বিপৰীত শব্দ
 
১) নিৰস- ৰসাল

২) আনন্দ- বিষাদ , নিবানন্দ

৩) সুখ- দুখ

৪) ভুল- শুদ্ধ 

৫) অগ্ৰগতি-

৬) প্ৰকাণ্ড- সৰু

৭) টেঙৰ- চতুৰ

৮) চহকী- দুখীয়া

৯) নিৰাশা- আশা

১০) অনুচিত-উচিত

১১) বিশ্বাস- অবিশ্বাস

১২) সমাপ্তি- আৰম্ভনি

১৩) দৃষ্টিহীন-

১৪) অক্ষম - সক্ষম

১৫) বিদেশী- স্বদেশী

১৬) অচল- সচল

১৭) জটিল- সৰল

১৮) বৃহং- ক্ষুদ্ৰ

১৯) সফলতা- বিফলতা

২০) আন্ধাৰ- পোহৰ

২১) শৃংখল - বিশৃংখল

২২) মিতব্যয়ী -

২৩) সহজ- টান

২৪) দূৰদশী- অদুৰদৰ্শী

২৫) শান্তি- অশান্তি

২৬) ধবংস-সৃষ্টি

২৭) ওৰ-

২৮) আগুৱা-

২৯) সঞ্চয়-

৩০) ধিয়াস-

৩১) কৃতকাৰ্যতা - অকৃতকাৰ্যতা

৩২) সফল- বিফল

 ৩৩) ধোৱাখুলীয়া-

৩৪) শান্তি- অশান্তি

৩৫) সুযোগ্য- অযোগ্য

৩৬) সুখ্যাতি- কুখ্যাতি

৩৭) কৃতজ্ঞ- অকৃতজ্ঞ

৩৮) অৰ্থপূৰ্ণ- অৰ্থহীন

৩৯) অমূুল্য- মূল্যহীন

৪০) সফলতা- বিফলতা

৪১) পুৰস্কাৰ - তিৰস্কাৰ

৪২) গধুৰ- পাতল

৪৩) দুখ- সুখ

৪৪) বলী- দুৰ্বলী

৪৫)সাহসী- ভয়াতুৰ

৪৬) বন্ধুত- শক্ৰতী

৪৭) মিলা- প্ৰীতি-

৪৮) একগোট-

৪৯) প্ৰকাশ-অপ্ৰকাশ

৫০) ভোগ-

৫১) স্মৃতি-

৫২) সমাপ্ত- আৰম্ভ

৫৩) আড়ম্বৰ-

৫৪) ভাগ্য- দুৰ্ভাগ্য

৫৫) ধৈৰ্য- অধৈৰ্য

৫৬) মৃত্যু-জন্ম

৫৭) জয়-পৰাজয়

৫৮) কাপুৰুষ- 

৫৯) ভয়- নিৰ্ভয়

৬০) শত্ৰু - মিত্ৰ

৬১) দুৰ্বল- সৰল

৬২) কঠিন- সহজ

৬৩) নবীন- প্ৰবীন

৬৪) পৰনিৰ্ভৰশীল- আত্মনিৰ্ভৰশীল

৬৫) দুৰ্লভ- 

৬৬) খৰগতি- বীৰগতি

৬৭)পূৰ্ণিমা- অমাৱশ্যা

৬৮) অনধিকাৰ-

৬৯) নিন্দা  - প্ৰশংসাৰ

৭০) অনাৱশ্যক- আবশ্যক

৭১) জাগ্ৰত- 

৭২) ধ্বংস- সূষ্টি

৭৩) অসম্ভৱ- সম্ভব

৭৪) অতীত- বৰ্তমান

৭৫) পুণ্য-পাপ

৭৬) পৱিত্ৰ- অপবিত্ৰ

৭৭) প্ৰেম-

৭৮) জীৱন-মৰণ

৭৯) অশেষ-

৮০) প্ৰজা -ৰজা

৮১) প্ৰশংসা-নিন্দা

৮২) নিম্ন-উচ্চ

৮৩) উপকাৰ-অপকাৰ

৮৪) শান্ত-অশান্ত

৮৫) ন্যায়-অন্যায

৮৬) সুখ- দুখ

৮৭) অসমৰ্থ-সমৰ্থ

৮৮) উপস্থিত-অনুপস্থিত

৮৯) ধ্বংস-সূষ্টি

৯০) চিনাকি-অচিনাকি

৯১) নৱীন- প্ৰবীন

৯২)  প্ৰাচীন-নতুন

৯৩) দুৰ্বল-শক্তিশালী

৯৪) পৰিকল্পিত-অপৰিকল্পিত

৯৫) বৈসাদৃশ্য-সাদূশ্য

৯৬) সফল-বিফল

৯৭) তীক্ষ্ণ-

৯৮) বিসংগতি- সংগতি

৯৯) মৃত্যু-জন্ম

১০০) বৃদ্ধি-

১০১) গভীৰ-তৰল

১০২) সুন্দৰী-

১০৩) পুত্ৰ-জীয়ৰী

১০৪) ভাই-ভনী

১০৫) আই-পিতাই 

১০৬) দাদা-বৌ

১০৭) নাৰী-পুৰুষ

১০৮) মিল- অমিল

১০৯) বুঢ়া-ডেকা

১১০) সোমোৱা-ওলোৱা

১১১) পোহনীয়া-বনৰীয়া

১১২) উত্তৰ- প্ৰশ্ন

১১৩) জঁয় পৰ-

১১৪) অধঃ-উধঃ

১১৫) বটাঁ-

১১৬) মুকুতি- বন্দী

১১৭) অধম- ধম

১১৮) গাফিলতি-

১১৯) পোনপটীয়া- আওপটীয়া

১২০) ক্ষমা-দয়া

১২১) অনিচ্ছা- ইচ্ছা

১২২) ভীৰু- নিৰ্ভীক

১২৩) খৰালি-জহকালি

১২৪) তৰাং-

১২৫) দুখ-সুখ

১২৬) ৰঙ-

১২৭) আঁতৰ-ওচৰ

১২৮) ভাল-বেয়া

১২৯) প্ৰশংসা- নিন্দা

১৩০) সুদক্ষ- অদক্ষ

১৩১)  গভীৰ- তৰল

১৩২) মেধাবী- ভোঁটা

১৩৩) আশা- নিৰাশা

১৩৪) অনুকূল- নিৰাশা

১৩৫) সূষ্টি- ধ্বংস

১৩৬) দুখিয়া-ধনী

১৩৭) প্ৰবল-

১৩৮) উন্নতি- অধোন্নতি

১৩৯) বিশুদ্ধ-

১৪০) দেখা-নেদেখা

