বিপৰীত শব্দ
১) নিৰস- ৰসাল
২) আনন্দ- বিষাদ , নিবানন্দ
৩) সুখ- দুখ
৪) ভুল- শুদ্ধ
৫) অগ্ৰগতি-
৬) প্ৰকাণ্ড- সৰু
৭) টেঙৰ- চতুৰ
৮) চহকী- দুখীয়া
৯) নিৰাশা- আশা
১০) অনুচিত-উচিত
১১) বিশ্বাস- অবিশ্বাস
১২) সমাপ্তি- আৰম্ভনি
১৩) দৃষ্টিহীন-
১৪) অক্ষম - সক্ষম
১৫) বিদেশী- স্বদেশী
১৬) অচল- সচল
১৭) জটিল- সৰল
১৮) বৃহং- ক্ষুদ্ৰ
১৯) সফলতা- বিফলতা
২০) আন্ধাৰ- পোহৰ
২১) শৃংখল - বিশৃংখল
২২) মিতব্যয়ী -
২৩) সহজ- টান
২৪) দূৰদশী- অদুৰদৰ্শী
২৫) শান্তি- অশান্তি
২৬) ধবংস-সৃষ্টি
২৭) ওৰ-
২৮) আগুৱা-
২৯) সঞ্চয়-
৩০) ধিয়াস-
৩১) কৃতকাৰ্যতা - অকৃতকাৰ্যতা
৩২) সফল- বিফল
৩৩) ধোৱাখুলীয়া-
৩৪) শান্তি- অশান্তি
৩৫) সুযোগ্য- অযোগ্য
৩৬) সুখ্যাতি- কুখ্যাতি
৩৭) কৃতজ্ঞ- অকৃতজ্ঞ
৩৮) অৰ্থপূৰ্ণ- অৰ্থহীন
৩৯) অমূুল্য- মূল্যহীন
৪০) সফলতা- বিফলতা
৪১) পুৰস্কাৰ - তিৰস্কাৰ
৪২) গধুৰ- পাতল
৪৩) দুখ- সুখ
৪৪) বলী- দুৰ্বলী
৪৫) সাহসী- ভয়াতুৰ
৪৬) বন্ধুত- শক্ৰতী
৪৭) মিলা- প্ৰীতি-
৪৮) একগোট-
৪৯) প্ৰকাশ-অপ্ৰকাশ
৫০) ভোগ-
৫১) স্মৃতি-
৫২) সমাপ্ত- আৰম্ভ
৫৩) আড়ম্বৰ-
৫৪) ভাগ্য- দুৰ্ভাগ্য
৫৫) ধৈৰ্য- অধৈৰ্য
৫৬) মৃত্যু-জন্ম
৫৭) জয়-পৰাজয়
৫৮) কাপুৰুষ-
৫৯) ভয়- নিৰ্ভয়
৬০) শত্ৰু - মিত্ৰ
৬১) দুৰ্বল- সৰল
৬২) কঠিন- সহজ
৬৩) নবীন- প্ৰবীন
৬৪) পৰনিৰ্ভৰশীল- আত্মনিৰ্ভৰশীল
৬৫) দুৰ্লভ-
৬৬) খৰগতি- বীৰগতি
৬৭)পূৰ্ণিমা- অমাৱশ্যা
৬৮) অনধিকাৰ-
৬৯) নিন্দা - প্ৰশংসাৰ
৭০) অনাৱশ্যক- আবশ্যক
৭১) জাগ্ৰত-
৭২) ধ্বংস- সূষ্টি
৭৩) অসম্ভৱ- সম্ভব
৭৪) অতীত- বৰ্তমান
৭৫) পুণ্য-পাপ
৭৬) পৱিত্ৰ- অপবিত্ৰ
৭৭) প্ৰেম-
৭৮) জীৱন-মৰণ
৭৯) অশেষ-
৮০) প্ৰজা -ৰজা
৮১) প্ৰশংসা-নিন্দা
৮২) নিম্ন-উচ্চ
৮৩) উপকাৰ-অপকাৰ
৮৪) শান্ত-অশান্ত
৮৫) ন্যায়-অন্যায
৮৬) সুখ- দুখ
৮৭) অসমৰ্থ-সমৰ্থ
৮৮) উপস্থিত-অনুপস্থিত
৮৯) ধ্বংস-সূষ্টি
৯০) চিনাকি-অচিনাকি
৯১) নৱীন- প্ৰবীন
৯২) প্ৰাচীন-নতুন
৯৩) দুৰ্বল-শক্তিশালী
৯৪) পৰিকল্পিত-অপৰিকল্পিত
৯৫) বৈসাদৃশ্য-সাদূশ্য
৯৬) সফল-বিফল
৯৭) তীক্ষ্ণ-
৯৮) বিসংগতি- সংগতি
৯৯) মৃত্যু-জন্ম
১০০) বৃদ্ধি-
১০১) গভীৰ-তৰল
১০২) সুন্দৰী-
১০৩) পুত্ৰ-জীয়ৰী
১০৪) ভাই-ভনী
১০৫) আই-পিতাই
১০৬) দাদা-বৌ
১০৭) নাৰী-পুৰুষ
১০৮) মিল- অমিল
১০৯) বুঢ়া-ডেকা
১১০) সোমোৱা-ওলোৱা
১১১) পোহনীয়া-বনৰীয়া
১১২) উত্তৰ- প্ৰশ্ন
১১৩) জঁয় পৰ-
১১৪) অধঃ-উধঃ
১১৫) বটাঁ-
১১৬) মুকুতি- বন্দী
১১৭) অধম- ধম
১১৮) গাফিলতি-
১১৯) পোনপটীয়া- আওপটীয়া
১২০) ক্ষমা-দয়া
১২১) অনিচ্ছা- ইচ্ছা
১২২) ভীৰু- নিৰ্ভীক
১২৩) খৰালি-জহকালি
১২৪) তৰাং-
১২৫) দুখ-সুখ
১২৬) ৰঙ-
১২৭) আঁতৰ-ওচৰ
