অসমীয়া কিতাপৰ বাক্য ৰচনা কৰা
১) শুৱনী - পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।
২) সুৰীয়া - মোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।
৩) ধুনীয়া - মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।
৪) চহকী - মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
৫) কুমলীয়া - ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
৬)সুবিশাল - কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে - হাতে ধৰা - ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।
৭) কথাচহকী - বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।
৮) কথা শু্ন - শিক্ষকে ছাত্ৰসকলক ক 'লে যে মই কোৱা প্ৰতিটো কথা শু্ন
৯) কথা ৰাখ - পুষ্পই বিপাছাক কথা ৰাখ্ বুলি প্ৰতিশ্ৰুতি ল 'বলৈ কলে ।
১০) মিচিকিয়াই - নয়নাই মিচিকিয়াই হাঁহি খুড়াকক সুধিলে ।
১১) চেনেহী - অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী ।
১২) পূৰণি - হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি ।
১৩) ধন্যবাদ - কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ প্ৰকাশ কৰিব লাগে ।
১৪) সাহিত্য - সাহিত্য সমাজৰ দাপোন স্বৰূপ
১৫) যুগে-যুগে - অসমীয়া ভাষাও যুগে - যুগে পৰিৱৰ্তিত হৈ আহিছে ।
১৬) জেতুকা - বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।
১৭) ভমকা - আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।
১৮) আঁচু -ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে ।
১৯) শাল - মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।
২০) দিহা - আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।
২১) ভিৰাই - ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।
২২) জেঙা - লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম চিঠিখন ডাকত দিওতেই লগাগে জেঙা ।
২৩) সুৰঙা - ৰমেনে তাৰ ঘড়ীটোক এটা বাকচত বাকচটোৰ সুৰুঙা দি সুমুৱাই থ 'লে ।
২৪) দয়াপৰৱশ - কোনোৱাই কিবা বুজি নাপালে তাক খঙেৰে নুবুজাই মৰম আৰু দয়াপৰৱশ হৈ বুজাৱ লাগে।
২৫) পৰিভ্ৰমী - মাজুলীলৈ শৰতকালত পৰিভ্ৰমী চৰাইবোৰ আহে ।
২৬) ৰহন - আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে ।
২৭) সংৰক্ষণ - গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষণ হৈ আছে ।
২৮) মণিকূট - ৰাজহঁতে সত্ৰত মণিকুটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে ।
২৯) সীৰলু - নাঙলৰ সীৰলুৰ দৰে পানী কাটি - কাটি নাওঁখন আগুৱাই গ 'ল ।
৩০) মায়াময় - ব্ৰক্ষ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা ।
৩১) কিৰীলি - ভাওনাৰ বাবে সজায় থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰীলি পাৰি উঠিল ।
৩২) চক্চকীয়া - মহো- হো গীতত চেমনীয়াহঁতে বাহঁৰ পাত চক্চকীয়া বুলি কৈছে ।
৩৩) চিকমিকিয়া - পূজাৰ দিনা মহিলাসকলে চিকমিকিয়া কাপোৰ পিন্ধী পূজা চাবলৈ গ'ল ।
৩৪) টাঙোন - চেমনীয়াহঁতে ম'হ মাৰিবলৈ হাতত টাঙোন লৈছে ।
বি , পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাসক একোটা বাক্য ৰচনা কৰা ।
৩৫) মুখ - বিমুখ = কেতিয়াওঁ কাকো বিমুখ কৰিব নেপাই ।
৩৬) দূৰ - বিদুৰ =সূৰ্যৰ পৰা পৃথিবীলৈ বিদূৰ ।
পৃ
