰিক - ৰঙালী বিহুৰ বাবে ৰিতুৱে ৰহিমক আন্তৰিক সুভেচ্চা জ্ঞাপন কৰিলে ।

২৫৬) কায়- মনে-

২৫৭) পুলকিত-

২৫৮) সততে-

২৫৯) শোক-তাপ-

২৬০) পৰাণ-

২৬১) নিজান - ৰাতি বাটতো নিজান হৈ আছিল ।

২৬২) সংকীৰ্তন-

২৬৩) সাম্যমন্ত্ৰ-

২৬৪) চউপাশে - আমাৰ চউপাশে গছ-গছনিৰে ভৰি আছে ।  

২৬৫) জুৰা - নাৰিকল কিতা জুৰা লাগি আছে ।   

২৬৬) আঁতি-গুৰি - আমি কোনো এটা কথাৰ আঁতি-গুৰি নোলোৱাকৈ বেলেগক ক'ব নালাগে ।    

২৬৭) খু-দুৱনি-

২৬৮) জোলোঙা - নিগনিটোক দেখি মেকুৰিটোৱে জোলোঙা মাৰি আছিল ।

২৬৯) পিৰালি - ৰহিম হতৰ ঘৰৰ পিৰালিটো ফুলেৰে ভৰি আছে ।  

২৭০) আচহুৱা-

২৭১) দেশব্যাপী-

২৭২) মূলমন্ত্ৰ - উদ্গতিৰ গতিৰ মূলমন্ত্ৰ হ'ল বিদ্যা ।  

২৭৩) দেশ- বিদেশ -  ৰামৰ ডাঙৰ হলে দেশ-বিদেশ ফুৰাটো এটা সপোন । 

২৭৪) কলংক - আমাৰ সমাজৰ পৰা কলংকবোৰ আঁতৰাই ৰাখিব লাগে । 

২৭৫) ঘোৰ্ঘোৰণি - ফেনখনৰ পৰা ঘোৰৰ্ঘোৰণি শব্দ আঙি আছে ।

২৭৬) আহল-বহল - আমাৰ স্কুলৰ খেল পথাৰ খন আহল-বহল ।

২৭৭) ধীৰ-স্থিৰ -

২৭৮) দোকমোকালি - মিনু ৰাতিপুৱা দোকমুকালি সময়তে উঠি পঢ়ে ।

২৭৯) উমঘাম-

২৮০) শেহাই শেহাই-

২৮১) সচাঁ - আমি সদাই সঁচা কথা কব লাগে ।  

২৮২) পখালি - আমি ভাত খোৱাৰ আগতে হাত খন ধুই পখালি খাব লাগে । 

২৮৩) দৃঢ় - আমি কোনো এটা কাম কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা লব লাগে । 

২৮৪) ভৰাই - অৰ্জুণ হঁতৰ ঘৰৰ পেতাৰিটোত ধন ভৰাই থৈছে ।

২৮৫) মলি - সদাই গা-পা ধুই শৰীৰৰ মলি বোৰ আঁতৰ কৰিব লাগে ।

২৮৬) দুখীয়া-নিছলা - দুখীয়া-নিছলা মানুহবোৰক আমি সদায় সহায় কৰিব লাগে ।  

২৮৭) ফাটি- ফুটি - তেওঁ আজি ভাল কাম কৰাৰ কাৰণে তেওঁৰ নামটো গাঁৱত ফাটি-ফুটি গৈছে । 

২৮৮) সহায়- অসহায়-

২৮৯) দুখ-কষ্ট - দুখীয়া মানুহবোৰে দুখ কষ্টৰে জীৱন-জাপন কৰিব লাগে । 

২৯০) বৃথা - বিদ্যাহীন জীৱন বৃথা বুলি মানুহবোৰে মানে ।   


২৯১) সমাগম - সভাখনত মানুহৰ সমাগম বহুত হৈছে ।   


২৯২) প্ৰতিফল - আন্ধাৰ কোঠলিটোত পোহৰৰ প্ৰতিফল হৈছে ।  

২৯৩) একনিষ্ঠ -

২৯৪) নেতৃত্ব - মহাত্মা গান্ধীৰ নেতৃত্বত মানুহবোৰে ইংৰাজৰ পৰা আজাতিৰ কাৰণে আন্দোলন কৰিছিল ।   