১২৮) ভাল-বেয়া
১২৯) প্ৰশংসা- নিন্দা
১৩০) সুদক্ষ- অদক্ষ
১৩১) গভীৰ- তৰল
১৩২) মেধাবী- ভোঁটা
১৩৩) আশা- নিৰাশা
১৩৪) অনুকূল- নিৰাশা
১৩৫) সূষ্টি- ধ্বংস
১৩৬) দুখিয়া-ধনী
১৩৭) প্ৰবল-
১৩৮) উন্নতি- অধোন্নতি
১৩৯) বিশুদ্ধ-
১৪০) দেখা-নেদেখা
১৪১) থকা-নথকা
১৪২) উপকাৰ- অপকাৰ
১৪৩) সৰু- ডাঙৰ
১৪৪) ক্ষুদ্ৰ - বৃহত
১৪৫) ধুনীয়া- কুংসিং-
১৪৬) তংক্ষণাং-
১৪৭) শকত- ক্ষীন
১৪৮) চুটি-ওখ
১৪৯) সুখ-দুখ
১৫০) পোহৰ-আন্ধাৰ
১৫১) বেয়া-ভাল
১৫২) ধুনিয়া-কুতসিত
১৫৩) মেলি-
১৫৪) ওপৰত- তলত
১৫৫) শুৱনি-
১৫৬) মৰা-জীয়া
১৫৭) স্বাধীন-পৰাধীন
১৫৮) জন্ম- মৃত্যু
১৮৯) শেষ- আৰম্ভ
১৯০) বিদেশী-স্বদেশী
১৯১) ত্যাগ- গ্ৰহন
১৯২) বুঢ়া-ডেকা
১৯৩) নিৰানন্দ-আনন্দ
১৯৪) শেষ-আৰম্ভ
১৯৫) খালী-ভৰ্তি
১৯৬) জপাই-
১৯৭) দীঘল- চুটি
১৯৮) আন্ধাৰ-পোহৰ
১৯৯) পুৰণি-নতুন
২০০) অসহায়-সহায়
২০১) বলী-দুৰ্বলী
২০২) ৰাতি-দিন
২০৩) গভীৰ-তৰল
২০৪) আনন্দ-নিৰানন্দ
২০৫) ধনী-দুখীয়া
২০৬) গুৰু-লঘু
২০৭) উজু-
২০৮) প্ৰাচীন-নতুন
২০৯) অসাধু-সাধু
২১০) জ্ঞান-অঞ্জান
২১১) নেদেখা-দেখা
২১২) হিত-অহিত
২১৩) ন্যায়-অন্যায়
২১৪) সংচৰিত-
২১৫) সাধু-অসাধু
২১৬) বিশ্বাস-অবিশ্বাস
২১৭) হিত-অহিত
২১৮) বেয়া-ভাল
২১৯) ধুনীয়া-কুতসিত
২২০) মেলি-
২২১) ওপৰত-তলত
২২২) মৰা-জীয়া
২২৩) স্বাধীন- পৰাধীন
২২৪) জন্ম- মৃত্যু
২২৫) শেষ-আৰম্ভ
২২৬) বিদেশী-স্বদেশী
২২৭) ত্যাগ-গ্ৰহন
২২৮) নিৰস-ৰসাল
২২৯) আনন্দ-নিৰানন্দ
২৩০) সুখ-দুখ
২৩১) ভুল-শুদ্ধ
২৩২) অগ্ৰগতি-
২৩৩) প্ৰকাণ্ড-সৰু
২৩৪) টেঙৰ- চতুৰ
২৩৫) চহকী-দুখীয়া
২৩৬) নিৰাশা- আশা
২৩৬) অনুচিত-উচিত
২৩৭) ওৰ-
২৩৮) আগুৱা- পিচোৱা
২৩৯) সঞ্চয়-
২৪০) ধিয়ায়-
২৪১) কৃতকাৰ্যতা- অকৃতকাৰ্যতা
২৪২) সফল-বিফল
২৪৩) সুযোগ্য- অযোগ্য
২৪৪) সুখ্যাতি- কুখ্যাতি
২৪৫) কৃতজ্ঞ- কৃতঘ্ন
২৪৬) সফলতা- বিফলতা-
২৪৭) অৰ্থপূৰ্ণ- অৰ্থহীন-
২৪৮) অমূল্য-মূল্যহীন
২৪৯) পুৰস্কাৰ- শাস্তি
২৫০) বলী- দুৰ্বল
২৫১) গধুৰ- পাতল
২৫২) দুখ- সুখ
২৫৩) সাহসী-
২৫৪) বন্ধুত্ব-
২৫৫) মিলা - প্ৰীতি-
২৫৬) একগোট-
২৫৭) অণু- বৃহং
২৫৮) অলপ- বেছি
২৫৯) অন্ধ- চাক্ষুষ
২৬০) অন্তৰ-বাহিৰ
২৬১) অনুৰাগ- বিৰাগ
২৬২) অতিবৃষ্টি- অনাবৃষ্টি
২৬৩) অনুগ্ৰহ-নিগ্ৰহ
২৬৪) অমৃত-গৰল
২৬৫) অভাৱ- উভৈনদী
২৬৬) অনুকূল- প্ৰতিকূল
২৬৭) অসীম- সসীম
২৬৮) অহংকাৰ- নিৰহংকাৰ
২৬৯) আচল- নকল
২৭০) আদান-প্ৰদান
২৭১) আকাশ-পাতাল
২৭২) আধুনিক- নতুন
২৭৩) আন্ধাৰ-পোহৰ
২৭৪) ইচ্ছা-অনিচ্ছা
২৭৫) ইহলোক-পৰলোক
২৭৬) ইষ্ট-অনিষ্ট
২৭৭) উদাৰ-সংকীৰ্ণ
২৭৮) উন্নতি-অৱনতি
২৭৯) উত্তৰ-দক্ষিণ
২৮০) উপকাৰ-অপকাৰ
২৮১) উত্তম-অধম