৩৭) কিৰণ - বিকিৰণ =সূৰ্য উদয় হোৱাৰ লগে লগে থিৱীৰ প্ৰথম পুৱাটোৰ বিকিৰণ হয় ।
।
৩৮) আচু ঃ আচু হৈছে অসমৰ এটা দল-সংগঠন ।
৪৮) ক্ষুদ্ৰ -অনুজীৱ বোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ।
৪৯) আনুষ্ঠানিক - আমাৰ গাওঁত এখন আনুষ্ঠানিক সভা পাতিছিল
৫০) গতিপথ - গ্ৰহ - নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে ।
৫১) প্ৰচেষ্টা - বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে ।
৫৪) প্ৰশংসা - ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় ।
৫৫) বাৰ ( সপ্তাহৰ বাৰ ) =এই সোমবাৰে আমি নগাওঁলৈ যাম ।
৫৬) বাৰ ( অ ) সংখ্য়া ) = এক দৰ্জনত বাৰতা থাকে ।
৫৭) পাৰ ( নদীৰ পাৰ) = ৰহিম হতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।
৫৯) টকা ( টকা - পইচা) =টকা - পইচা নিয়মমতে খৰচ কৰিব লাগে ।
৫৮) পাৰ ( অ) ( চৰাই ) = আগৰ দিনত পাৰই দূৰনিলৈ চিঠি লৈ গৈছিল ।
৫৯) আলু -দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে ।
৬০) কোন - - গাওঁখনত অচিনাকী মানুহএজন সুমুৱাৰ বাবে গাৱৰ মানুহে তেওঁক আপুনি কোন বুলি প্ৰশ্ন কৰিলে ।
৮০) অবিৰাম - অবিৰামভাৱে মানুহজনে সূলভ - মূল্যৰ দোকানী জনৰ পৰা কেৰাচিন কিনিবলৈ আহে ।
৮১) জান - জুৰি - আমাৰ গাৱত দুটাকৈ জান - জুৰি আছে ।
৮৩ ) ছিদ্ৰ - ৰহিমে মমডালৰ ছিদ্ৰটো জ্বলাইলৈ কোঠাটোলৈ গ'ল ।
৮৪ ) পুথি - নামঘৰত সন্ধিয়া সময়ত সদাই পুথি পঢ়ে ।
৮৫) মন থিৰ - আমি সদায় সকলো কাম মন থি
৮২ )কুল - কুল - জুৰিটোৰ পৰা পানী কুল - কুলকৈ বৈ আহে ।
ৰ কৰি কৰিব লাগে ।
৮৬) ৰঙা বেলি - সদায় ৰাতিপোৱা ৰঙা বেলি দেখা পোৱা যায় ।
৮৭ ) বঙহৰদেউ - পূৰনি কালত মহিলাসকলে তেওঁলোকৰ স্বামীক বঙহৰদেউ বুলি সন্মান কৰি সম্বোধন কৰিছিল ।
৮৮) চিৰস্মৰণীয় - বীৰাঙ্গনা মূলাগাভৰু মৰিও অমৰহৈ আমাৰবাবে সদায় চিৰস্মৰণীয় হৈ থাকিল ।
৮৯ )ধন - সোণ - ঘৰত কোনো নথকা অৱস্থাত চুৰকেইতা আহি ঘৰৰ তলা ভাঙি ধন - সোণ চুৰি কৰি লৈ গ'ল ।
৯০ ) খা - খবৰ - মোমায়েকে ভাগিনিয়েকহতঁৰ খা - খবৰ লবলৈ আহিল ।
৯১ )টকা - পইচা - ওচৰ চুবুৰিয়াৰ বিপদ - আপদ হ'লে টকা - পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে ।
৯১)বৰদৈচিলা - চ'তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে ।
৯৩) হিল - দল ভাঙি - বৰদৈচিলা অহাৰ সময়ত সকলোবোৰ হিল - দল ভাঙি উৰুৱাই নিয়ে ।
৯৪ )ঢাপলি মেলে - বৰদৈচিলাই আউলি - বাউলি হৈ ঢাপলি মেলে ।
৯৫ ) শীতল - পাটি - ৰহিমহঁতৰ ঘৰত ৰামক শীতল -পাটিত বহিবলৈ দিলে ।
৯৬ ) মূৰৰ চুলি মেলাই - বৰদৈচিলাক মাকে মূৰৰ চুলি মেলাই বহিবলৈ কলে ।
৯৭ )প্ৰশংসা - ভাল কাম কৰিলে প্ৰশংসা পোৱা যায় আৰু বেয়া কাম কৰিলে ঘৃণাৰ যোগ্য হয় ।
৯৮ ) চোতাল - ৰহিমলাই চোতাল - বাট সাৰি ঘৰৰ ভিতৰলৈ গ'ল ।
৯৯ )কাঁহী - পেহিয়েকে ভতিজাকক কাহঁৰ কাঁহীত ভাত খাবলৈ দিলে ।
১০০) চিকুণাই - নীৰৱে সিহঁতৰ বাৰীখন চিকুনাই গ'ল ।
১০১ ) তিৰবিৰ - আকাশত থকা তৰাবোৰ তিৰবিৰকৈ জ্বিলিকি থাকে ।
১০২ ) সুৰুঙা - বাকচটোৰ সুৰুঙাদি ৰহিমে তাৰ ঘড়ীটো বাকচটোত থলে।
১০৩ )লৰ কাইট - পানীৰ তলৰ কাইটক কোনেও দেখা নাপায় ।
১০৪ ) পানীত পৰ - কালীদাসক মূৰ্খ বুলি তেওঁৰ পত্নীয়ে পানীত পৰ বুলি কৈছিল ।
১০৫) থৈয়া - নথৈয়া - শৰাই ঘাটত থৈয়া - নথৈয়া ৰণ হৈছিল ।
১০৬) জন্ম দিন -ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীজৱহৰলাল নেহেৰুৰ জন্ম দিন টো শিশু দিৱস হিচাপে পালন কৰা হয় ।