২৯৫) স্বীকৃতি - ভাল কামৰ কাৰণে আজি কমলক স্বীকৃতি প্ৰদান কৰা হ'ল ।

২৯৬) প্ৰতিনিধি - এবাৰ ৰহিম হঁতৰ গাঁৱত কাম কৰিবৰ কাৰণে ৰাণীৰ বাপেকক প্ৰিতিনিধি হিচাপে নিযুক্ত কৰা হ'ল ।  

২৯৭)  সুদক্ষ - জুবিন গাৰ্গ এজন সুদক্ষ গায়ক ।  

২৯৮) বিভোল-

২৯৯) দিহা-দিহি-

৩০০) আভাস - পিংকীয়ে এফ কামটোৰ এটা সৰু সুৰা আভাস পাইছে হে ।

৩০১) ৰাও-

৩০১) দৌল - আজি দৌল যাত্ৰা আৰম্ভ হ'ল ।

৩০৩) ঘৰ-দুৱাৰ - ভূমি কম্পটোৱে ঘৰ - দুৱাৰ ভাঙি নিলে ।  

৩০৪) আথে-বেথে-

৩০৫) যুদ্ধ-বিগ্ৰহ-

৩০৬) পুথি- পাঁজি - পুথি ভঁৰালত বহুতো পুথি-পাঁজি থাকে । 

৩০৭) ঘাট-মাউৰা - ইচু এজন ঘাট-মাউৰা ল'ৰা ।

৩০৮) চুকে-কোণে - আমি তুপনি যোৱাৰ আগতে ঘৰৰ চুকে কোণে ভাল দৰে টৰ্চ মাৰি চাব লাগে । 

৩০৯) গছ-গছনি- আমি গছ-গছনি সংৰক্ষন কৰিব লাগে । 

৩১০) লুকা-ভাকু- সৰু ল'ৰা ছোৱালীবোৰে লুকা-ভাকু খেলি আছে । 

৩১১) অবিৰাম - নদীখন অবিৰামে বৈ গৈ আছে । 

৩১২) জান-জুৰি - বৰষুনৰ কাৰণে নদী,জান-জুৰি বোৰ পানীৰে ভৰি আছে ।  

৩১৩) কুলু-কুলুু - নিজৰাৰ পানীবোৰ কুল-কুল কৰি পৰি আছে । 

৩১৪) সুৰুঙা - বেৰৰ সুৰঙাতোদি  পানী সোমাই আহেছে ।

৩১৫) ছিদ্ৰ - বায়ুত বহুটো ছিদ্ৰ কণিকা আছে ।

৩১৬) চেঙা-

৩১৭) চেঙালুটি-

৩১৮) পুথি - পুথি পঢ়িলে বহুটো জ্ঞান পোৱা যায় ।     

৩১৯) মন থিৰ - আমি সদায় মন থিৰ কৰি ৰাখিব লাগে ।  

৩২০)  ৰঙা বেলি - ৰাতি পুৱা ৰঙা বেলিটো দেখি মোৰ মনটো বৰ ভাললাগি গ'ল ।  

৩২১) থৈয়া- নথৈয়া - দেউতাক মৰাৰ পৰা পৰিয়ালটোৰ থৈয়া - নথৈয়া অৱস্থা হৈছে । 

৩২২)  প্ৰাণটাকি-

৩২৩) দৃঢ়প্ৰতিজ্ঞ - মধুৱে এই কামটো কৰিব বুলি দৃঢ়প্ৰতিজ্ঞা লৈছে।  

৩২৪) মহীয়ান-

৩২৫) তুমুল - এটা সৰু কথাৰ বাবে লুনা আৰু পলৰম মাজত  আজি তুমুল বিৰ্তকৰ সৃষ্টি হ'ল ।  

৩২৬) চিৰস্মৰণীয় - ভুপেন হাজৰীকাৰ গানবোৰ আমাৰ মাজত সদায় চিৰপস্মৰণীয় হ'য় থাকিব ।