২৮২) উদয়-অস্ত
২৮৩) উচিত-অনুচিত
২৮৪) উপযুক্ত-অনুপযুক্ত
২৮৫) উত্তম-অধম
২৮৬) উচ্চ-নীচ
২৮৭) উৰ্বৰ- অনুৰ্বৰ
২৮৮) উণ্থান - পতন
২৮৯) উংকৃষ্ট- নিকৃষ্ট
২৯০) উপস্থিত- অনুপস্থিত
২৯১) ওখ-চাপৰ
২৯২) ওপৰত- তলত
২৯৩) এতিয়া-তেতিয়া
২৯৪) কৃতজ্ঞ-অকৃতজ্ঞ
২৯৫) কোমল-কঠিন
২৯৬) কৃশ-স্থৃল
২৯৭) খাল-বাম
২৯৮) খোৱা-নোখোৱা
২৯৯) খাদ্য-অখাদ্য
৩০০) গুণ- দোষ
৩০১) গুণী- নিৰ্গুণী
৩০২) গুৰু-শিষ্য
৩০৩) দেশপ্ৰেমিক-দেশদ্ৰোহী
৩০৪) ধৰ্ম- অধম
৩০৪) ধনী- দুখীয়া
৩০৫) নিৰাপদ- বিপদজনক
৩০৭) নতুণ- পুৰণি
৩০৮) ন্যায়- অন্যায়
৩০৯) নিৰ্মল- মলিণ
৩১০) নিৰাকাৰ- সাকাৰ
৩১১) নিৰ্দোষী- দোষী
৩১২) নিভীক- ভীৰু
৩১৩) পাতল- ডাঠ
৩১৪) পৰিশ্ৰমীা- অপৰিশ্ৰমীা
৩১৫) পণ্ডিত- মূৰ্খ
৩১৬) পৰিমিত- অপৰিমিত
৩১৭) প্ৰেৰণা- নিৰুংসাহ
৩১৮) প্ৰকৃত-অপ্ৰকৃত
৩১৯) প্ৰশ্ন-ওত্তৰ
৩২০) পুণ্য- পাপ
৩২১) প্ৰৱেশ- প্ৰস্থান
৩২২) পৰিষ্কাৰ- লেতেৰা
৩২৩) পৱিত্ৰ- অপৱিত্ৰ
৩২৪) প্ৰতক্ষ্য- পৰোক্ষ
৩২৫) প্ৰচুৰ- অল্প
৩২৬) পুৱা- গধূলি
৩২৭) পুৰস্কাৰ- তিৰস্কাৰ
৩২৮) প্ৰাচীন- নবীন
৩২৯) প্ৰাচ্য- পাশ্চাত্য
৩৩০) প্ৰভু- ভূত্য
৩৩১) প্ৰকাশ- গোপণ
৩৩২) বহল- ঠেক
৩৩৩) বগা- ক'লা
৩৩৪) বন্ধু- শত্ৰু
৩৩৫) শুক্ল-কৃষ্ণ
৩৩৬) শান- অশান্ত
৩৩৭) শুভ-অশুভ
৩৩৮) শান্তি- অশান্তি
৩৩৯) শুদ্ধ-ভুল
৩৪০) শকত- ক্ষীণ
৩৪১) সাধু-অসাধু
৩৪২) সচাঁ- মিছা
৩৪৩) সহযোগী- প্ৰতিযোগী
৩৪৪) সমষ্টি- ব্যষ্টি
৩৪৫) সজীৱ-নিৰ্জীৱ
৩৪৬) সপক্ষ-বিপক্ষ
৩৪৭) সম্পদ-বিপদ
৩৪৮) সভ্য- অসভ্য
৩৪৯) সংযোগ- বিয়োগ
৩৫০) সন্মান- অপমান
৩৫১) সশ্ৰম- বিনাশ্ৰম
৩৫২) সজ-অসজ
৩৫৩) সধবা- বিধৱা
৩৫৪) স্বৰ্গ- নৰক
৩৫৫) সুকৃতি- দুষ্কৃতি
৩৫৬) সুগম-দুৰ্গম
৩৫৭) সুস্থ-অসুস্থ
৩৫৮) সঞ্চয়-অপচয়
৩৫৯) সদয়-নিৰ্দয়
৩৬০) স্পষ্ট-অস্পষ্ট
৩৬১) সন্ধি-বিগ্ৰহ
৩৬২) সৰল- জটিল
৩৬৩) সুৱিধা-অস্বিধা
৩৬৪) সৃষ্টি- প্ৰলয়
৩৬৫) সুচল- অচল
৩৬৬) সুগন্ধ- দুগন্ধ
৩৬৭) সুৰ-অসুৰ
৩৬৮) সুযোগ-দুৰ্যোগ
৩৬৯) সুশ্ৰী-কুশ্ৰী
৩৭০) সুখ্যাতি- অখ্যাতি
৩৭১) সুলভ-দুৰ্ল্লভ
৩৭২) স্থিৰ- অস্থিৰ
৩৭৩) সুন্দৰ- কুংসিত
৩৭৪) স্বাধীন- পৰাধীন
৩৭৫) সোঁ - বাঁও
৩৭৬) স্থাৱৰ- জংগম
৩৭৭) আৰম্ভ- শেষ
৩৭৮) আৱিৰ্ভাৱ- তিৰোভাৱ
৩৭৯) আগ-গুৰি
৩৮০) আশা -নিৰাশা
৩৮১) আকৰ্ষণ-বিকৰ্ষণ
৩৮২) আশীবাদ-অভিশাপ
৩৮৩) আয়- ব্যয়
৩৮৪) আৰোহণ- অবহোৰণ
৩৮৫) আনন্দ- বিষাদ
৩৮৬) আস্তিক- নাস্তিক
৩৮৭) আচাৰ-অনাচাৰ
৩৮৮) আদি-অন্ত
৩৮৯) আয়তী-বিধৱা
৩৯০) আস্থা- অনাস্থা
৩৯১) আচামী- ফৰিয়াদী
৩৯২) আগমণ- প্ৰত্যাদমণ
৩৯৩) আপোন- পৰ
৩৯৪) আদৰ- অনাদৰ
৩৯৫) গহীন- চঞ্চল
৩৯৬) গ্ৰহণ- বৰ্জন
৩৯৭) গোপণ- প্ৰকাশ