১০৭ ) উপহাৰ- উপহাৰ যিয়েই নহওক তাক সদায় হাঁহিমুখে আদৰি ল'ব লাগে ।
১০৮ ) নামঘৰ - সন্ধিয়া সময়ত নামঘৰত দবা কোবায় ।
১০৯ ) জলপান - বিহুত আমি সকলোৱে ইঘৰে সিঘৰত চাহ - জলপান খাবলৈ যাও ।
১১০ ) পৰিপাটি - আমি সদায় পৰিস্কাৰ - পৰিপাটি হয় থাকিব লাগে ।
১১১) মজা - ৰহিমে গৰম দিনত নেমুৰ স্বৰবত খাই বৰ মজা পায় ।
১১২) সপোন - নিজৰ জীৱনৰ প্ৰতি থকা সপোনক সদায় দৃথক কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব লাগে ।
১১৩) বেপাৰি ঃ ৰহিম এজন বেপাৰি ।
১১৪ )লগৰীয়া - সদায় ভাল ভাল সঙ্গৰ লগৰীয়া হ'ব লাগে
১১৫) অধ্যৱসায়- ৰামে ডক্তৰ হবলৈ অধ্যৱসায় চেষ্টা কৰিমে ।
১১৬) নেৰানেপেৰা- মালাই মেলা চাব যাবলৈ মায়েকক নেৰানেপেৰাকৈ কয় আছে ।
১১৭) আমন্ত্ৰণ- আমাৰ গাৱঁত সভা এখন হব কাৰণে মানুববোৰে হিমেনৰ বাপেকক আমন্ত্ৰণ কৰিছে ।
১১৮)অনুসন্ধিংসু-
১১৯) প্ৰত্যাূহ্বান- আমি আমাৰ জীৱনত নানা ধৰণৰ প্ৰত্যাূহ্বান ৰ লগত যুজিব লাগে ।
১২০) ঘাত-প্ৰতিঘাত- যুদ্ধত ৰামৰ বাপেকৰ ঘাত-প্ৰতিঘাত হল ।
১২১) প্ৰত্যাযশিত -
১২২) প্ৰৱাসী-
১২৩) নিমিষতে- ৰহিমৰ বাপেক সিহতঁৰ পৰা নিমিষতে যেন আচৰি গ'ল ।
১২৪) টেঙৰ - ৰাজু বহুত টেঙৰ লৰা ।
১২৫) পণ-
১২৬) প্ৰস্তাৱ- বিয়াত যাবৰ কাৰণে ৰামৰ ঘৰৰ পৰা ৰহিমৰ ঘৰলৈ প্ৰস্তাৱ আগবঢ়ালে ।
১২৭) লালকাল- কেচুৱাটো টুপনিটে লালকাল হল ।
১২৮) পলাই- পুলিচজনক দেখি চুৰটোৱে পলাই পতং দিলে ।
১২৯) পত্ৰং-
১৩০) অজুহাত - মানুহজনে কামটো নকৰা বিভিন্ন অজুহাত দেখুৱালে ।
১৩১) হেঁপাহ - জুনৰ কিতাপখন পঢ়িবলৈ বৰ হেঁপাহ জাগিছিল ।
১৩২) পলুৱাই- ৰাজে ৰুমনৰ বায়েকক পলুৱাই লই গ'ল ।
১৩৩) শিলাময়- শিলাময় পৰ্বতবোৰ বগাবলৈ বৰ টান ।
১৩৪) স্বদেশ-প্ৰেম- তৰুণৰাম ফুকণ এজন স্বদেশ প্ৰেমী লোক আছিল ।
১৩৫) কাঠ- চিত-
১৩৬)ফটা-ফুটা- জদুয়ে ফটা-ফুটা কাপোৰ পিন্ধি থকা দেখি মিনিৰ বৰ দুঃখ লাগিল ।
১৩৭) বিভূতি-বৈভৱ-
১৩৮)গুণ-গান- ভাল কাম কৰিলে মানুহে গুন-গান গায়ে ।
১৩৯)খিয়াতি-
১৪০) সুকীয়া-সুকীয়া-
১৪১) আশাশুধীয়া - কাঞ্চনৰ ডাক্তৰ হোৱা আশাশুধীয়া সপোন পুৰ হল ।
১৪২) বাটকুৰি -
১৪৩) কাণ ছোৱাই -
১৪৪) কাণ থিয়- কোনোবাই কথা কলে কান থিয় কৰি শুনি থকাটো ৰমলা মাকৰ পুৰণা অভ্যাস ।
১৪৫) চলা-ফিৰা- গাড়ী খনে লাহে লাহে চলা - ফিৰা কৰিছে ।
১৪৬) আওকণীয়া - বিদ্যালয়ত পাঠটো পঢ়াই থকা সময়ত ৰিয়াই আওকণীয়া কৰি আছিল ।
১৪৭) হেলাৰঙে-
১৪৮) সহমৰ্মিতা- ল'ৰা - ছোৱালীক সদায়ে সমমৰ্মিতাৰে পঢ়িবলৈ সুযোগ দিব লাগে ।
১৪৯) দূষ্টিহীন- দূষ্টিহীন মানুহক চৰকাৰে বহুটো সুবিধা প্ৰদান কৰে।
১৫০) দূষ্টিক্ষম- দূষ্টিক্ষম মানুহে নিজৰ পৃথিৱীখন মুকলি মনেৰে চাব পাৰে ।
১৫১)দূষ্টিভংগী - সীতাৰ দূষ্টিভংগী বৰ ধুনীয়া ।
১৫২)আত্ম-সচেতন- সদায় মানুহ আত্ম- সচেতন হব লাগে ।
১৫৩) আত্ম-বিশ্বাসী - আত্ম - বিশ্বাসী মানুহে কোনো কাম কৰিবৰ বাবে সংকোচ বোধ নকৰে ।
১৫৪) একাত্মীয়তা -
১৫৫) অনন্য় - চিৰিয়াখানা খনত অনন্য পশু- পক্ষীৰে ভৰি আছে ।
১৫৬) অনুসন্ধিংসু - ল'ৰাজনৰ অপহৰণ হোৱাৰে পৰা কোনো অনুসন্ধিংসু পোৱা নাই ।
১৫৭) ৰোমাঞ্চকৰ - নাটখন বৰ ৰোমাঞ্চকৰ আছিল ।
১৫৮) মৰণ পণ কৰা -
১৫৯) জিৰণি - মামুৰ মাকে গোটে ঘৰ খনৰ কাম কৰি অলপ জিৰণি লৈছে ।
১৬০) জিৰণী-
১৬১) ইলুটি-সিলুটি-