১৪১) থকা-নথকা

১৪২) উপকাৰ- অপকাৰ

১৪৩) সৰু- ডাঙৰ

১৪৪) ক্ষুদ্ৰ - বৃহত

১৪৫) ধুনীয়া- কুংসিং-

১৪৬) তংক্ষণাং-

১৪৭) শকত- ক্ষীন 

১৪৮) চুটি-ওখ

১৪৯)  সুখ-দুখ

১৫০) পোহৰ-আন্ধাৰ

১৫১) বেয়া-ভাল

১৫২) ধুনিয়া-কুতসিত

১৫৩) মেলি-

১৫৪) ওপৰত- তলত

১৫৫) শুৱনি-

১৫৬) মৰা-জীয়া

১৫৭) স্বাধীন-পৰাধীন

১৫৮) জন্ম- মৃত্যু

১৮৯) শেষ- আৰম্ভ

১৯০) বিদেশী-স্বদেশী

১৯১) ত্যাগ- গ্ৰহন

১৯২) বুঢ়া-ডেকা

১৯৩) নিৰানন্দ-আনন্দ

১৯৪) শেষ-আৰম্ভ

১৯৫) খালী-ভৰ্তি

১৯৬) জপাই-

১৯৭) দীঘল- চুটি

১৯৮) আন্ধাৰ-পোহৰ

১৯৯) পুৰণি-নতুন

২০০) অসহায়-সহায়

২০১) বলী-দুৰ্বলী

২০২) ৰাতি-দিন

২০৩) গভীৰ-তৰল

২০৪) আনন্দ-নিৰানন্দ

২০৫) ধনী-দুখীয়া

২০৬) গুৰু-লঘু

২০৭) উজু-

২০৮) প্ৰাচীন-নতুন

২০৯) অসাধু-সাধু

২১০) জ্ঞান-অঞ্জান

২১১) নেদেখা-দেখা

২১২) হিত-অহিত

২১৩) ন্যায়-অন্যায়

২১৪) সংচৰিত-

২১৫) সাধু-অসাধু

২১৬) বিশ্বাস-অবিশ্বাস

২১৭) হিত-অহিত

২১৮) বেয়া-ভাল

২১৯) ধুনীয়া-কুতসিত

২২০) মেলি-

২২১) ওপৰত-তলত

২২২) মৰা-জীয়া

২২৩) স্বাধীন- পৰাধীন

২২৪) জন্ম- মৃত্যু

২২৫) শেষ-আৰম্ভ

২২৬) বিদেশী-স্বদেশী

২২৭) ত্যাগ-গ্ৰহন

২২৮) নিৰস-ৰসাল

২২৯) আনন্দ-নিৰানন্দ

২৩০) সুখ-দুখ

২৩১) ভুল-শুদ্ধ

২৩২) অগ্ৰগতি-

২৩৩) প্ৰকাণ্ড-সৰু

২৩৪) টেঙৰ- চতুৰ

২৩৫) চহকী-দুখীয়া

২৩৬) নিৰাশা- আশা

২৩৬) অনুচিত-উচিত

২৩৭) ওৰ-

২৩৮) আগুৱা- পিচোৱা

২৩৯) সঞ্চয়-

২৪০) ধিয়ায়-

২৪১)  কৃতকাৰ্যতা- অকৃতকাৰ্যতা

২৪২) সফল-বিফল
২৪৩)  সুযোগ্য- অযোগ্য

২৪৪) সুখ্যাতি- কুখ্যাতি

২৪৫) কৃতজ্ঞ- কৃতঘ্ন

২৪৬) সফলতা- বিফলতা-

২৪৭) অৰ্থপূৰ্ণ- অৰ্থহীন-

২৪৮) অমূল্য-মূল্যহীন

২৪৯) পুৰস্কাৰ- শাস্তি

২৫০) বলী- দুৰ্বল

২৫১) গধুৰ- পাতল

২৫২) দুখ- সুখ

২৫৩) সাহসী-

২৫৪)  বন্ধুত্ব-

২৫৫) মিলা - প্ৰীতি-

২৫৬) একগোট-

২৫৭) অণু- বৃহং

২৫৮) অলপ- বেছি

২৫৯) অন্ধ- চাক্ষুষ

২৬০) অন্তৰ-বাহিৰ

২৬১) অনুৰাগ- বিৰাগ

২৬২) অতিবৃষ্টি- অনাবৃষ্টি

২৬৩) অনুগ্ৰহ-নিগ্ৰহ

২৬৪) অমৃত-গৰল

২৬৫) অভাৱ- উভৈনদী

২৬৬) অনুকূল- প্ৰতিকূল

২৬৭) অসীম- সসীম

২৬৮) অহংকাৰ- নিৰহংকাৰ

২৬৯) আচল- নকল

২৭০) আদান-প্ৰদান

২৭১) আকাশ-পাতাল

২৭২) আধুনিক- নতুন

২৭৩)আন্ধাৰ-পোহৰ

২৭৪) ইচ্ছা-অনিচ্ছা

২৭৫) ইহলোক-পৰলোক

২৭৬) ইষ্ট-অনিষ্ট

২৭৭) উদাৰ-সংকীৰ্ণ

২৭৮) উন্নতি-অৱনতি

২৭৯) উত্তৰ-দক্ষিণ

২৮০) উপকাৰ-অপকাৰ

২৮১) উত্তম-অধম

২৮২) উদয়-অস্ত

২৮৩) উচিত-অনুচিত

২৮৪) উপযুক্ত-অনুপযুক্ত

২৮৫) উত্তম-অধম

২৮৬) উচ্চ-নীচ

২৮৭) উৰ্বৰ- অনুৰ্বৰ

২৮৮) উণ্থান - পতন

২৮৯) উংকৃষ্ট- নিকৃষ্ট

২৯০) উপস্থিত- অনুপস্থিত

২৯১) ওখ-চাপৰ

২৯২) ওপৰত- তলত

২৯৩) এতিয়া-তেতিয়া

২৯৪) কৃতজ্ঞ-অকৃতজ্ঞ

২৯৫) কোমল-কঠিন

২৯৬) কৃশ-স্থৃল

২৯৭)  খাল-বাম

২৯৮) খোৱা-নোখোৱা

২৯৯)  খাদ্য-অখাদ্য

৩০০) গুণ- দোষ

৩০১) গুণী- নিৰ্গুণী

৩০২) গুৰু-শিষ্য

৩০৩) দেশপ্ৰেমিক-দেশদ্ৰোহী

৩০৪) ধৰ্ম- অধম

৩০৪) ধনী- দুখীয়া

৩০৫) নিৰাপদ- বিপদজনক

৩০৭) নতুণ- পুৰণি