৩৯৮) গধুৰ- পাতল
৩৯৯) গৰিষ্ঠি- লঘিষ্ঠ
৪০০) গভীৰ- তৰাং
৪০১) গৃহস্থী- সন্ন্যাসী
৪০২) গোচৰীয়া- পদকীয়া
৪০৩) ঘৰচীয়া- বনৰীয়া
৪০৫) চৰম- নৰম
৪০৬) চহকী- দুখীয়া
৪০৭) ঘন- পাতল
৪০৮) চেতন- জড়
৪০৯) চল- অচল
৪১০) চিনাকি- অচিনাকি
৪১১) জ্ঞানী- মূৰ্খ
৪১২) জমা-খৰচ
৪১৩) জন্ম- মূত্যু
৪১৪) জোখ- অজোখ
৪১৫) জাগৰণ- নিদ্ৰা
৪১৬) জয়- পৰাজয়
৪১৭) জীৱন- মৰণ
৪১৮) ডাঠ- পাতল
৪১৯) ডেকা- বুঢ়া
৪২০) তপত- চেঁচা
৪২১) দ'-বাম
৪২২) দেৱতা- অসুৰ
৪২৩) দিন- ৰাতি
৪২৪) দয়ালু- নিৰ্দয়
৪২৫) দীঘল- চুটি
৪২৬) দাতা- কৃপণ
৪২৭) দীৰ্ঘ-হ্ৰস্ব
৪২৮) বিপদ-সম্পদ
৪২৯) বিদ্যা- অবিদ্যা
৪৩০) বিৰহ- মিলন
৪৩১) বাজ- ভিতৰ
৪৩২) বৈধ- অবৈধ
৪৩৩) বিনীত- উদ্ধত
৪৩৪) বিখ্যাত- অখ্যাত
৪৩৫) বিধি- অবিধি
৪৩৬) বিনয়-গৰ্ব
৪৩৭) বাদী- বিবাদী
৪৩৮) বিস্তৃত- সংক্ষিত
৪৩৯) বিশ্বাসী- বিশ্বাসঘাতক
৪৪০) বিফলতা- সফলতা
৪৪১) ভাল- বেয়া
৪৪২) ভোতা -চোকা
৪৪৩) ভীৰু-সাহসী
৪৪৫) ভূত- ভৱিষ্যত
৪৪৬) ভক্তি- ঘৃণা
৪৪৭) মিতব্যয়ী- অমিতব্যয়ী
৪৪৮) মুক্ত- বন্ধ
৪৪৯) মান-অপমান
৪৫০) মুখ্য- গৌণ
৪৫১) মানুহ- দানৱ
৪৫২) মিলন- বিৰহ
৪৫৩) যশ- অপযশ
৪৫৪) যত্ন- আওকাণ
৪৫৫) যোগ- বিযোগ
৪৫৬) ৰোগী-নিৰোগী
৪৫৭) ৰজা- প্ৰজা
৪৫৮) লাভ- লোকচান
৪৫৯) লঘু- গুৰু
৪৬০) হৰ্ষ- বিষাদ
৪৬১) হ্ৰাস- বৃদ্ধি
৪৬২) হঁহা - কন্দা
৪৬৩) হাঁহি- কান্দোন
৪৬৪) হৰা-জিকা
৪৬৫) হৰণ- পূৰণ
৪৬৭) হিংসা- প্ৰেম
৪৬৮) ক্ষয়- বৃদ্ধি
৪৬৯) ক্ষমা- প্ৰতিশোধ
৪৭০) অকাৰণ - কাৰণ
৪৭১) অকথনীয় - কথনীয়
৪৭২) অকল - লগ
৪৭৩) অকাজী - কাজী
৪৭৪) অকল্যাণ - কল্যাণ
৪৭৫) অকথিত - কথিত
৪৭৬) অকল্পনীয় - কল্পনীয়
৪৭৭) অকঠিন - কঠিন
৪৭৮) অকৃত্য - কৃত্য
৪৭৯) অকথ্য - কথ্য
৪৮০) অকৃতকাৰ্য - কৃতকাৰ্য
৪৮১) অকপট - কপট
৪৮২) অকৃতজ্ঞ - কৃতজ্ঞ
৪৮৩) অকীৰ্তি - কৃতি
৪৮৪) অকৃত্ৰিম - কৃত্ৰিম
৪৮৫) অকপটীয়া - কপটীয়া
৪৮৬) অক্লান্ত - ক্লান্ত
৪৮৭) অকামিলা - কামিলা
৪৮৮) অক্লেশ - ক্লেশ
৪৮৯) অকৰ্ম - কৰ্ম
৪৯০) অখণ্ডনীয় - খণ্ডনীয়
৪৯১) অকৰ্মী - কৰ্মী
৪৯২) অখণ্ডিত - খণ্ডিত
৪৯৩) অকুমাৰ - কুমাৰ
৪৯৪) অখ্যাত - বিখ্যাত
৪৯৫) অক্ৰূৰ - ক্ৰূৰ
৪৯৬) অগৰ্বী - গৰ্বী
৪৯৭) অকৃতঘ্ন - কৃতঘ্ন
৪৯৮) অগৰ্হিত - গৰ্হিত
৪৯৯) অকৃতজ্ঞতা - কৃতজ্ঞতা
৫০০) অগ্ৰসৰ - অনগ্ৰসৰ
৫০১) অকৃপণ - কৃপণ
৫০২) অগ্ৰাহ্য - গ্ৰাহ্য
৫০৩) অকৰ্মক - সকৰ্মক
৫০৪) অচল - সচল
৫০৫) অকৰণীয় - কৰণীয়
৫০৬) অগভীৰ - সুগভীৰ
৫০৭) অঋণী - ঋণী
৫০৮) অগ্ৰ - পশ্চ
৫০৯) অংশকালীন - পূৰ্ণকালীন
৫১০) অংগচ্ছেদন - অংগসংস্থাপন
৫১১) অনাদি - আদি
৫১২) অনিয়ন্ত্ৰিত - নিয়ন্ত্ৰিত
৫১৩) অনৰ্থক - সদৰ্থক