১৬২) তল-ওপৰ - ৰিণাৰ খং উঠিলে গোটেই ঘৰখন তল- ওপৰ কৰি দেয়ে ।
১৬৩) খুঁটিয়া-খুঁটি- চ'ৰাইবোৰে মন্দিৰটোৰ আগত খুঁটিয়া-খুঁটি লাগি আছে ।
১৬৪) ওলট-পালট - পুথিভঁৰালটোত গোটেই কিতাপবোৰ ওলট-পালট হয় গল ।
১৬৫) হাটে-বাটে-
১৬৬) কাপুৰুষ-
১৬৭) ভটীয়নী -
১৬৮) ৰাজআলি - গড়গাৱত ধোদে ৰাজআলি বান্ধে ।
১৬৯) বিচূৰ্তি-
১৭০) কোঢ়াল-
১৭১) নিখুঁত-
১৭২) সিদ্বান্ত - বিপুলে আজি বৰ এটা ভাল সিন্ধান্ত ললে ।
১৭৩) দ্ৰতগতি - কৰোণা আক্ৰান্তৰ সংখ্যা দ্ৰতগতিত অসমত বাঢ়িবলৈ ধৰিছে ।
১৭৪) পাতনি - গছডালে নতুনকৈ পাতনি মেলিছে ।
১৭৫) অধ্যৱসায়- স্বাবলম্বী হবলৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন ।
১৭৬) জাকত- জিলিকা - জুবিন গায়কৰ নামটো গোটেই পৃথিৱীতে জাকত-জিলিকা ।
১৭৬) আকৰ্ষণীয় - চুম্বক লোৰ আকৰ্ষণীয় পদাৰ্থ ।
১৭৭) লৰচৰ - ধ্যান কৰি থকা সময়ত লৰচৰ কৰি থাকিব নাপায় ।
১৭৮) দিন-ৰাতি - আমেৰিকা আৰু ভাৰতৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে ।
১৭৯) নিজ বাটে -
১৮০) অবিহনে - পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম ।
১৮১) হানি হোৱা - কেতিয়াওঁ আনৰ হানি হোৱা কাম কৰিব নালাগে।
১৮২) গন পোৱা -
১৮৩)কুকূুৰ-লৰ -
১৮৪) সোণত সুৱগা চৰা-
১৮৫) হিতে বিপৰীত-
১৮৬) দাংকোলা-
১৮৭) খুদুৱনি-
১৮৯) চতুৰালি - অধিক চতুৰালি বেয়া ।
১৯০) খৰচীয়া-
১৯১) উগুল- থুগুল - আজি ৰামৰ মন টো বৰ উগুল- থুগুল লাগি আছে ।
১৯২) সঞ্চিত - আমি পানী সঞ্চিত কৰি ৰাখিব লাগে ।
১৯৩) শ্ৰেয়স-
১৯৪) কোঁচখোৱা -
১৯৫) আধনাৰ্জি-
১৯৬) বিৰল - কিছুমান মানুহৰ বিৰল প্ৰতিভা থাকে যাক চিনি পোৱা টো টান
১৯৭) প্ৰতিকূল-
১৯৮) অনুৰণৰ-
১৯৯) হৃদয়ংগম-
২০০) নিতাল মাৰি - ৰাতি হোলা কাৰণে গোটে ঠাইখিনি নিতাল মাৰি গল ।
২০২) বিপন্ন-
২০৩) সংৰক্ষণ - আমি সকলোৱে পানী সংৰক্ষণ কৰি ৰাোখিব লাগে।
২০৪) দায়িত্ব - শিক্ষক - শিক্ষত্ৰিৰ কথা শুনাটো ছাত্ৰ- ছাত্ৰিসকলৰ দায়িত্ব ।
২০৫) ওজৰ -
২০৭) দোধোৰা-মোধোৰা-
২০৮) আত্মত্যাগ - কনকলতাই ইংৰাজৰ পৰা অসমৰ আজাতিৰ কাৰণে আত্মত্যাগ কৰিছিল ।
২০৯) উপদেশ - সদায় ভাল উপদেশ লব লাগে ।
২১০) চকু-পৰিল-
২১১) ঠনা ধৰা-
২১২) শ্ৰীবৃদ্ধি - দোকানখনৰ এই মাহটোত শ্ৰীবৃদ্ধি বাঢ়িছে ।
২১৩) অনায়সে - নদী অনায়সে বই গয় থাকে ।
২১৪) একাণপতীয়া-
২১৫) জনমভূমি - আমি আমাৰ জনমভূমিৰ সদায় সন্মান কৰিব লাগে ।
২১৬) চৰণ - আমি সকলো ভগৱানৰ চৰণত আছো ।
২১৭) চিকুণী -
২১৮) সুৱদি -
২১৯) পৃথিৱী - পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘৰে ।
২২০) শুৱনি - বাগিছাখন বৰ শুৱনি ।
২২১) ধুনীয়া - ময়ূৰ এজনী বৰ ধুনিয়া পক্ষী।
২২২) ধেমালি - সৰু লৰা ছোৱালীবোৰে হাঁহি ধেমালি ৰে খেলি আছে।
২২৩) পাখি - চৰাইয়ে পাখিৰ সহায়ত আকাশত উৰে ।
২২৪) বপুৰী-
২২৫) স্বাধীন গীত-
২২৬) শোভাযাত্ৰা -শংকৰদেৱৰ তিথিত আমি সকলোৱে শোভাযাত্ৰা কৰো ।
২২৭) উত্তোলন-
২২৮) অনুপ্ৰেৰণা - ৰামক ভাল কামৰ কাৰণে তাৰ আইতাকে অনুপ্ৰেণা জগাইছে ।
২২৯) অহিংসা- আমি সদায় অহিংসাৰ পথত যাব লাগে ।
২৩০) সাম্প্ৰদায়িকতা -
২৩১) সত্যাগ্ৰহ - মহাত্মা গান্ধী এজন সত্যাগ্ৰহ বাদী লোক আছিল ।
২৩২) নিৰ্ভীক - মহাত্মা গান্ধী ব্ৰিটিছ সকলৰ প্ৰতি নিৰ্ভীক আছিল ।
২৩৩) বিভূশিত - অৰুণিমা সিংহাক নৱেল বটাদি বিভূশিত কৰিছিল।
২৩৪) নিন্দা-কুংসা-
২৩৫) দৰাঘৰীয়া - কইনা ঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহবোৰহ একেলগে গৈছিল ।