৩০৮) ন্যায়- অন্যায়

৩০৯) নিৰ্মল- মলিণ

৩১০)  নিৰাকাৰ- সাকাৰ

৩১১) নিৰ্দোষী- দোষী

৩১২) নিভীক- ভীৰু 

৩১৩)  পাতল- ডাঠ

৩১৪) পৰিশ্ৰমীা- অপৰিশ্ৰমীা

৩১৫) পণ্ডিত- মূৰ্খ

৩১৬) পৰিমিত- অপৰিমিত

৩১৭) প্ৰেৰণা- নিৰুংসাহ

৩১৮) প্ৰকৃত-অপ্ৰকৃত

৩১৯) প্ৰশ্ন-ওত্তৰ

৩২০) পুণ্য- পাপ

৩২১) প্ৰৱেশ- প্ৰস্থান

৩২২) পৰিষ্কাৰ- লেতেৰা

৩২৩) পৱিত্ৰ- অপৱিত্ৰ   

৩২৪) প্ৰতক্ষ্য- পৰোক্ষ

৩২৫) প্ৰচুৰ- অল্প

৩২৬) পুৱা- গধূলি

৩২৭) পুৰস্কাৰ- তিৰস্কাৰ

৩২৮)  প্ৰাচীন- নবীন

৩২৯)  প্ৰাচ্য- পাশ্চাত্য

৩৩০) প্ৰভু- ভূত্য

৩৩১) প্ৰকাশ- গোপণ

৩৩২) বহল- ঠেক

৩৩৩) বগা- ক'লা

৩৩৪) বন্ধু- শত্ৰু

৩৩৫) শুক্ল-কৃষ্ণ

৩৩৬) শান- অশান্ত

৩৩৭) শুভ-অশুভ

৩৩৮) শান্তি- অশান্তি

৩৩৯)   শুদ্ধ-ভুল

৩৪০) শকত- ক্ষীণ

৩৪১) সাধু-অসাধু

৩৪২)সচাঁ- মিছা

৩৪৩) সহযোগী- প্ৰতিযোগী 

৩৪৪) সমষ্টি- ব্যষ্টি

৩৪৫) সজীৱ-নিৰ্জীৱ

৩৪৬)সপক্ষ-বিপক্ষ

৩৪৭) সম্পদ-বিপদ

৩৪৮) সভ্য- অসভ্য

৩৪৯) সংযোগ- বিয়োগ

৩৫০) সন্মান-  অপমান

৩৫১) সশ্ৰম- বিনাশ্ৰম

৩৫২) সজ-অসজ

৩৫৩) সধবা- বিধৱা

৩৫৪) স্বৰ্গ- নৰক

৩৫৫) সুকৃতি- দুষ্কৃতি

৩৫৬) সুগম-দুৰ্গম

৩৫৭) সুস্থ-অসুস্থ

৩৫৮) সঞ্চয়-অপচয়

৩৫৯) সদয়-নিৰ্দয়

৩৬০) স্পষ্ট-অস্পষ্ট

৩৬১) সন্ধি-বিগ্ৰহ

৩৬২) সৰল- জটিল

৩৬৩)সুৱিধা-অস্বিধা

৩৬৪) সৃষ্টি- প্ৰলয়

৩৬৫) সুচল- অচল

৩৬৬) সুগন্ধ- দুগন্ধ

৩৬৭) সুৰ-অসুৰ

৩৬৮) সুযোগ-দুৰ্যোগ

৩৬৯) সুশ্ৰী-কুশ্ৰী

৩৭০) সুখ্যাতি- অখ্যাতি

৩৭১) সুলভ-দুৰ্ল্লভ

৩৭২) স্থিৰ- অস্থিৰ

৩৭৩) সুন্দৰ- কুংসিত

৩৭৪) স্বাধীন- পৰাধীন

৩৭৫) সোঁ - বাঁও

৩৭৬) স্থাৱৰ- জংগম

৩৭৭) আৰম্ভ- শেষ

৩৭৮) আৱিৰ্ভাৱ- তিৰোভাৱ

৩৭৯) আগ-গুৰি

৩৮০) আশা -নিৰাশা

৩৮১) আকৰ্ষণ-বিকৰ্ষণ

৩৮২) আশীবাদ-অভিশাপ

৩৮৩) আয়- ব্যয়

৩৮৪) আৰোহণ- অবহোৰণ

৩৮৫) আনন্দ- বিষাদ

৩৮৬) আস্তিক- নাস্তিক

৩৮৭) আচাৰ-অনাচাৰ

৩৮৮) আদি-অন্ত

৩৮৯) আয়তী-বিধৱা

৩৯০) আস্থা- অনাস্থা

৩৯১) আচামী- ফৰিয়াদী

৩৯২) আগমণ- প্ৰত্যাদমণ

৩৯৩) আপোন- পৰ

৩৯৪) আদৰ- অনাদৰ

৩৯৫) গহীন- চঞ্চল

৩৯৬) গ্ৰহণ- বৰ্জন

৩৯৭) গোপণ- প্ৰকাশ

৩৯৮) গধুৰ- পাতল

৩৯৯) গৰিষ্ঠি- লঘিষ্ঠ

৪০০) গভীৰ- তৰাং

৪০১) গৃহস্থী- সন্ন্যাসী

৪০২) গোচৰীয়া- পদকীয়া

৪০৩) ঘৰচীয়া- বনৰীয়া

৪০৫) চৰম- নৰম

৪০৬) চহকী- দুখীয়া

৪০৭) ঘন- পাতল

৪০৮) চেতন- জড়

৪০৯) চল- অচল

৪১০) চিনাকি- অচিনাকি

৪১১) জ্ঞানী- মূৰ্খ

৪১২) জমা-খৰচ

৪১৩) জন্ম- মূত্যু

৪১৪) জোখ- অজোখ

৪১৫) জাগৰণ- নিদ্ৰা

৪১৬) জয়- পৰাজয়

৪১৭) জীৱন- মৰণ

৪১৮) ডাঠ- পাতল

৪১৯) ডেকা- বুঢ়া

৪২০)  তপত- চেঁচা

৪২১) দ'-বাম

৪২২) দেৱতা- অসুৰ

৪২৩) দিন- ৰাতি

৪২৪)  দয়ালু- নিৰ্দয়

৪২৫) দীঘল- চুটি

৪২৬) দাতা- কৃপণ

৪২৭) দীৰ্ঘ-হ্ৰস্ব

৪২৮) বিপদ-সম্পদ

৪২৯) বিদ্যা- অবিদ্যা

৪৩০) বিৰহ- মিলন

৪৩১) বাজ- ভিতৰ

৪৩২) বৈধ- অবৈধ

৪৩৩) বিনীত- উদ্ধত

৪৩৪) বিখ্যাত- অখ্যাত

৪৩৫)  বিধি- অবিধি

৪৩৬)  বিনয়-গৰ্ব

৪৩৭) বাদী- বিবাদী

৪৩৮) বিস্তৃত- সংক্ষিত