৫১৪) অনীতি - নীতি
৫১৫) অনাবৃষ্টি - অতিবৃষ্টি
৫১৬) অনাস্থা - আস্থা
৫১৭) অনাবৃত - আবৃত
৫১৮) অনাশক্তি - আসক্তি
৫১৯) অনিয়ন্ত্ৰণ - নিয়ন্ত্ৰণ
৫২০) অনাৱশ্যক - আৱশ্যক
৫২১) অনুপম - উপযোগী
৫২২) অনিচ্ছা - ইচ্ছা
৫২৩) অনুচিত - উচিত
৫২৪) অন্ত - আৰম্ভ
৫২৫) অনিৰ্বাণ - নিৰ্বাণ
৫২৬) অনিষ্ট - উপকাৰ, হিত
৫২৭) অনুদ্বিগ্ন - উদ্বিগ্ন
৫২৮) অনিচ্ছুক - ইচ্ছুক
৫২৯) অনিষ্টকাৰী - উপকাৰী
৫৩০) অনতিক্ৰম - অতিক্ৰম
৫৩১) অনিৰ্নিত - নিৰ্মিত
৫৩২) অনাদৃত - আদৃত
৫৩৩) অনাড়ম্বৰ - আড়ম্বৰপূৰ্ণ
৫৩৪) অনধিকাৰ - অধিকাৰ
৫৩৫) অনিয়ম - নিয়ম
৫৩৬) অনিমন্ত্ৰিত - নিমন্ত্ৰিত
৫৩৭) অন্তৰ - বাহিৰ
৫৩৮) অনিয়মিত - নিয়মিত
৫৩৯) অনীহা - স্পৃহা
৫৪০) অনুগত - অবাধ্য
৫৪১) অনুকৰণ - অননুকৰণ
৫৪২) অনুজ - অগ্ৰজ
৫৪৩) অন্তৰ্গত - বৰ্হিগত
৫৪৪) অনুগ্ৰহ - নিগ্ৰহ
৫৪৫) অনুকূল - প্ৰতিকূল
৫৪৬) অনন্ত - অন্ত
৫৪৭) অনুত্তীৰ্ণ - উত্তীৰ্ণ
৫৪৮) অন্তমুৰ্খী - বহিৰ্মুখী
৫৪৯) অনুদ্যমী - উদ্যমী
৫৫০) অন্ধ - চাক্ষুস, দৃষ্টিসম্পন্ন
৫৫১) অনভ্যাস - অভ্যাস
৫৫২) অনবদ্য - নিন্দনীয়
৫৫৩) অনমনীয় - নমনীয়া, সহজ
৫৫৪) অনুদ্দিষ্ট - উদ্দিষ্ট
৫৫৫) অনভিজ্ঞ - অভিজ্ঞ
৫৫৬) অনভ্যস্ত - অভ্যস্ত
৫৫৭) অনুদ্ধত - উদ্ধত
৫৫৮) অনভিপ্ৰেত - অভিপ্ৰেত
৫৫৯) অনুপলব্ধি - উপলব্ধি
৫৬০) অমংগল - মংগ
৫৬১) অনৈক্য - ঐক্য
৫৬২) অপকাৰ - উপকাৰ
৫৬৩) অপৰিপক্ক - পৰিপক্ক
৫৬৪) অনৈতিক - নৈতিক
৫৬৫) অপকেন্দ্ৰিক - অভিকেন্দ্ৰিক
৫৬৭) অপাৰ্থিৱ - পাৰ্থিৱ
৫৬৮) অপৰিচিত - পৰিচিত
৫৬৯) অন্যায় - ন্যায়
৫৭০) অনুসৰ্গ - উপসৰ্স
৫৭১) অপকৰ্ম - সুকৰ্ম
৫৭২) অপচন্দ - পচন্দ
৫৭৩) অনুৰাগ - বিৰাগ
৫৭৪) অপকৰ্ষ - উতকৰ্ষ
৫৭৫) অপথ্য - পথ্য
৫৭৬) অনুপস্থিত - উপস্থিত
৫৭৭) অনুৰ্বৰ - উৰ্বৰা , সাৰুৱা
৫৭৮) অনুৰূপ - বিৰূপ
৫৭৯) অবিবেচক - বিবেচক
৫৮০) অভিজ্ঞ - অনভিজ্ঞ
৫৮১) অভ্যা, - অনভ্যাষ
৫৮২) অভাৱ - উভৈনদী
৫৮৩) অৰ্বাচীন - প্ৰাচীন
৫৮৪) অবিচ্ছেদ্য - বিচ্ছেদ্য
৫৮৫) অভদ্ৰ - ভদ্ৰ
৫৮৬) অভ্যন্তৰ - বাহিৰ
৫৮৭) অব্যৰ্থ - ব্যৰ্থ
৫৮৮) অবিভক্ত - বিভক্ত
৫৮৯) অব্যভিচাৰী - ব্যভিচাৰী
৫৯০) অভব্য - ভব্য
৫৯১) অভিলাষ - অনিচ্ছা
৫৯২) অবিশ্ৰান্ত - বিশ্ৰান্ত
৫৯৩) অবিদ্যমান - বিদ্যমান
৫৯৪) অবৈদিক - বৈদিক
৫৯৫) অভ্ৰষ্ট - ভ্ৰষ্ট
৫৯৬) অবিবাহিত - বিবাহিত
৫৯৭) অব্যাহত - ব্যাহত
৫৯৮) অভিশাপ - আশীৰ্বাদ
৫৯৯) অভ্যন্ত - অনভ্যন্ত
৬০০) অভিমানী - নিৰভিমানী
৬০১) অবিন্যন্ত - সুবিন্যন্ত
৬০২) অভেদ্য - ভেদ্য
৬০৩) অশ্ৰদ্ধা - শ্ৰদ্ধা
৬০৪) অসজ - সজ
৬০৫) অসমৰ্থ - সমৰ্থ
৬০৬) অসম্পূৰ্ণ - সম্পূৰ্ণ
৬০৭) অৱসাদ - উদ্যম