২৩৬) হেঙাৰ এৰি দে-
২৩৭) এসাজ খাই এসাজ লঘোনে - যোৱা বুধবাৰে ৰহিমহতে এসাজ খাই এসাজ লঘোনে থাকিব লগা হল ।
২৩৮) টহলি-
২৩৯) কাণ সাৰ - ডাঙৰে কথা ক'লে কাণ সাৰ দিব লাগে ।
২৪০) ওৰ -
২৪১) হিংসা - আমি কেতিয়াও কাকো হিংসা কৰিব নালাগে ।
২৪২) বিদ্বেষ -
২৪৩) চকুলো - আইতা গৰাকীৰ কথা শুনি মালাৰ চকুলো বইলে ।
২৪৪) জলমল-
২৪৫) ভোঁতা -
২৪৬) অপব্য়য় - খৰছটো অপব্যয় হ'ব বুলি মিনা বজাৰলৈ নগ'ল ।
২৪৭) সদবৱ্যহাৰ - আমি আমাৰ বুদ্ধি বোৰৰ সদব্যাৱহাৰ কৰিব লাগে ।
২৪৮) সংশোধন-
২৪৯) স্ৰজন-
২৫০) ভাও -
২৫১) সুঁৱদি-
২৫২) সাজি-কাচি - জিনা সাজি-কাচি বিয়ালৈ যাব উলাল ।
২৫৩) অযাচিত-
২৫৪) অশেষ - কামটো কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল ।
২৫৫) আন্তৰিক - ৰঙালী বিহুৰ বাবে ৰিতুৱে ৰহিমক আন্তৰিক সুভেচ্চা জ্ঞাপন কৰিলে ।
২৫৬) কায়- মনে-
২৫৭) পুলকিত-
২৫৮) সততে-
২৫৯) শোক-তাপ-
২৬০) পৰাণ-
২৬১) নিজান - ৰাতি বাটতো নিজান হৈ আছিল ।
২৬২) সংকীৰ্তন-
২৬৩) সাম্যমন্ত্ৰ-
২৬৪) চউপাশে - আমাৰ চউপাশে গছ-গছনিৰে ভৰি আছে ।
২৬৫) জুৰা - নাৰিকল কিতা জুৰা লাগি আছে ।
২৬৬) আঁতি-গুৰি - আমি কোনো এটা কথাৰ আঁতি-গুৰি নোলোৱাকৈ বেলেগক ক'ব নালাগে ।
২৬৭) খু-দুৱনি-
২৬৮) জোলোঙা - নিগনিটোক দেখি মেকুৰিটোৱে জোলোঙা মাৰি আছিল ।
২৬৯) পিৰালি - ৰহিম হতৰ ঘৰৰ পিৰালিটো ফুলেৰে ভৰি আছে ।
২৭০) আচহুৱা-
২৭১) দেশব্যাপী-
২৭২) মূলমন্ত্ৰ - উদ্গতিৰ গতিৰ মূলমন্ত্ৰ হ'ল বিদ্যা ।
২৭৩) দেশ- বিদেশ - ৰামৰ ডাঙৰ হলে দেশ-বিদেশ ফুৰাটো এটা সপোন ।
২৭৪) কলংক - আমাৰ সমাজৰ পৰা কলংকবোৰ আঁতৰাই ৰাখিব লাগে ।
২৭৫) ঘোৰ্ঘোৰণি - ফেনখনৰ পৰা ঘোৰৰ্ঘোৰণি শব্দ আঙি আছে ।
২৭৬) আহল-বহল - আমাৰ স্কুলৰ খেল পথাৰ খন আহল-বহল ।
২৭৭) ধীৰ-স্থিৰ -
২৭৮) দোকমোকালি - মিনু ৰাতিপুৱা দোকমুকালি সময়তে উঠি পঢ়ে ।
২৭৯) উমঘাম-
২৮০) শেহাই শেহাই-
২৮১) সচাঁ - আমি সদাই সঁচা কথা কব লাগে ।
২৮২) পখালি - আমি ভাত খোৱাৰ আগতে হাত খন ধুই পখালি খাব লাগে ।
২৮৩) দৃঢ় - আমি কোনো এটা কাম কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা লব লাগে ।
২৮৪) ভৰাই - অৰ্জুণ হঁতৰ ঘৰৰ পেতাৰিটোত ধন ভৰাই থৈছে ।
২৮৫) মলি - সদাই গা-পা ধুই শৰীৰৰ মলি বোৰ আঁতৰ কৰিব লাগে ।
২৮৬) দুখীয়া-নিছলা - দুখীয়া-নিছলা মানুহবোৰক আমি সদায় সহায় কৰিব লাগে ।
২৮৭) ফাটি- ফুটি - তেওঁ আজি ভাল কাম কৰাৰ কাৰণে তেওঁৰ নামটো গাঁৱত ফাটি-ফুটি গৈছে ।
২৮৮) সহায়- অসহায়-
২৮৯) দুখ-কষ্ট - দুখীয়া মানুহবোৰে দুখ কষ্টৰে জীৱন-জাপন কৰিব লাগে ।
২৯০) বৃথা - বিদ্যাহীন জীৱন বৃথা বুলি মানুহবোৰে মানে ।
২৯১) সমাগম - সভাখনত মানুহৰ সমাগম বহুত হৈছে ।
২৯২) প্ৰতিফল - আন্ধাৰ কোঠলিটোত পোহৰৰ প্ৰতিফল হৈছে ।
২৯৩) একনিষ্ঠ -
২৯৪) নেতৃত্ব - মহাত্মা গান্ধীৰ নেতৃত্বত মানুহবোৰে ইংৰাজৰ পৰা আজাতিৰ কাৰণে আন্দোলন কৰিছিল ।
২৯৫) স্বীকৃতি - ভাল কামৰ কাৰণে আজি কমলক স্বীকৃতি প্ৰদান কৰা হ'ল ।
২৯৬) প্ৰতিনিধি - এবাৰ ৰহিম হঁতৰ গাঁৱত কাম কৰিবৰ কাৰণে ৰাণীৰ বাপেকক প্ৰিতিনিধি হিচাপে নিযুক্ত কৰা হ'ল ।
২৯৭) সুদক্ষ - জুবিন গাৰ্গ এজন সুদক্ষ গায়ক ।
২৯৮) বিভোল-
২৯৯) দিহা-দিহি-
৩০০) আভাস - পিংকীয়ে এফ কামটোৰ এটা সৰু সুৰা আভাস পাইছে হে ।
৩০১) ৰাও-
৩০১) দৌল - আজি দৌল যাত্ৰা আৰম্ভ হ'ল ।