৪৩৯) বিশ্বাসী- বিশ্বাসঘাতক

৪৪০) বিফলতা- সফলতা

৪৪১) ভাল- বেয়া

৪৪২) ভোতা -চোকা 

৪৪৩) ভীৰু-সাহসী

৪৪৫) ভূত- ভৱিষ্যত

৪৪৬) ভক্তি- ঘৃণা

৪৪৭) মিতব্যয়ী- অমিতব্যয়ী

৪৪৮) মুক্ত- বন্ধ

৪৪৯) মান-অপমান

৪৫০) মুখ্য- গৌণ

৪৫১) মানুহ- দানৱ

৪৫২) মিলন- বিৰহ

৪৫৩) যশ- অপযশ

৪৫৪) যত্ন- আওকাণ

৪৫৫) যোগ- বিযোগ

৪৫৬) ৰোগী-নিৰোগী

৪৫৭) ৰজা- প্ৰজা

৪৫৮) লাভ- লোকচান

৪৫৯) লঘু- গুৰু

৪৬০) হৰ্ষ- বিষাদ

৪৬১) হ্ৰাস- বৃদ্ধি

৪৬২) হঁহা - কন্দা

৪৬৩) হাঁহি- কান্দোন

৪৬৪) হৰা-জিকা

৪৬৫) হৰণ- পূৰণ

৪৬৭) হিংসা-  প্ৰেম

৪৬৮)  ক্ষয়- বৃদ্ধি

৪৬৯) ক্ষমা- প্ৰতিশোধ

৪৭০) অকাৰণ   -   কাৰণ

৪৭১) অকথনীয় - কথনীয় 

৪৭২) অকল - লগ

৪৭৩) অকাজী   -  কাজী 

৪৭৪) অকল্যাণ  -  কল্যাণ

৪৭৫) অকথিত   -   কথিত 

৪৭৬) অকল্পনীয়  -  কল্পনীয়

৪৭৭) অকঠিন  - কঠিন

৪৭৮) অকৃত্য  -  কৃত্য

৪৭৯) অকথ্য - কথ্য

৪৮০) অকৃতকাৰ্য  -  কৃতকাৰ্য

৪৮১) অকপট  -  কপট

৪৮২) অকৃতজ্ঞ  -  কৃতজ্ঞ

৪৮৩) অকীৰ্তি  - কৃতি 

৪৮৪) অকৃত্ৰিম  - কৃত্ৰিম

৪৮৫) অকপটীয়া  - কপটীয়া

৪৮৬) অক্লান্ত  - ক্লান্ত

৪৮৭) অকামিলা  -  কামিলা 

৪৮৮) অক্লেশ  -  ক্লেশ 

৪৮৯) অকৰ্ম  -  কৰ্ম

৪৯০) অখণ্ডনীয়  -  খণ্ডনীয়

৪৯১) অকৰ্মী  -  কৰ্মী

৪৯২) অখণ্ডিত  -  খণ্ডিত

৪৯৩) অকুমাৰ   - কুমাৰ 

৪৯৪) অখ্যাত  - বিখ্যাত

৪৯৫) অক্ৰূৰ  - ক্ৰূৰ 

৪৯৬) অগৰ্বী  - গৰ্বী

৪৯৭) অকৃতঘ্ন   -  কৃতঘ্ন

৪৯৮) অগৰ্হিত  - গৰ্হিত

৪৯৯) অকৃতজ্ঞতা  -  কৃতজ্ঞতা 

৫০০) অগ্ৰসৰ - অনগ্ৰসৰ 

৫০১) অকৃপণ  -  কৃপণ

৫০২) অগ্ৰাহ্য  -  গ্ৰাহ্য

৫০৩) অকৰ্মক  -  সকৰ্মক 

৫০৪) অচল  - সচল 

৫০৫) অকৰণীয় - কৰণীয়

৫০৬) অগভীৰ   -  সুগভীৰ

৫০৭) অঋণী  -  ঋণী

৫০৮) অগ্ৰ  - পশ্চ

৫০৯) অংশকালীন  -  পূৰ্ণকালীন

৫১০) অংগচ্ছেদন  - অংগসংস্থাপন

৫১১) অনাদি - আদি

৫১২) অনিয়ন্ত্ৰিত - নিয়ন্ত্ৰিত

৫১৩) অনৰ্থক   -  সদৰ্থক

৫১৪) অনীতি  - নীতি 

৫১৫) অনাবৃষ্টি  - অতিবৃষ্টি 

৫১৬) অনাস্থা  - আস্থা 

৫১৭) অনাবৃত  - আবৃত

৫১৮) অনাশক্তি  -  আসক্তি 

৫১৯) অনিয়ন্ত্ৰণ  -  নিয়ন্ত্ৰণ

৫২০) অনাৱশ্যক - আৱশ্যক

৫২১) অনুপম  - উপযোগী 

৫২২) অনিচ্ছা  - ইচ্ছা 

৫২৩) অনুচিত - উচিত

৫২৪) অন্ত  -  আৰম্ভ

৫২৫) অনিৰ্বাণ  -  নিৰ্বাণ

৫২৬) অনিষ্ট  -  উপকাৰ, হিত 

৫২৭) অনুদ্বিগ্ন  -  উদ্বিগ্ন

৫২৮) অনিচ্ছুক   -   ইচ্ছুক

৫২৯) অনিষ্টকাৰী   - উপকাৰী

৫৩০) অনতিক্ৰম  - অতিক্ৰম

৫৩১) অনিৰ্নিত  -  নিৰ্মিত

৫৩২) অনাদৃত   - আদৃত

৫৩৩) অনাড়ম্বৰ  - আড়ম্বৰপূৰ্ণ

৫৩৪) অনধিকাৰ  - অধিকাৰ 

৫৩৫) অনিয়ম - নিয়ম

৫৩৬) অনিমন্ত্ৰিত  -  নিমন্ত্ৰিত 

৫৩৭) অন্তৰ  - বাহিৰ 

৫৩৮) অনিয়মিত - নিয়মিত 

৫৩৯) অনীহা -  স্পৃহা

৫৪০)  অনুগত - অবাধ্য

৫৪১) অনুকৰণ - অননুকৰণ

৫৪২) অনুজ -  অগ্ৰজ

৫৪৩) অন্তৰ্গত  -  বৰ্হিগত

৫৪৪) অনুগ্ৰহ  - নিগ্ৰহ 

৫৪৫) অনুকূল  -  প্ৰতিকূল

৫৪৬) অনন্ত  - অন্ত

৫৪৭) অনুত্তীৰ্ণ  - উত্তীৰ্ণ

৫৪৮) অন্তমুৰ্খী - বহিৰ্মুখী

৫৪৯) অনুদ্যমী  - উদ্যমী