৬০৮) অশান্ত - শান্ত
৬০৯) অসন্তোষ - সন্তোষ
৬১০) অশ্লীল - শ্লীল
৬১১) অৱলম্বন - অসহায়
৬১২) অসীম - সসীম
৬১৩) অসংযত - সংযত
৬১৪) অসংৰক্ষিত - সংৰক্ষিত
৬১৫) অশুচি - শুচি
৬১৬) অশালীন - শালীন
৬১৭) অশুৱনি - শুৱনি
৬১৮) অসত্য - সত্য
৬১৯) অসমান - সমান
৬২০) অসংলগ্ন - সংলগ্ন
৬২১) অশুভ - শুভ
৬২২) অসংযম - সংযম
৬২৩) অশৰীৰী - শৰীৰী
৬২৪) অশ্ৰাব্য - শ্ৰাব্য
৬২৫) অশক্ত - শক্ত
৬২৬) অসন্তোষ - সন্তোষ
৬২৭) অশিষ্ট - শিষ্ট
৬২৮) আগ - গুৰি
৬২৯) অক্ষম - সক্ষম
৬৩০) আগ - পিছ
৬৩১) আগমন - প্ৰত্যাগমন
৬৩২) অস্ত - উদয়
৬৩৩) অহংকাৰ - নিৰুহংকাৰ
৬৩৪) অশ্লীলতা - শ্লীলতা
৬৩৫) অসাম্য - সাম্য
৬৩৬) আকৰ্ষণ - বিকৰ্ষণ
৬৩৭) অসুশ্থ - সুস্থ
৬৩৮) অসামৰিক - সামৰিক
৬৩৯) আংশিক - পূৰ্ণ
৬৪০) অসাৰুৱা - সাৰুৱা
৬৪১) অস্তাচল - উদয়াচল
৬৪২) আগ - পাছ
৬৪৩) অসহিষ্ণু - সহিষ্ণু
৬৪৪) অসামান্য - সামান্য
৬৪৫) আকাশ - পাতাল
৬৪৬) অসাৰ্থক - সাৰ্থক
৬৪৭) আওকাণ - মনোযোগ
৬৪৮) আওকাঠী - সুকাঠী
৬৪৯) অস্বাভাৱিক - স্বাভাৱিক
৬৫০) আঁউসী - পূৰ্ণিমা
৬৫১) আগঢ়ী - সুগঢ়ী
৬৫২) অস্থায়ী - স্থায়ী
৬৫৩) অস্বাস্থ্যকৰ - স্বাস্থ্যকৰ
৬৫৪) আচামী - ফৰিয়াদী
৬৫৫) আধুনিক - পৌৰাণিক
৬৫৬) আপোন - পৰ
৬৫৭) আন্ধাৰ - পোহৰ
৬৫৮) আদি - অন্ত
৬৫৯) আজি - কালি
৬৬০) আদৃত - অনাদৃত
৬৬১) আবাদী - অনাবাদী
৬৬২) আদান - প্ৰদান
৬৬৩) আটিল - সোলোক - ঢোলোক
৬৬৪) আৰ্দ্ৰ - শুষ্ক
৬৬৫) আবতৰ - বতৰ
৬৬৬) আদৰ - অনাদৰ
৬৬৭) আন্তীয় - অনাত্মীয়
৬৬৮) আচল - নকল
৬৬৯) আনন্দ - বেজাৰ
৬৭০) আদায় - অনাদায়
৬৭১) আপইঁতা - পূৰঠ
৬৭২) আত্মশ্লাঘা - আত্মগ্লানি
৬৭৩) আদৰণি - বিদায়
৬৭৪) আচ্ছাদিত - অনাচ্ছাদিত
৬৭৫) আধৰুৱা - সম্পূৰ্ণ
৬৭৬) আধুনিক - প্ৰাচীন
৬৭৭) আনুষ্ঠানিক - অনানুষ্ঠানিক
৬৭৮) আটকধুনীয়া - কুন্ধচ
৬৭৯) আটোম - টোকাৰী - বিশৃংশল
৬৮০) আমিৰ - গৰীব
৬৮১) আস্থা - অনাস্থা
৬৮২) আসা - নিৰাশা
৬৮৩) আৰ্ৱিভাৱ - তিৰোভাৱ
৬৮৪) আয়তী - বিধৱা
৬৮৫) ইচ্ছা - অনিচ্ছা
৬৮৬) ইপাৰ - সিপাৰ
৬৮৭) আহুত - অনাহুত
৬৮৮) আবুৰ - মুকলি
৬৮৯) আৰম্ভ - শেষ
৬৯০) আবৃত - অনাবৃত
৬৯১) ইতিবাচক - নেতিবাচক
৬৯২) আৱাহন - বিসৰ্জন
৬৯৩) আমদানী - ৰপ্তানি
৬৯৪) আস্তিক - নাস্তিক
৬৯৫) আৰোহণ - অৱৰোহণ
৬৯৬) আব্যন্তৰিন - বাহ্যিক
৬৯৭) আড়ম্বৰপূৰ্ণ - অনাড়ম্বৰ
৬৯৮) আসক্ত - অনাসক্ত
৬৯৯) আমিষ - নিৰামিষ
৭০০) আহ্লাদ - বিষাদ
৭০১) আমিষহাৰী - নিৰামিষহাৰী
৭০২) আহুকাল - সুচল
৭০৩) ইচ্ছুক - অনিচ্ছুক
৭০৪) উচ্চ - অনুচ্চ
৭০৫) উচ্চ - নিম্ন
৭০৬) উদয় - অস্ত
৭০৭) উত্তম - অধম
৭০৮) উন্নতি - অনুন্নতি
৭০৯) উত্তৰ - প্ৰশ্ন