৩০৩) ঘৰ-দুৱাৰ - ভূমি কম্পটোৱে ঘৰ - দুৱাৰ ভাঙি নিলে ।
৩০৪) আথে-বেথে-
৩০৫) যুদ্ধ-বিগ্ৰহ-
৩০৬) পুথি- পাঁজি - পুথি ভঁৰালত বহুতো পুথি-পাঁজি থাকে ।
৩০৭) ঘাট-মাউৰা - ইচু এজন ঘাট-মাউৰা ল'ৰা ।
৩০৮) চুকে-কোণে - আমি তুপনি যোৱাৰ আগতে ঘৰৰ চুকে কোণে ভাল দৰে টৰ্চ মাৰি চাব লাগে ।
৩০৯) গছ-গছনি- আমি গছ-গছনি সংৰক্ষন কৰিব লাগে ।
৩১০) লুকা-ভাকু- সৰু ল'ৰা ছোৱালীবোৰে লুকা-ভাকু খেলি আছে ।
৩১১) অবিৰাম - নদীখন অবিৰামে বৈ গৈ আছে ।
৩১২) জান-জুৰি - বৰষুনৰ কাৰণে নদী,জান-জুৰি বোৰ পানীৰে ভৰি আছে ।
৩১৩) কুলু-কুলুু - নিজৰাৰ পানীবোৰ কুল-কুল কৰি পৰি আছে ।
৩১৪) সুৰুঙা - বেৰৰ সুৰঙাতোদি পানী সোমাই আহেছে ।
৩১৫) ছিদ্ৰ - বায়ুত বহুটো ছিদ্ৰ কণিকা আছে ।
৩১৬) চেঙা-
৩১৭) চেঙালুটি-
৩১৮) পুথি - পুথি পঢ়িলে বহুটো জ্ঞান পোৱা যায় ।
৩১৯) মন থিৰ - আমি সদায় মন থিৰ কৰি ৰাখিব লাগে ।
৩২০) ৰঙা বেলি - ৰাতি পুৱা ৰঙা বেলিটো দেখি মোৰ মনটো বৰ ভাললাগি গ'ল ।
৩২১) থৈয়া- নথৈয়া - দেউতাক মৰাৰ পৰা পৰিয়ালটোৰ থৈয়া - নথৈয়া অৱস্থা হৈছে ।
৩২২) প্ৰাণটাকি-
৩২৩) দৃঢ়প্ৰতিজ্ঞ - মধুৱে এই কামটো কৰিব বুলি দৃঢ়প্ৰতিজ্ঞা লৈছে।
৩২৪) মহীয়ান-
৩২৫) তুমুল - এটা সৰু কথাৰ বাবে লুনা আৰু পলৰম মাজত আজি তুমুল বিৰ্তকৰ সৃষ্টি হ'ল ।
৩২৬) চিৰস্মৰণীয় - ভুপেন হাজৰীকাৰ গানবোৰ আমাৰ মাজত সদায় চিৰপস্মৰণীয় হ'য় থাকিব ।
৩২৭) ভেটা-ভেটি-
৩২৮) খা-খবৰ - ৰিয়াই মুন্নিৰ খা - খবৰ ল'লে ।
৩২৯) খা-খবৰ কৰ-়
৩৩০) খা-খবৰ ল- আমি সদায় মানুহৰ খা - খবৰ লব লাগে ।
৩৩১) খা - খবৰ ৰাখ -
৩৩২) হাত-মুখ - আমি ৰাতি পুৱা উঠি সদায় প্ৰথমে হাত - মুখ ধুব লাগে ।
৩৩৩) হাত-মুখ ধো- ৰীণাক মাকে ৰাতিপুৱা শুই উঠি অহাৰ পিছত ক'লে হাত- মুখ ধো ।
৩৩৪) টকা-পইচা - আমি সদায় টকা-পইচা নিয়ম মতে খৰচ কৰিব লাগে ।
৩৩৫) ধন-সোণ - ধন-সোণ দিওঁ সময় কিনিব নোৱাৰি ।
৩৩৬) বৰদৈচিলা - বহাগ মাহত বৰদৈছিলা মাকৰ ঘৰলৈ যায় ।
৩৩৭) হিল-দল ভাঙি - ধুমুহাটোৱে হিল-দল ভাঙি নি'লে ।
৩৩৮) ঢাপলি মেলা - বৰদৈচিলাই মাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিচে ।
৩৩৯) শীতল- পাটি - গৰমৰ কাৰণে ৰাণুৱে শীতল-পটিত শুলে ।
৩৪০) মূৰৰ চূলি মেলাই -
৩৪১) প্ৰশংসা - ভাল কাম কৰিলে মানুহে প্ৰসংসা কৰে ।
৩৪২) চোতাল - চোতালত মেলি থোৱা ধানবোৰ চৰাই আহি খালেহি।
৩৪৩) কাঁহী - আমি কাঁহীত ভাত খাওঁ ।
৩৪৪) চিকুণাই -
৩৪৫) তিৰবিৰ- ৰাতি আখাশত তৰাবোৰ তিৰবিৰ কৰি আছে ।
৩৪৬) জন্ম-দিন - একবছৰৰ মূৰত জন্ম-দিন আহে ।
৩৪৭) উপহাৰ - জন্ম দিনৰ কাৰণে ৰামুক মাকে এটা উপহাৰ দিলে।
৩৪৮) নামঘৰ - আমাৰ ঘৰৰ সন্মুখত এটা নামঘৰ আছে ।
৩৪৯) জলপান - ৰহিমে ৰাতিপুৱা মুখ-হাত ধুই জলপান খালে ।
৩৫০) পৰিপাটি- আমি সদায় পৰিপাটি হৈ থাকিব লাগে ।
৩৫১) মজা- নাটকখন চাই মজা লাগিল ।
৩৫২) মৰম-চেনেহ - আমাক বিদ্যালয়ত শিক্ষক-শিক্ষয়ত্ৰী মৰম - চেনেহ কৰে ।
৩৫৩) বিলাই - ৰহিমে আমবোৰ তাৰ লগৰীয়াবোৰক বিলাই দিলে ।
৩৫৪) লগৰায়া -
৩৫৫) শুৱনি - বাগিছাখন বৰ শুৱনি ।
৩৫৬) সুৰীয়া -
৩৫৭) ধুনীয়া - ছোৱালীজনি বৰ ধুনীয়া ।
৩৫৮) চবকী-
৩৫৯) কুমলীয়া - গছডালৰ পাতবোৰ কুমলীয়া হৈ আছে ।
৩৬০) সুবিশাল - ৰাতুল হ'তৰ ঘৰৰ কাষত এটা সুবিশাল জলাশয় ।
৩৬১) কথা-চহকী- পুনিত এজন কথা-চহকী ল'ৰা ।
৩৬২) কথা চোৱা-
৩৬৩) কথা শুুন্ - আমি সদায় জেষ্ঠ মানুুহৰ কথা-শুনিব লাগে ।