৫৫০) অন্ধ  -   চাক্ষুস, দৃষ্টিসম্পন্ন

৫৫১) অনভ্যাস   -  অভ্যাস

৫৫২) অনবদ্য  -  নিন্দনীয়

৫৫৩) অনমনীয়  -  নমনীয়া, সহজ

৫৫৪) অনুদ্দিষ্ট  -  উদ্দিষ্ট

৫৫৫) অনভিজ্ঞ  -   অভিজ্ঞ

৫৫৬) অনভ্যস্ত   -   অভ্যস্ত

৫৫৭) অনুদ্ধত  - উদ্ধত

৫৫৮) অনভিপ্ৰেত   -   অভিপ্ৰেত

৫৫৯) অনুপলব্ধি   -  উপলব্ধি

৫৬০) অমংগল - মংগল

৫৬১) অনৈক্য - ঐক্য 

৫৬২) অপকাৰ - উপকাৰ 

৫৬৩) অপৰিপক্ক - পৰিপক্ক

৫৬৪) অনৈতিক - নৈতিক

৫৬৫) অপকেন্দ্ৰিক - অভিকেন্দ্ৰিক

৫৬৭) অপাৰ্থিৱ - পাৰ্থিৱ 

৫৬৮) অপৰিচিত - পৰিচিত

৫৬৯) অন্যায় - ন্যায়

৫৭০) অনুসৰ্গ - উপসৰ্স

৫৭১) অপকৰ্ম - সুকৰ্ম

৫৭২) অপচন্দ - পচন্দ

৫৭৩) অনুৰাগ - বিৰাগ

৫৭৪) অপকৰ্ষ - উতকৰ্ষ

৫৭৫)  অপথ্য - পথ্য

৫৭৬) অনুপস্থিত - উপস্থিত

৫৭৭) অনুৰ্বৰ - উৰ্বৰা , সাৰুৱা

৫৭৮) অনুৰূপ - বিৰূপ

৫৭৯) অবিবেচক - বিবেচক

৫৮০) অভিজ্ঞ - অনভিজ্ঞ

৫৮১) অভ্যা, - অনভ্যাষ

৫৮২) অভাৱ - উভৈনদী 

৫৮৩) অৰ্বাচীন - প্ৰাচীন

৫৮৪) অবিচ্ছেদ্য - বিচ্ছেদ্য

৫৮৫) অভদ্ৰ - ভদ্ৰ

৫৮৬) অভ্যন্তৰ - বাহিৰ

৫৮৭) অব্যৰ্থ - ব্যৰ্থ

৫৮৮) অবিভক্ত - বিভক্ত

৫৮৯) অব্যভিচাৰী - ব্যভিচাৰী

৫৯০) অভব্য - ভব্য

৫৯১) অভিলাষ - অনিচ্ছা

৫৯২) অবিশ্ৰান্ত - বিশ্ৰান্ত

৫৯৩) অবিদ্যমান - বিদ্যমান

৫৯৪) অবৈদিক - বৈদিক

৫৯৫) অভ্ৰষ্ট - ভ্ৰষ্ট

৫৯৬) অবিবাহিত - বিবাহিত

৫৯৭) অব্যাহত - ব্যাহত

৫৯৮) অভিশাপ - আশীৰ্বাদ

৫৯৯) অভ্যন্ত - অনভ্যন্ত

৬০০) অভিমানী - নিৰভিমানী

৬০১) অবিন্যন্ত - সুবিন্যন্ত

৬০২) অভেদ্য - ভেদ্য

৬০৩) অশ্ৰদ্ধা - শ্ৰদ্ধা

৬০৪) অসজ - সজ

৬০৫) অসমৰ্থ - সমৰ্থ

৬০৬) অসম্পূৰ্ণ - সম্পূৰ্ণ

৬০৭) অৱসাদ - উদ্যম

৬০৮) অশান্ত - শান্ত

৬০৯) অসন্তোষ - সন্তোষ

৬১০) অশ্লীল - শ্লীল

৬১১) অৱলম্বন - অসহায়

৬১২) অসীম - সসীম

৬১৩) অসংযত - সংযত

৬১৪) অসংৰক্ষিত - সংৰক্ষিত

৬১৫) অশুচি - শুচি

৬১৬) অশালীন - শালীন

৬১৭) অশুৱনি - শুৱনি

৬১৮) অসত্য - সত্য

৬১৯) অসমান - সমান

৬২০) অসংলগ্ন - সংলগ্ন

৬২১) অশুভ - শুভ

৬২২) অসংযম - সংযম

৬২৩) অশৰীৰী - শৰীৰী

৬২৪) অশ্ৰাব্য - শ্ৰাব্য

৬২৫) অশক্ত - শক্ত

৬২৬) অসন্তোষ - সন্তোষ

৬২৭) অশিষ্ট - শিষ্ট

৬২৮) আগ - গুৰি 

৬২৯) অক্ষম - সক্ষম

৬৩০) আগ - পিছ

৬৩১) আগমন - প্ৰত্যাগমন

৬৩২) অস্ত - উদয়

৬৩৩) অহংকাৰ - নিৰুহংকাৰ

৬৩৪) অশ্লীলতা - শ্লীলতা

৬৩৫) অসাম্য - সাম্য

৬৩৬) আকৰ্ষণ - বিকৰ্ষণ

৬৩৭) অসুশ্থ - সুস্থ

৬৩৮) অসামৰিক - সামৰিক

৬৩৯) আংশিক - পূৰ্ণ

৬৪০) অসাৰুৱা - সাৰুৱা

৬৪১) অস্তাচল - উদয়াচল

৬৪২) আগ - পাছ

৬৪৩) অসহিষ্ণু - সহিষ্ণু

৬৪৪) অসামান্য - সামান্য

৬৪৫) আকাশ - পাতাল

৬৪৬) অসাৰ্থক - সাৰ্থক

৬৪৭) আওকাণ - মনোযোগ

৬৪৮) আওকাঠী - সুকাঠী

৬৪৯) অস্বাভাৱিক - স্বাভাৱিক

৬৫০) আঁউসী - পূৰ্ণিমা

৬৫১) আগঢ়ী - সুগঢ়ী

৬৫২) অস্থায়ী - স্থায়ী

৬৫৩) অস্বাস্থ্যকৰ - স্বাস্থ্যকৰ

৬৫৪) আচামী - ফৰিয়াদী 

৬৫৫) আধুনিক - পৌৰাণিক

৬৫৬) আপোন - পৰ

৬৫৭) আন্ধাৰ - পোহৰ

৬৫৮) আদি - অন্ত

৬৫৯) আজি - কালি