৭১০) উগ্ৰ - অনুগ্ৰ
৭১১) ইয়াত - তাত
৭১২) উণ্থান - পতন
৭১৩) উজু - টান
৭১৪) ইহকাল - পৰকাল
৭১৫) উক্ত - অনুক্ত
৭১৬) উদ্যমী - অনুদ্যমী
৭১৭) উজনি - নামনি
৭১৮) উদয়াচল - অস্তাচল
৭১৯) উপকাৰ - অপকাৰ
৭২০) ইহলোক - পৰকাল
৭২১) উন্নত - অনুন্নত
৭২২) উত্তমাংগ - অধমাংগ
৭২৩) উত্তৰ - দক্ষিণ
৭২৪) উজ্জল - অনুজ্জল
৭২৫) উখোৱা - আৰৈ
৭২৬) উদ্যত - অনুদ্যত
৭২৭) উচ্চ - নীচ
৭২৮) ইদানীত্ন - তদানীন্তন
৭২৯) উতকৃষ্ট - নিকৃষ্ট
৭৩০) উদাস - বিষয়ী
৭৩১) উষ্ণ - শীতল
৭৩২) উৰ্ধ্ব - অনুৰ্ধ্ব
৭৩৩) উচিত - উনুচিত
৭৩৪) উৰ্বৰ - অনুৰ্বৰ
৭৩৫) উদিত - অস্তমিত
৭৩৬) উত্তীৰ্ণ - অৱতীৰ্ণ
৭৩৭) উপস্থিত - অনুপস্থিত
৭৩৮) উপযুক্ত - অনুপযুক্ত
৭৩৯) উদাৰ - সংকীৰ্ণ
৭৪০) উভৈনদী - অভাৱ
৭৪১) উপসৰ্গ - অনুসৰ্গ
৭৪২) উতপতিয়া - শান্ত
৭৪৩) উদগ্ৰীৱ - নিৰুদ্বেগ
৭৪৫) উন্মুক্ত - আৱদ্ধ
৭৪৬) উৰ্দ্ধ - অধঃ
৭৪৭) উদ্দিষ্ট - অনুদ্দিষ্ট
৭৪৮) উপসংহাৰ - অবতৰণিকা
৭৪৯) উৰুঙা - উখল - মাখল
৭৫০) উমৈহতিয়া - গাইগুটিয়া
৭৫১) উত্তমৰ্ণ - অধমৰ্ণ
৭৫২) উদ্বিগ্ন - অনুদ্বিগ্ন
৭৫৩) উদগতি - অধোগতি
৭৫৪) উদ্ধদৃত - অনুদ্ধৃত
৭৫৫) এঁৱা - দৈ
৭৫৬) ওচৰ - দূৰ
৭৫৭) ক'লা - বগা
৭৫৮) একত্ব - বহুত্ব
৭৫৯) ককৰ্থনা - প্ৰশংসা
৭৬০) কৰ্কশ - মিহি
৭৬১) এতিয়া - তেতিয়া
৭৬২) ঊৰ্ধ্বচাপ - নিম্নচাপ
৭৬৩) ঐতিহাসিক - অনৈতিহাসিক
৭৬৪) ঋনাত্মক - ধনাত্মক
৭৬৫) এলাগী - লাগী
৭৬৬) ওখ - চাপৰ
৭৬৭) ক'লী - বগী
৭৬৮) একমুখী - বহুমুখী
৭৬৯) ধৰ্ধ্বতন - তলতীয়া
৭৭০) ঐহিক - পাৰলৌকিক
৭৭১) কইনা - বৰ
৭৭২) ওপৰ - তল
৭৭৩) এনাইদেও - পোথাদেও
৭৭৪) ঐক্য - অনৈক্য
৭৭৫) কৰ্কশ - শুৱলা
৭৭৬) এন্ধাৰ - পোহৰ
৭৭৭) ঔচিত্য - অনৌচিত্য
৭৭৮) ঊৰ্ধ্বগতি - অধোগতি
৭৭৯) ঐচ্ছিক - অনৈচ্ছিক
৭৮০) কঙালী - ভূগালী
৭৮১) কৰ্ম - অকৰ্ম
৭৮২) কান্দোন - হাঁহি
৭৮৩) ক্লান্ত - অক্লান্ত
৭৮৪) কৰণীয় - অকৰণীয়
৭৮৫) কল্পনা - বাস্তৱ
৭৮৬) ক্ৰয় - বিক্ৰয়
৭৮৭) কনিষ্ঠ - জ্যেষ্ট
৭৮৮) কপট - অকপট
৭৮৯) কাৰ্যকৰী - অকাৰ্যকৰী
৭৯০) কিঞ্চিত - প্ৰচুৰ
৭৯১) কান্দ - হাঁহ
৭৯২) কম - বেছি
৭৯৩) কথনীয় - অকথনীয়
৭৯৪) কম্পিত - অকম্পিত
৭৯৫) কৰ্তৃত্ব - অকৰ্তৃত্ব
৭৯৬) কাপুৰুষ - সাহসী
৭৯৭) কপটীয়া - অকপটীয়া
৭৯৮) কৰ্তব্য - অকৰ্তব্য
৭৯৯) কৰযুক্ত - কৰমুক্ত
৮০০) কৰাইচ - খৰছী
৮০১) কাল্পনিক - বাস্তৱিক
৮০২) কন্যা - পুত্ৰ
৮০৩) কদৰ্য - ধুনীয়া
৮০৪) কথিত - অকথিত
৮০৫) অপমান - সন্মান
৮০৬) অপৈণত - পৈণত
৮০৭) অবাধ্য - বাধ্য
৮০৮) অবিচলিত - বিচলিত
৮০৯) অপ্ৰমাদ - প্ৰমাদ
৮১০) অপৰিষ্কাৰ - পৰিষ্কাৰ
৮১১) অপৱিত্ৰ - প্ৰৱিত্ৰ