৩২৭) ভেটা-ভেটি-

৩২৮) খা-খবৰ - ৰিয়াই মুন্নিৰ খা - খবৰ ল'লে । 

৩২৯) খা-খবৰ কৰ-়

৩৩০) খা-খবৰ ল- আমি সদায় মানুহৰ খা - খবৰ লব লাগে ।

৩৩১) খা - খবৰ ৰাখ - 

৩৩২) হাত-মুখ - আমি ৰাতি পুৱা উঠি সদায় প্ৰথমে হাত - মুখ ধুব লাগে । 

৩৩৩) হাত-মুখ  ধো- ৰীণাক মাকে ৰাতিপুৱা শুই উঠি অহাৰ পিছত  ক'লে হাত- মুখ ধো

৩৩৪) টকা-পইচা - আমি সদায় টকা-পইচা নিয়ম মতে খৰচ কৰিব লাগে । 

৩৩৫) ধন-সোণ - ধন-সোণ দিওঁ সময় কিনিব নোৱাৰি ।  

৩৩৬) বৰদৈচিলা - বহাগ মাহত বৰদৈছিলা মাকৰ ঘৰলৈ যায় । 

৩৩৭) হিল-দল ভাঙি - ধুমুহাটোৱে হিল-দল ভাঙি নি'লে ।

৩৩৮) ঢাপলি মেলা - বৰদৈচিলাই মাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিচে । 

৩৩৯) শীতল- পাটি - গৰমৰ কাৰণে ৰাণুৱে শীতল-পটিত শুলে ।

৩৪০) মূৰৰ চূলি মেলাই - 

৩৪১) প্ৰশংসা - ভাল কাম কৰিলে মানুহে প্ৰসংসা কৰে । 

৩৪২) চোতাল - চোতালত মেলি থোৱা ধানবোৰ চৰাই আহি খালেহি।   

৩৪৩) কাঁহী - আমি কাঁহীত ভাত খাওঁ ।  

৩৪৪) চিকুণাই -

৩৪৫) তিৰবিৰ-  ৰাতি আখাশত তৰাবোৰ তিৰবিৰ কৰি আছে । 

৩৪৬) জন্ম-দিন - একবছৰৰ মূৰত জন্ম-দিন আহে ।  

৩৪৭) উপহাৰ - জন্ম দিনৰ কাৰণে ৰামুক মাকে এটা উপহাৰ দিলে। 
৩৪৮) নামঘৰ - আমাৰ ঘৰৰ সন্মুখত এটা নামঘৰ আছে । 

৩৪৯) জলপান - ৰহিমে ৰাতিপুৱা মুখ-হাত ধুই জলপান খালে ।

৩৫০) পৰিপাটি- আমি সদায় পৰিপাটি হৈ থাকিব লাগে ।  

৩৫১) মজা- নাটকখন চাই মজা লাগিল । 

৩৫২) মৰম-চেনেহ - আমাক বিদ্যালয়ত  শিক্ষক-শিক্ষয়ত্ৰী মৰম - চেনেহ কৰে ।

৩৫৩) বিলাই - ৰহিমে আমবোৰ তাৰ লগৰীয়াবোৰক বিলাই দিলে । 

৩৫৪) লগৰায়া - 

৩৫৫) শুৱনি - বাগিছাখন বৰ শুৱনি । 

৩৫৬) সুৰীয়া -

৩৫৭) ধুনীয়া - ছোৱালীজনি বৰ ধুনীয়া । 

৩৫৮) চবকী-

৩৫৯) কুমলীয়া - গছডালৰ পাতবোৰ কুমলীয়া হৈ আছে ।  

৩৬০) সুবিশাল - ৰাতুল হ'তৰ ঘৰৰ কাষত এটা সুবিশাল জলাশয় ।

৩৬১) কথা-চহকী- পুনিত এজন কথা-চহকী ল'ৰা ।

৩৬২) কথা চোৱা-

৩৬৩)  কথা শুুন্ - আমি সদায় জেষ্ঠ মানুুহৰ কথা-শুনিব লাগে । 

৩৬৪) কথা ৰাখ্ - আমি ডাঙৰ মানুহৰ কথা ৰাখিব লাগে ।   

৩৬৫) মিচিকিয়াই - ৰামক দেখি সীতাই মিচিকিয়াই হাঁহিলে ।

৩৬৬) চেনেহী - আমাৰ স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীৰ নাম চেনেহী ।

৩৬৭) পুৰণি - আমি সদায় পুৰণি বস্তুবোৰ ভাল দৰে ৰাখিব লাগে । 

৩৬৮) ধন্যবাদ - এই  কামটো কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো । 