৩৬৪) কথা ৰাখ্ - আমি ডাঙৰ মানুহৰ কথা ৰাখিব লাগে ।
৩৬৫) মিচিকিয়াই - ৰামক দেখি সীতাই মিচিকিয়াই হাঁহিলে ।
৩৬৬) চেনেহী - আমাৰ স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীৰ নাম চেনেহী ।
৩৬৭) পুৰণি - আমি সদায় পুৰণি বস্তুবোৰ ভাল দৰে ৰাখিব লাগে ।
৩৬৮) ধন্যবাদ - এই কামটো কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো ।
৩৬৯) সাহিত্য - আমাৰ গাঁৱৰ খেলপথাৰখনত সাহিত্য সভা হ'ব ।
৩৭০) যুগে যুগে- যুগে যুগে আমাৰ সকলোৰে থকাৰ আচৰণবোৰ সলনি হৈছে।
৩৭১) জেতুকা - জেতুকাৰ ৰং ৰঙা ।
৩৭২) ভমকা-
৩৭৩) আঁচু-
৩৭৪) শাল - বৰষুণৰ পানীখিনি বৈ গৈ শাল,বিলত পৰিছে ।
৩৭৫) দিহা - ডাঙৰ মানুহৰ পৰা দিহা পৰামৰ্শলোৱাটো উচিত ।
৩৭৬) ভিৰাই - পুলিচটোক দেখি চুৰটোৱে ভিৰাই ল'ৰ মাৰিলে ।
৩৭৭) জেঙা -
৩৭৮) সুৰুঙা - বেৰৰ সুৰঙাটোদি পানী সোমাই আহিছে ।
৩৭৯) বহুমুখী - ভূপেন হাজৰিকা এজন বহুমুখি প্ৰতিভা সম্পন্ন লোক ।
৩৮০) দয়াপৰৱশ-
৩৮১) পৰিভ্ৰমী - অসমলৈ পৰিভ্ৰমী চৰাইবোৰ আহে আৰু সময় হ'লে গুচি যায় ।
৩৮২) ৰহণ - ৰিমাই কথাতটোত ৰহণ লগাই ক'লে ।
৩৮৩) সংৰক্ষণ - আমি এশিঙিয়া গড়বোৰ সংৰক্ষণ কৰি ৰাখিব লাগে ।
৩৮৪) মণিকূত - আইতাই ৰাতিপুৱা মণিকূতত চাকি দিলে ।
৩৮৫) সীৰলু -
৩৮৬) মায়াময় -
৩৮৭) কিৰীলি-
৩৮৮) চক্চকীয়া - কাহৰ বাচনটো চক্চকীয়া।
৩৮৯) চিকমিকীয়া - সোণৰ চেনডাল চিকমিকিয়া ।
৩৯০) সিকি - বস্তুটো কিনিবৰ কাৰণে মোক এটা সিকিৰ প্ৰয়োজন হল ।
৩৯২) টাঙোন -
৩৯৩) ভাগৰ - কামটো কৰি অহাৰ পিছত মোৰ বহুত ভাগৰ লাগিল।
৩৯৫) পূজনীয় - মা আৰু দেউতা আমাৰ সদায় পূজনীয় ।
৩৯৬) চেনেহ - আমি সদায় কৰুক মৰম চেনেহ কৰিব লাগে ।
৩৯৭) একেথিৰে - মানুহজনে কিৰণক একেথিৰে চাই আছিল ।
৩৯৮) ঠেহ ধৰা -
৩৯৯) কাবৌ কৰা -
৪০০) দৰাই-দৰাই -
৪০১) উধাতু-
৪০২) ধাউতি-
৪০৩) কেৰ-মেৰ - বাঁহ গছজোপা বতাহতে কেৰমেৰ কৰিলে ।
৪০৪) থৈয়া- নথৈয়া - ৰাম আৰু ৰাৱণৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল ।
৪০৫) নাচি- বাগি- আনন্দতে মানুহজনে নাচি-বাগি আছে ।
৪০৬) লুতৰি-পুতৰি-
৪০৭) কুলুকুলু - নিজৰাৰ পানীবোৰ কুলকুল কৰি পৰি আছে ।
৪০৮) লাহে লাহে- ফেনখন লাগে লাগে ঘূৰি আছে ।
৪০৯) চাফ-চিকুণ- আমি সদায় আমাৰ ঘৰটো চাফ-চিকুণ কৰি ৰাখিব লাগে ।
৪১০) গতি-বিধি-
৪১১) কেৰ-মেৰ-
৪১২) ঘৰ-বাৰী - মানপহজন ঘৰ-বাৰী নথকাৰ দৰে ঘূৰি ফুৰিছে ।
৪১৩) চিন-চাব-
৪১৪) দশোদিশে-
৪১৫) হঠাং-
৪১৬) গহৰি-
৪১৭) যশ-
৪১৮) এলাহ- এই কামটো কৰিবৰ কাৰণে মোৰ এলাহ লাগিছে ।
৪১৯) সুবিধা - মই এই কামটো কৰিবৰ কাৰণে সুবিধা এটা পাইছো ।
৪২০) ততালিকে - মানুহজনক ততালিকে চিকিৎলয়ত নিব লাগিব ।
৪২১) বন -
৪২২) লুংলুঙীয়া-
৪২৩) সন্ত্ষ্ট -
৪২৪) কষ্টকৰ - কামটো বৰ কষ্টকৰ আছিল ।
৪২৫) ৰং- ৰামধেনুৰ ৰং ৭টা ।
৪২৬) মনেৰে -
৪২৭) ৰণ-চালি-
৪২৮) থৌকি-বাথৌ-
৪২৯) ফেহুঁ-জালি-
৪৩০) যশ- মান-
৩৩১) কৱচ - আগৰ দিনত যেতিয়া যুদ্ধ হয় তেতিয়া মানুহবোৰে কৱচ পৰিধান কৰি যায় ।
৪৩২) জীৱন-মৰণ -
৪৩৩) অত্যাচাৰ - আমি কেতিয়াও কাকো শাৰীৰিকভাবে অত্যাচাৰ কৰিব নালাগে ।
৪৩৪) দুৰ্বলী-
৪৩৫) এখুন্দা-
৪৩৬) উপলুঙা-
৪৩৭) আধা- কেকটোৰ আধা মোৰ দাদাই খালে ।
৪৩৮) থেতেলা - আমটো মাটিত পৰি থেতেলা খাই গ'ল ।
৪৩৯) দোকোল-টকা-
৪৪০) মৌ বৰষা - কুলিৰ মাত মৌ বৰষা ।
৪৪১) কুঁহিপাত - বসন্ত কালত গছে নতুন কুঁহিপাত সলাই ।