৬৬০) আদৃত - অনাদৃত

৬৬১) আবাদী - অনাবাদী

৬৬২) আদান - প্ৰদান

৬৬৩) আটিল - সোলোক - ঢোলোক

৬৬৪) আৰ্দ্ৰ - শুষ্ক

৬৬৫) আবতৰ - বতৰ

৬৬৬) আদৰ - অনাদৰ

৬৬৭) আন্তীয় - অনাত্মীয়

৬৬৮) আচল - নকল

৬৬৯) আনন্দ - বেজাৰ

৬৭০) আদায় - অনাদায়

৬৭১) আপইঁতা - পূৰঠ

৬৭২) আত্মশ্লাঘা - আত্মগ্লানি

৬৭৩) আদৰণি - বিদায়

৬৭৪) আচ্ছাদিত - অনাচ্ছাদিত

৬৭৫) আধৰুৱা - সম্পূৰ্ণ

৬৭৬) আধুনিক - প্ৰাচীন

৬৭৭) আনুষ্ঠানিক - অনানুষ্ঠানিক

৬৭৮) আটকধুনীয়া - কুন্ধচ

৬৭৯) আটোম - টোকাৰী - বিশৃংশল

৬৮০) আমিৰ - গৰীব

৬৮১) আস্থা - অনাস্থা

৬৮২) আসা - নিৰাশা

৬৮৩) আৰ্ৱিভাৱ - তিৰোভাৱ

৬৮৪) আয়তী - বিধৱা

৬৮৫) ইচ্ছা - অনিচ্ছা

৬৮৬) ইপাৰ - সিপাৰ

৬৮৭) আহুত - অনাহুত

৬৮৮) আবুৰ - মুকলি

৬৮৯) আৰম্ভ - শেষ

৬৯০) আবৃত - অনাবৃত

৬৯১) ইতিবাচক - নেতিবাচক

৬৯২) আৱাহন - বিসৰ্জন

৬৯৩) আমদানী - ৰপ্তানি

৬৯৪) আস্তিক - নাস্তিক

৬৯৫) আৰোহণ - অৱৰোহণ

৬৯৬) আব্যন্তৰিন - বাহ্যিক

৬৯৭) আড়ম্বৰপূৰ্ণ - অনাড়ম্বৰ

৬৯৮) আসক্ত - অনাসক্ত

৬৯৯) আমিষ - নিৰামিষ

৭০০) আহ্লাদ - বিষাদ

৭০১) আমিষহাৰী - নিৰামিষহাৰী

৭০২) আহুকাল - সুচল

৭০৩) ইচ্ছুক - অনিচ্ছুক

৭০৪) উচ্চ - অনুচ্চ

৭০৫) উচ্চ - নিম্ন

৭০৬) উদয় - অস্ত

৭০৭) উত্তম - অধম

৭০৮) উন্নতি - অনুন্নতি

৭০৯) উত্তৰ - প্ৰশ্ন

৭১০) উগ্ৰ - অনুগ্ৰ

৭১১) ইয়াত - তাত

৭১২) উণ্থান - পতন

৭১৩) উজু - টান

৭১৪) ইহকাল - পৰকাল

৭১৫) উক্ত - অনুক্ত

৭১৬) উদ্যমী - অনুদ্যমী

৭১৭) উজনি - নামনি

৭১৮) উদয়াচল - অস্তাচল

৭১৯) উপকাৰ - অপকাৰ 

৭২০) ইহলোক - পৰকাল

৭২১) উন্নত - অনুন্নত

৭২২) উত্তমাংগ - অধমাংগ

৭২৩) উত্তৰ - দক্ষিণ

৭২৪) উজ্জল - অনুজ্জল
                         
৭২৫) উখোৱা - আৰৈ

৭২৬) উদ্যত - অনুদ্যত

৭২৭) উচ্চ - নীচ

৭২৮) ইদানীত্ন - তদানীন্তন

৭২৯) উতকৃষ্ট - নিকৃষ্ট

৭৩০) উদাস - বিষয়ী

৭৩১) উষ্ণ - শীতল

৭৩২) উৰ্ধ্ব - অনুৰ্ধ্ব

৭৩৩) উচিত - উনুচিত

৭৩৪) উৰ্বৰ - অনুৰ্বৰ

৭৩৫) উদিত - অস্তমিত

৭৩৬) উত্তীৰ্ণ - অৱতীৰ্ণ

৭৩৭) উপস্থিত - অনুপস্থিত

৭৩৮) উপযুক্ত - অনুপযুক্ত

৭৩৯) উদাৰ - সংকীৰ্ণ

৭৪০) উভৈনদী - অভাৱ

৭৪১) উপসৰ্গ - অনুসৰ্গ

৭৪২) উতপতিয়া - শান্ত

৭৪৩) উদগ্ৰীৱ - নিৰুদ্বেগ

৭৪৫) উন্মুক্ত - আৱদ্ধ

৭৪৬) উৰ্দ্ধ - অধঃ

৭৪৭) উদ্দিষ্ট - অনুদ্দিষ্ট

৭৪৮) উপসংহাৰ - অবতৰণিকা

৭৪৯) উৰুঙা - উখল - মাখল

৭৫০) উমৈহতিয়া - গাইগুটিয়া

৭৫১) উত্তমৰ্ণ - অধমৰ্ণ

৭৫২) উদ্বিগ্ন - অনুদ্বিগ্ন

৭৫৩) উদগতি - অধোগতি

৭৫৪) উদ্ধদৃত - অনুদ্ধৃত

৭৫৫) এঁৱা - দৈ

৭৫৬) ওচৰ - দূৰ

৭৫৭) ক'লা - বগা

৭৫৮) একত্ব - বহুত্ব

৭৫৯) ককৰ্থনা - প্ৰশংসা

৭৬০) কৰ্কশ - মিহি

৭৬১) এতিয়া - তেতিয়া

৭৬২) ঊৰ্ধ্বচাপ - নিম্নচাপ

৭৬৩) ঐতিহাসিক - অনৈতিহাসিক

৭৬৪) ঋনাত্মক - ধনাত্মক

৭৬৫) এলাগী - লাগী

৭৬৬) ওখ - চাপৰ

৭৬৭) ক'লী - বগী

৭৬৮) একমুখী - বহুমুখী

৭৬৯) ধৰ্ধ্বতন - তলতীয়া

৭৭০) ঐহিক - পাৰলৌকিক

৭৭১) কইনা - বৰ

৭৭২) ওপৰ - তল

৭৭৩) এনাইদেও - পোথাদেও