৩৬৯) সাহিত্য - আমাৰ গাঁৱৰ খেলপথাৰখনত সাহিত্য সভা হ'ব 

৩৭০) যুগে যুগে-  যুগে যুগে আমাৰ সকলোৰে থকাৰ আচৰণবোৰ সলনি হৈছে।  

৩৭১) জেতুকা - জেতুকাৰ ৰং ৰঙা ।

৩৭২) ভমকা-

৩৭৩) আঁচু-

৩৭৪) শাল - বৰষুণৰ পানীখিনি বৈ গৈ শাল,বিলত পৰিছে ।

৩৭৫) দিহা - ডাঙৰ মানুহৰ পৰা দিহা পৰামৰ্শলোৱাটো উচিত ।

৩৭৬) ভিৰাই - পুলিচটোক দেখি চুৰটোৱে ভিৰাই ল'ৰ মাৰিলে ।

৩৭৭) জেঙা - 

৩৭৮) সুৰুঙা - বেৰৰ সুৰঙাটোদি পানী সোমাই আহিছে । 

৩৭৯) বহুমুখী -  ভূপেন হাজৰিকা এজন বহুমুখি প্ৰতিভা সম্পন্ন লোক ।  

৩৮০) দয়াপৰৱশ-

৩৮১) পৰিভ্ৰমী - অসমলৈ পৰিভ্ৰমী চৰাইবোৰ আহে আৰু সময় হ'লে গুচি যায় ।  

৩৮২) ৰহণ - ৰিমাই কথাতটোত ৰহণ লগাই ক'লে ।

৩৮৩) সংৰক্ষণ - আমি এশিঙিয়া গড়বোৰ সংৰক্ষণ কৰি ৰাখিব লাগে ।

৩৮৪) মণিকূত - আইতাই ৰাতিপুৱা মণিকূতত চাকি দিলে ।

৩৮৫) সীৰলু -

৩৮৬) মায়াময় -

৩৮৭) কিৰীলি-

৩৮৮) চক্চকীয়া - কাহৰ বাচনটো চক্চকীয়া।  

৩৮৯) চিকমিকীয়া - সোণৰ চেনডাল চিকমিকিয়া

৩৯০) সিকি - বস্তুটো কিনিবৰ কাৰণে মোক এটা সিকিৰ প্ৰয়োজন হল । 


৩৯২) টাঙোন - 

৩৯৩) ভাগৰ - কামটো কৰি অহাৰ পিছত মোৰ বহুত ভাগৰ লাগিল।


৩৯৫) পূজনীয় - মা আৰু দেউতা আমাৰ সদায় পূজনীয় ।

৩৯৬) চেনেহ - আমি সদায় কৰুক মৰম চেনেহ কৰিব লাগে । 

৩৯৭) একেথিৰে - মানুহজনে কিৰণক একেথিৰে চাই আছিল ।  

৩৯৮) ঠেহ ধৰা - 

৩৯৯) কাবৌ কৰা -

৪০০) দৰাই-দৰাই - 

৪০১) উধাতু-

৪০২) ধাউতি-

৪০৩)  কেৰ-মেৰ - বাঁহ গছজোপা বতাহতে কেৰমেৰ কৰিলে ।   

৪০৪) থৈয়া- নথৈয়া - ৰাম আৰু ৰাৱণৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল ।   