৪৪২) শপত -
৪৪৩) মূল্যৱান - কিতাপত থকা জ্ঞানবোৰ আমাৰ বহত মূল্যৱান ।
৪৪৫) সামগ্ৰী - বজাৰৰ পৰা মই অলপ মোৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব গৈছিলো ।
৪৪৬) প্ৰাচীন - প্ৰাচীন কালত মানুহবোৰে খোৱা বস্তুবোৰ সিজাই খাইছিল ।
৪৪৭) পৰাকমী-
৪৪৮) কৃতিত্ব-
৪৪৯) ঢাপলি মেলা - ৰহিমে তাৰ আইতাকৰ ঘৰলৈ যাবৰ কাৰণে ঢাপলি মেলিছে ।
৪৫০) পাত পাত-
৪৫১) মূৰে-কপালে - চিন্তাতে মানুহ জনে মূৰে-কপালে বাত দিলে ।
৪৫২) খেচ্খেচনি-
৪৫৩) হাতত সাৰে ভৰিত সাৰে-
৪৫৪) হায়ৈ বিয়ৈ-
৪৫৫) কানি-কাপোৰ - বৰষুণজাকে বাহিৰত মেলি থোৱা কানি-কাপোৰ বোৰ তিতালে ।
৪৫৬) মূছকঁছ-
৪৫৭) লেৰেলা-চেৰেলা-
৪৫৮) উপলক্ষ- ৰাজুৱে তাৰ ভূলটোৰ উপলক্ষ কৰিলে ।
৪৫৯) খৰচি মাৰি - কোনো এটা কথাৰ খৰচি মাৰি জানিব বিচৰাটো এটা ভাল অভ্যাস ।
৪৬০) নিয়ম-কানুন-
৪৬১) মৰমিয়াল - যদু এজন বৰ মৰমিয়াল ল'ৰা ।
৪৬২) ঘৰ-বাৰী-
৪৬২) দেহ-মন - এই ঠাণ্ডা বতাহ জাকে মোৰ দেহ-মন যুৰ পেলাই দিলে ।
৪৬৩) অসীম - সাগৰৰ অসীম সিমা ৰাখি দেখি মোৰ মন মুগ্ধ হয় গ'ল ।
৪৬৪) নতি-
৪৬৬) বিতোপন-
৪৬৭) জাঁজ-
৪৬৮) দুৰ্ভিক্ষ-
৪৬৯) কৌশল - বিজ্ঞানৰ কৌশলে আমাৰ জীৱন সহজ কৰি তুলিছে।
৪৭০) অভ্যাস - আমি সদায় ভাল অভ্যাস বোৰ ৰাখিব লাগে ।
৪৭১) দুবেলা-দুসাঁজ - মানুহ জনে বৰ কষ্টৰে দপুবেলা-দুসাঁজ খাই আছে ।
৪৭২) চৰাই-চিৰিকটি - বনত চৰাই-চিৰিকটিবোৰে মাত দি আছে ।
৪৭৩) জীৱ-জন্তু- পানী ন'হলে জীৱ-জন্তুবোৰ জীয়াই থাকিব নোৱাৰে।
৪৭৪) ককবক-
৪৭৫) উশাহ-নিশাহ - প্ৰাণীয়ে নাকৰ সহায়ত উশাহ-নিশাহ লয় ।
৪৭৬) সুখ-সন্তোষ - ণে এই কামটো সুখ-সন্তোষেৰে কৰিলো ।
৪৭৭) বিনন্দীয়া -
৪৭৮) প্ৰণিপাত-
৪৮০) মিলন - শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বোলে ।
৪৮১) মধুৰ - কৃষ্ণৰ বাঁহীৰ মাতটো মধুৰ ।
৪৮২) মধুৰ-
৪৮৩) আদৰ - ৰাধাক মানুহজনে সিঁহতৰ ঘৰলৈ যাওঁতে মৰম আৰু আদৰ কৰিলে ।
৪৮৪) অলেষ - চিৰিয়াখানাত অশেষ জীৱ-জন্তু আছে ।
৪৮৫) ৰসাল - অসমৰ মাটিবোৰ ৰসাল ।
৪৮৬) গাঁঠি-
৪৮৯) হয়ভৰ-
৪৯০) টাঙোন-
৪৯১) নিজম - ৰাতি নিজম আকাশত তৰাবোৰ জিলিকি আছে ।
৪৯২) হিয়া - মানুহজনৰ কথা শুনি মোৰ হিয়া পমি গ'ল ।
৪৯৩) টোপনি - মানুহজনৰ টোপনি পাতল ।
৪৯৪) মুকুতা - বৰষণৰ পানীবোৰত ৰ'দৰ পোহৰ পৰি মুকুটাৰ দৰে জিলিকি আছে ।
৪৯৫) হিংসা-হিংসি-
৪৯৬) ছেদেলি-ভেদেলি - পুনমে তাইৰ কোঠালীটো বৰ ছেদেলি-ভেদেলি কৈ থৈ দিয়ে ।
৪৯৭) হেলাৰঙে-
৪৯৮) সষ্টম বিতত-
৪৯৯) বুকু ফিন্দাই-
৫০০) বিদ্যােংসাহী-
৫০১) সুনিপুণ-
৫০২) মিলা-প্ৰীতি - আমি বিদ্যালয়ত সকলোৱে মিলা-প্ৰীতিয়ে থাকো।
৫০৩) ঠেহ্পেচ-
৫০৪) দুনাই-
৫০৫) কাতৰ-
৫০৬) কেটেৰা-
৫০৭) দন্দ-
৫০৮) গুজৰি-গুমৰি-
৫০৯) গুম্-গুমাই -
৫১০) চোৱা-চিতা - আমি সকলোৱে ডাঙৰ হোৱা পিছত মা-দেউতাৰ চোৱা-চিতা কৰিব লাগে ।
৫১১) অহা-যোৱা- মানুহজন তেতিয়াৰ পৰাই অহা-যোৱা কৰি আছে।
৫১২) হেঁচা-টেপা-
৫১৩) লৰা-ঢপৰা - বৰষুণ অহাৰ বাবে মানুহবোৰে লৰা-ঢপৰা কৰি আছে ।
৫১৪) শ্ৰমজীৱী-
৫১৫) ক্ষয় - বানপানীৰ কাৰণে মানুহবোৰৰ বহুটো ক্ষয় হৈছে ।
৫১৬) ক্ষন্তেক - যোৱাৰাতি বৰষুণজাক ক্ষন্তেক সময়ৰ কাৰণে আহিছিল ।
৫১৭) আদৰ্শ - ৰাম এজন আদৰ্শ ছাত্ৰ ।
৫১৮) ধুৰুপ -
৫১৯) সৰ-
৫২১) ভাজি-
৫২২) চকু - হৰিণৰ চকু যুৰি বৰ ধুনীয়া ।
Morigaon , Assam
Redite By Bipasha kakati..
Post Id: DABP001018