৭৭৪) ঐক্য - অনৈক্য

৭৭৫) কৰ্কশ - শুৱলা

৭৭৬) এন্ধাৰ - পোহৰ

৭৭৭) ঔচিত্য - অনৌচিত্য

৭৭৮) ঊৰ্ধ্বগতি - অধোগতি

৭৭৯) ঐচ্ছিক - অনৈচ্ছিক

৭৮০) কঙালী - ভূগালী

৭৮১) কৰ্ম - অকৰ্ম 

৭৮২) কান্দোন - হাঁহি

৭৮৩) ক্লান্ত - অক্লান্ত

৭৮৪) কৰণীয় - অকৰণীয়

৭৮৫) কল্পনা - বাস্তৱ

৭৮৬) ক্ৰয় - বিক্ৰয়

৭৮৭) কনিষ্ঠ - জ্যেষ্ট

৭৮৮) কপট - অকপট

৭৮৯) কাৰ্যকৰী - অকাৰ্যকৰী

৭৯০) কিঞ্চিত - প্ৰচুৰ

৭৯১) কান্দ - হাঁহ

৭৯২) কম - বেছি

৭৯৩) কথনীয় - অকথনীয়

৭৯৪) কম্পিত - অকম্পিত

৭৯৫) কৰ্তৃত্ব - অকৰ্তৃত্ব

৭৯৬) কাপুৰুষ - সাহসী

৭৯৭) কপটীয়া - অকপটীয়া

৭৯৮) কৰ্তব্য - অকৰ্তব্য

৭৯৯) কৰযুক্ত - কৰমুক্ত

৮০০) কৰাইচ - খৰছী 

৮০১) কাল্পনিক - বাস্তৱিক

৮০২) কন্যা - পুত্ৰ

৮০৩) কদৰ্য - ধুনীয়া

৮০৪) কথিত - অকথিত

৮০৫) অপমান - সন্মান

৮০৬) অপৈণত - পৈণত

৮০৭) অবাধ্য - বাধ্য

৮০৮) অবিচলিত - বিচলিত

৮০৯) অপ্ৰমাদ - প্ৰমাদ

৮১০) অপৰিষ্কাৰ - পৰিষ্কাৰ

৮১১) অপৱিত্ৰ - প্ৰৱিত্ৰ

৮১২) অবাঞ্ছিত - বাঞ্ছিত

৮১৩) অপুত্ৰক - পুত্ৰক

৮১৪) অপ্ৰধান - প্ৰধান

৮১৫) অৰ্বাচীন - প্ৰাচীন

৮১৬) অপাত্ৰ - পাত্ৰ

৮১৭) অবাস্তৱ - বাস্তৱ

৮১৮) অপ্ৰাসংগিক - প্ৰাসংগিক

৮১৯) অপ্ৰাকৃতিক - প্ৰাকৃতিক

৮২০) অপ্ৰয়োগ - প্ৰয়োগ

৮২১) অপ্ৰচলিত - প্ৰচলিত

৮২২) অপুষ্পক - সুপুষ্পক

৮২৩) অপূৰ্ণ - পূৰ্ণ

৮২৪) অপ্ৰৰোচিত - প্ৰৰোচিত

৮২৫) অপুষ্টি - পুষ্টি

৮২৬) অপৰিসীম - সসীম

৮২৭) অপেস্বৰী - ফেদেলী

৮২৮) অপৰাজিত - পৰাজিত

৮২৯) অপৰিহাৰ্য - পৰিহাৰ্য

৮৩০) অমাৰ্জিত - মাৰ্জিত

৮৩১) অমৃত - গৰল 

৮৩২) অলীক - বাস্তৱ

৮৩৩) অৱনতি - উন্নতি

৮৩৪) অলপ - বেছি

৮৩৫) অযুক্তি - যুক্তি

৮৩৬) অমাৱস্যা - পূৰ্ণিমা

৯৩৭) অলৌকিক - লৌকিক

৮৩৮) অৰাজনৈতিক - ৰাজনৈতিক

৮৩৯) অৰূমোদয় - সূৰ্যাস্ত 

৮৪০) অমেধ্য - মেধ্য

৮৪১) অমত - মত

৮৪২) অৱজ্ঞা - আদৰ

৯৪৩) অমিল - মিল

৮৪৪) অৱৰোহন - আৰোহন

৮৪৫) অযৌগিক - যৌগিক

৮৪৬) অলংওঘনীয় - লংঘনীয়

৮৪৭) অমান্য - মান্য

৮৪৮) অল্পায়ু - দীৰ্ঘায়ু

৮৪৯) অৱতল - উত্তল

৮৫০) অমনোযোগ - মনোযোগ

৮৫১) অযুগুত - যুগুত

৮৫২) অৰুচি - ৰুচি

৮৫৩) অম্লান - ম্লান

৮৫৪) অমিতব্যয়ী - মিতব্যয়ী

৮৫৫) কুপথ - সুপথ

৮৫৬) কুৰুছি - সুৰুছি

৮৫৭) কুশ্ৰী - সুশ্ৰী

৮৫৮) কৃষ্ণাংগ - শ্বেতাংগ

৮৫৯) কু-বাদ - সু-বাদ

৮৬০) কুখ্যাত - সুখ্যাত

৮৬১) কুটিল - সৰল

৮৬২) কীৰ্তন - ৰতন

৮৬৩) কুলক্ষণ - সুলক্ষণ

৮৬৪) কুন্ধচ - শুৱনী

৮৬৫) কুমেৰু - সুমেৰু

৮৬৬) কুতসা - প্ৰশংসা

৮৬৭) কুফল - সুফল

৮৬৮) কিন - বিক

৮৬৯) কুনাম - সুনাম

৮৭০) কুৰূপ - সুৰূপ

৮৭১) কৃতজ্ঞ - অকৃতজ্ঞ


৮৭২) কু - পৰিবাহী - পু পৰিবাহী

৮৭৩) কুতসিত - সুন্দৰ

৮৭৪) কৃষ্ণপক্ষ - সুপক্ষ

৮৭৫) কিশোৰ - কিশোৰী

৮৭৬) কুলক্ষণী - সুলক্ষণী

৮৭৭) কুমলীয়া - পূৰঠ

৮৭৮) কুদৃষ্টি - শুভদৃষ্টি

৮৭৯) কৃতকাৰ্য - অকৃতকাৰ্য

৮৮০) খং - ৰং

৮৮১) খৰচ - জমা

৮৮২) খহটা - মিহী

৮৮৩) কৃত্ৰিম - অকৃত্ৰিম

৮৮৪) খণ্ড - অখণ্ড

৮৮৫) কৃশ - স্থুল