৪০৫) নাচি- বাগি- আনন্দতে মানুহজনে নাচি-বাগি আছে ।

৪০৬) লুতৰি-পুতৰি-

৪০৭) কুলুকুলু - নিজৰাৰ পানীবোৰ কুলকুল কৰি পৰি আছে । 

৪০৮) লাহে  লাহে- ফেনখন লাগে লাগে ঘূৰি আছে ।  

৪০৯) চাফ-চিকুণ- আমি সদায় আমাৰ ঘৰটো চাফ-চিকুণ কৰি ৰাখিব লাগে ।  

৪১০) গতি-বিধি-

৪১১) কেৰ-মেৰ-

৪১২) ঘৰ-বাৰী - মানপহজন ঘৰ-বাৰী নথকাৰ দৰে ঘূৰি ফুৰিছে । 

৪১৩) চিন-চাব-

৪১৪) দশোদিশে-

৪১৫) হঠাং-

৪১৬) গহৰি-

৪১৭) যশ-

৪১৮) এলাহ- এই কামটো কৰিবৰ কাৰণে মোৰ এলাহ লাগিছে ।

৪১৯) সুবিধা - মই এই কামটো কৰিবৰ কাৰণে সুবিধা এটা পাইছো ।

৪২০) ততালিকে - মানুহজনক ততালিকে চিকিৎলয়ত নিব লাগিব ।  
৪২১) বন - 

৪২২) লুংলুঙীয়া-

৪২৩) সন্ত্ষ্ট - 

৪২৪) কষ্টকৰ - কামটো বৰ কষ্টকৰ আছিল ।

৪২৫) ৰং- ৰামধেনুৰ ৰং ৭টা । 

৪২৬) মনেৰে -

৪২৭) ৰণ-চালি-

৪২৮) থৌকি-বাথৌ-

৪২৯) ফেহুঁ-জালি-

৪৩০) যশ- মান-

৩৩১) কৱচ - আগৰ দিনত যেতিয়া যুদ্ধ হয় তেতিয়া মানুহবোৰে কৱচ পৰিধান কৰি যায় ।

৪৩২) জীৱন-মৰণ - 

৪৩৩) অত্যাচাৰ - আমি কেতিয়াও কাকো শাৰীৰিকভাবে অত্যাচাৰ কৰিব নালাগে ।   

৪৩৪)  দুৰ্বলী-

৪৩৫) এখুন্দা-

৪৩৬) উপলুঙা-

৪৩৭) আধা- কেকটোৰ আধা মোৰ দাদাই খালে ।      

৪৩৮) থেতেলা - আমটো মাটিত পৰি থেতেলা খাই গ'ল ।

৪৩৯) দোকোল-টকা-

৪৪০) মৌ বৰষা - কুলিৰ মাত মৌ বৰষা ।

৪৪১) কুঁহিপাত - বসন্ত কালত গছে নতুন কুঁহিপাত সলাই । 

৪৪২) শপত - 

৪৪৩) মূল্যৱান -
কিতাপত থকা জ্ঞানবোৰ আমাৰ বহত মূল্যৱান ।  

৪৪৫) সামগ্ৰী - বজাৰৰ পৰা মই অলপ মোৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব গৈছিলো ।  

৪৪৬) প্ৰাচীন - প্ৰাচীন কালত মানুহবোৰে খোৱা বস্তুবোৰ সিজাই খাইছিল ।

৪৪৭) পৰাকমী-

৪৪৮) কৃতিত্ব-

৪৪৯) ঢাপলি মেলা - ৰহিমে তাৰ আইতাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিছে ।  

৪৫০) পাত পাত-

৪৫১) মূৰে-কপালে - চিন্তাতে মানুহ জনে মূৰে-কপালে বাত দিলে ।

৪৫২) খেচ্খেচনি-

৪৫৩) হাতত সাৰে ভৰিত সাৰে-

৪৫৪) হায়ৈ বিয়ৈ-

৪৫৫) কানি-কাপোৰ - বৰষুণজাকে বাহিৰত মেলি থোৱা কানি-কাপোৰ বোৰ তিতালে ।   

৪৫৬) মূছকঁছ-

৪৫৭) লেৰেলা-চেৰেলা-

৪৫৮) উপলক্ষ- ৰাজুৱে তাৰ ভূলটোৰ উপলক্ষ কৰিলে । 

৪৫৯) খৰচি মাৰি - কোনো এটা কথাৰ খৰচি মাৰি জানিব বিচৰাটো এটা ভাল অভ্যাস ।  

৪৬০) নিয়ম-কানুন-

৪৬১) মৰমিয়াল - যদু এজন বৰ মৰমিয়াল ল'ৰা ।


৪৬২) ঘৰ-বাৰী-

৪৬২) দেহ-মন - এই  ঠাণ্ডা বতাহ জাকে মোৰ দেহ-মন যুৰ পেলাই দিলে ।  

৪৬৩) অসীম - সাগৰৰ অসীম সিমা ৰাখি দেখি মোৰ মন মুগ্ধ হয় গ'ল । 

৪৬৪) নতি-


৪৬৬) বিতোপন-

৪৬৭) জাঁজ-

৪৬৮) দুৰ্ভিক্ষ-

৪৬৯) কৌশল - বিজ্ঞানৰ কৌশলে আমাৰ জীৱন সহজ কৰি তুলিছে।

৪৭০) অভ্যাস - আমি সদায় ভাল অভ্যাস বোৰ ৰাখিব লাগে ।  

৪৭১) দুবেলা-দুসাঁজ -
মানুহ জনে বৰ কষ্টৰে দপুবেলা-দুসাঁজ খাই আছে ।

৪৭২) চৰাই-চিৰিকটি - বনত চৰাই-চিৰিকটিবোৰে মাত দি আছে ।  
৪৭৩) জীৱ-জন্তু- পানী ন'হলে জীৱ-জন্তুবোৰ জীয়াই থাকিব নোৱাৰে। 

৪৭৪) ককবক-

৪৭৫) উশাহ-নিশাহ - প্ৰাণীয়ে  নাকৰ সহায়ত উশাহ-নিশাহ লয় ।

৪৭৬) সুখ-সন্তোষ - ণে এই কামটো সুখ-সন্তোষেৰে কৰিলো ।  

৪৭৭) বিনন্দীয়া - 

৪৭৮) প্ৰণিপাত-


৪৮০) মিলন - শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বোলে ।    

৪৮১) মধুৰ - কৃষ্ণৰ বাঁহীৰ মাতটো মধুৰ ।    

৪৮২) মধুৰ-

৪৮৩) আদৰ - ৰাধাক মানুহজনে সিঁহতৰ ঘৰলৈ যাওঁতে  মৰম আৰু আদৰ কৰিলে ।      

৪৮৪) অলেষ - চিৰিয়াখানাত অশেষ জীৱ-জন্তু আছে ।  

৪৮৫) ৰসাল - অসমৰ মাটিবোৰ ৰসাল ।

৪৮৬) গাঁঠি-


৪৮৯) হয়ভৰ-

৪৯০) টাঙোন-

৪৯১) নিজম - ৰাতি নিজম আকাশত তৰাবোৰ জিলিকি আছে ।    

৪৯২) হিয়া - মানুহজনৰ কথা শুনি মোৰ হিয়া পমি গ'ল ।  

৪৯৩) টোপনি - মানুহজনৰ টোপনি পাতল ।  

৪৯৪) মুকুতা - বৰষণৰ পানীবোৰত ৰ'দৰ পোহৰ পৰি মুকুটাৰ দৰে জিলিকি আছে ।  

৪৯৫) হিংসা-হিংসি-

৪৯৬) ছেদেলি-ভেদেলি -  পুনমে তাইৰ কোঠালীটো বৰ ছেদেলি-ভেদেলি কৈ থৈ দিয়ে ।   

৪৯৭) হেলাৰঙে-

৪৯৮) সষ্টম বিতত- 

৪৯৯) বুকু ফিন্দাই-

৫০০) বিদ্যােংসাহী-

৫০১) সুনিপুণ-

৫০২) মিলা-প্ৰীতি - আমি বিদ্যালয়ত সকলোৱে মিলা-প্ৰীতিয়ে থাকো। 

৫০৩) ঠেহ্পেচ-

৫০৪) দুনাই-

৫০৫) কাতৰ-

৫০৬) কেটেৰা-

৫০৭) দন্দ-

৫০৮) গুজৰি-গুমৰি-

৫০৯) গুম্-গুমাই -

৫১০) চোৱা-চিতা -  আমি সকলোৱে ডাঙৰ হোৱা পিছত মা-দেউতাৰ চোৱা-চিতা কৰিব লাগে ।  

৫১১) অহা-যোৱা- মানুহজন তেতিয়াৰ পৰাই অহা-যোৱা কৰি আছে।  

৫১২) হেঁচা-টেপা-

৫১৩) লৰা-ঢপৰা - বৰষুণ অহাৰ বাবে মানুহবোৰে লৰা-ঢপৰা কৰি আছে ।   

৫১৪) শ্ৰমজীৱী-

৫১৫) ক্ষয় - বানপানীৰ কাৰণে মানুহবোৰৰ বহুটো ক্ষয় হৈছে  ।    

৫১৬) ক্ষন্তেক - যোৱাৰাতি বৰষুণজাক ক্ষন্তেক সময়ৰ কাৰণে আহিছিল ।

৫১৭) আদৰ্শ -  ৰাম এজন আদৰ্শ ছাত্ৰ ।  

৫১৮) ধুৰুপ -

৫১৯) সৰ-


৫২১) ভাজি-

৫২২) চকু - হৰিণৰ চকু যুৰি বৰ ধুনীয়া ।



Morigaon , Assam
Redite By Bipasha kakati..





Post Id: DABP001018