৮৮৬) কৃপণ - খৰছী

৮৮৭) খৰখেদা - লাহে - ধীৰে

৮৮৯) খৰালি - বাৰিষা

৮৯০) কোমন - কঠিন

৮৯১) খলনাময়ক - নায়ক

৮৯২) ক্লেশ - অক্লেশ

৮৯৩) কেঁকুৰি - পোন

৮৯৪) কৃত্য - অকৃত্য

৮৯৫) খৰচী - মিতব্যয়ী

৮৯৬) কৃপাময় - কৃপাহীন

৮৯৭) খণ্ডিত - অখণ্ডিত

৮৯৮) ক্ৰেতা - বিক্ৰেতা

৮৯৯) কৰ্মেন্দ্ৰিয় - জ্ঞানেন্দ্ৰিয়

৯০০) খণ্ডবাক্য - পূৰ্ণবাক্য

৯০১) খঙাল - ৰঙিয়াল

৯০২) কৃষিপ্ৰধান - উদ্যোগপ্ৰধান

৯০৩) কেঁচা - পকা

৯০৪) খৰতকীয়া - লেহেমীয়া

৯০৫) খাদ্য - অকাদ্য

৯০৬) খুচুৰা - পাইকাৰী

৯০৭) খ্যাত - অখ্যাত

৯০৮) গগন - পাতাল

৯০৯) গদ্য - পদ্য

৯১০) গমন - আগমন

৯১১) গত - অনাগত

৯১২) খাঁতি - ভেজাল

৯১৩) খাল - বাম

৯১৪) গতি - স্থিতি

৯১৫) গণিকা - সতী

৯১৬) গতিশীল - স্থিতিশীল

৯১৭) গধুৰ - পাতল

৯১৮) গভীৰ - অগভীৰ

৯১৯)  গতানুগতিক - অগতানুগতিক

৯২০) খোলা - বন্ধ

৯২১) খীণ - শকত

৯২২) খাৰিফশস্য - ৰবিশস্য

৯২৩) খোকোজা - খলখলীয়া

৯২৪) গতিশক্তি - স্থিতিশক্তি

৯২৫) গধূলি - পুৱা

৯২৬) গঠন - ভাঙোন

৯২৭) খ্যাতি - অখ্যাতি

৯২৮) খুৰা - খুৰী

৯২৯) খালী - ভৰ্তি

৯৩০) গম্ভীৰ - চঞ্চল

৯৩১) গুণী - নিৰ্গুণী

৯৩২) গুৰু - শিষ্য

৯৩৪) গায়ক - গায়িকা

৯৩৫) গাই - বলদ

৯৩৬) গৰিষ্ঠ - লঘিষ্ঠ

৯৩৭) গ্ৰীষ্মকাল - শীতকাল

৯৩৮) গাভৰু - ডেকা

৯৩৯) গহীন - চঞ্চল

৯৪০) গুৰি - আগ

৯৪১) গাওঁ - নগৰ

৯৪২) গৰল - অমৃত

৯৪৩) গৰিহণা - প্ৰশংসা

৯৪৪) গুচৰীয়া - পদকীয়া

৯৪৫) গুণফল - ভাগফল

৯৪৬) গুৰু - লঘু

৯৪৭) গিৰীয়েক - ঘৈণিয়েক

৯৪৮) গা - গধুৰ - গা - পাতল

৯৪৯) গুৰি - আগ

৯৫০) গৰ্হিত - প্ৰশংসনীয়

৯৫১) গম্য - অগম্য

৯৫২) গুপ্ত - মুক্ত

৯৫৩) গিৰীহঁত - গিৰীহঁতনী

৯৫৪) গুণ - দোষ

৯৫৫) গাঁৱলীয়া - চহৰীয়া

৯৫৬) গ্লানি - যশচ্যা

৯৫৭) গৰম - ঠাণ্ডা

৯৫৮) গুৰুত্ব - লঘুত্ব

৯৫৯) গৌৰ - শ্যাম

৯৬০) গ্ৰহণ - বৰ্জন

৯৬১) ঘাইপথ - উপপথ

৯৬২) গ্ৰীষ্ম - শীত

৯৬৩) ঘৈণিয়েক - গিৰীয়েক

৯৬৪) গ্ৰামাঞ্চল - নগৰাঞ্চল

৯৬৫) গোটা - চেপেটা

৯৬৬) ঘৃমা - প্ৰেম

৯৬৭) গোপনীয় - অগোপনীয়

৯৬৮) গ্ৰহ - নক্ষত্ৰ

৯৬৭) ঘন - সেৰেঙা

৯৬৮) ঘাটি - ৰাহি

৯৬৯) গোলাম - মালিক

৯৭০) ঘৰচীয়া - বনৰীয়া

৯৭১) গৌৰৱ - অগৌৰৱ

৯৭২) গ্ৰেপ্তাৰ - মুক্তি

৯৭৩) গ্ৰহীতা - দাতা

৯৭৪) গ্ৰাহ্য - বৰ্জ্য

৯৭৫) গৌণ - মূখ্য

৯৭৬) গোপন - আকাশ 

৯৭৭) ঘুমটি - নিদ্ৰাহীন

৯৭৮) গ্ৰহণীয় - বৰ্জনীয়

৯৭৯) গোচৰীয়া - পদকীয়া

৯৮০) গোমা - ফৰকাল

৯৮১) ঘোষ - অঘোষ

৯৮২) চনকা - লিটকীয়া

৯৮৩) চহকী - দুখিয়া

৯৮৪) চাকৰ - মালিক

৯৮৫) চাফা - লেতেৰা

৯৮৬) চৰ্ব্য - পেয়

৯৮৭) চৰকাৰী - বেচৰকাৰী

৯৮৮) চেপেটা - গোটা

৯৮৯) চল - অচল

৯৯০) চামোন - কথকী

৯৯১) চতুৰ - হোজা

৯৯২) চফেদ - ক'লা

৯৯৩) চঞ্চল - ধীৰ

৯৯৪) চামিল - বহিষ্কাৰ

৯৯৫) চৰকাৰ - জনসাৰাৰণ

৯৯৬) চাপৰ - ওখ

৯৯৭) চৰিত্ৰৱান - চৰিত্ৰহীন

৯৯৮) ঘোদা - নিজনী

৯৯৯) চন্দ্ৰ - সূৰ্য

১০০০)  চৰ্ত - চৰ্তহীন



(অপূৰ্ব কাকতি)
(মৰিগাওঁ,অসম)



Post Id: DABP001316