৮১২) অবাঞ্ছিত - বাঞ্ছিত
৮১৩) অপুত্ৰক - পুত্ৰক
৮১৪) অপ্ৰধান - প্ৰধান
৮১৫) অৰ্বাচীন - প্ৰাচীন
৮১৬) অপাত্ৰ - পাত্ৰ
৮১৭) অবাস্তৱ - বাস্তৱ
৮১৮) অপ্ৰাসংগিক - প্ৰাসংগিক
৮১৯) অপ্ৰাকৃতিক - প্ৰাকৃতিক
৮২০) অপ্ৰয়োগ - প্ৰয়োগ
৮২১) অপ্ৰচলিত - প্ৰচলিত
৮২২) অপুষ্পক - সুপুষ্পক
৮২৩) অপূৰ্ণ - পূৰ্ণ
৮২৪) অপ্ৰৰোচিত - প্ৰৰোচিত
৮২৫) অপুষ্টি - পুষ্টি
৮২৬) অপৰিসীম - সসীম
৮২৭) অপেস্বৰী - ফেদেলী
৮২৮) অপৰাজিত - পৰাজিত
৮২৯) অপৰিহাৰ্য - পৰিহাৰ্য
৮৩০) অমাৰ্জিত - মাৰ্জিত
৮৩১) অমৃত - গৰল
৮৩২) অলীক - বাস্তৱ
৮৩৩) অৱনতি - উন্নতি
৮৩৪) অলপ - বেছি
৮৩৫) অযুক্তি - যুক্তি
৮৩৬) অমাৱস্যা - পূৰ্ণিমা
৯৩৭) অলৌকিক - লৌকিক
৮৩৮) অৰাজনৈতিক - ৰাজনৈতিক
৮৩৯) অৰূমোদয় - সূৰ্যাস্ত
৮৪০) অমেধ্য - মেধ্য
৮৪১) অমত - মত
৮৪২) অৱজ্ঞা - আদৰ
৯৪৩) অমিল - মিল
৮৪৪) অৱৰোহন - আৰোহন
৮৪৫) অযৌগিক - যৌগিক
৮৪৬) অলংওঘনীয় - লংঘনীয়
৮৪৭) অমান্য - মান্য
৮৪৮) অল্পায়ু - দীৰ্ঘায়ু
৮৪৯) অৱতল - উত্তল
৮৫০) অমনোযোগ - মনোযোগ
৮৫১) অযুগুত - যুগুত
৮৫২) অৰুচি - ৰুচি
৮৫৩) অম্লান - ম্লান
৮৫৪) অমিতব্যয়ী - মিতব্যয়ী
৮৫৫) কুপথ - সুপথ
৮৫৬) কুৰুছি - সুৰুছি
৮৫৭) কুশ্ৰী - সুশ্ৰী
৮৫৮) কৃষ্ণাংগ - শ্বেতাংগ
৮৫৯) কু-বাদ - সু-বাদ
৮৬০) কুখ্যাত - সুখ্যাত
৮৬১) কুটিল - সৰল
৮৬২) কীৰ্তন - ৰতন
৮৬৩) কুলক্ষণ - সুলক্ষণ
৮৬৪) কুন্ধচ - শুৱনী
৮৬৫) কুমেৰু - সুমেৰু
৮৬৬) কুতসা - প্ৰশংসা
৮৬৭) কুফল - সুফল
৮৬৮) কিন - বিক
৮৬৯) কুনাম - সুনাম
৮৭০) কুৰূপ - সুৰূপ
৮৭১) কৃতজ্ঞ - অকৃতজ্ঞ
৮৭২) কু - পৰিবাহী - পু পৰিবাহী
৮৭৩) কুতসিত - সুন্দৰ
৮৭৪) কৃষ্ণপক্ষ - সুপক্ষ
৮৭৫) কিশোৰ - কিশোৰী
৮৭৬) কুলক্ষণী - সুলক্ষণী
৮৭৭) কুমলীয়া - পূৰঠ
৮৭৮) কুদৃষ্টি - শুভদৃষ্টি
৮৭৯) কৃতকাৰ্য - অকৃতকাৰ্য
৮৮০) খং - ৰং
৮৮১) খৰচ - জমা
৮৮২) খহটা - মিহী
৮৮৩) কৃত্ৰিম - অকৃত্ৰিম
৮৮৪) খণ্ড - অখণ্ড
৮৮৫) কৃশ - স্থুল
৮৮৬) কৃপণ - খৰছী
৮৮৭) খৰখেদা - লাহে - ধীৰে
৮৮৯) খৰালি - বাৰিষা
৮৯০) কোমন - কঠিন
৮৯১) খলনাময়ক - নায়ক
৮৯২) ক্লেশ - অক্লেশ
৮৯৩) কেঁকুৰি - পোন
৮৯৪) কৃত্য - অকৃত্য
৮৯৫) খৰচী - মিতব্যয়ী
৮৯৬) কৃপাময় - কৃপাহীন
৮৯৭) খণ্ডিত - অখণ্ডিত
৮৯৮) ক্ৰেতা - বিক্ৰেতা
৮৯৯) কৰ্মেন্দ্ৰিয় - জ্ঞানেন্দ্ৰিয়
৯০০) খণ্ডবাক্য - পূৰ্ণবাক্য
৯০১) খঙাল - ৰঙিয়াল
৯০২) কৃষিপ্ৰধান - উদ্যোগপ্ৰধান
৯০৩) কেঁচা - পকা
৯০৪) খৰতকীয়া - লেহেমীয়া
৯০৫) খাদ্য - অকাদ্য
৯০৬) খুচুৰা - পাইকাৰী
৯০৭) খ্যাত - অখ্যাত
৯০৮) গগন - পাতাল
৯০৯) গদ্য - পদ্য
৯১০) গমন - আগমন
৯১১) গত - অনাগত
৯১২) খাঁতি - ভেজাল
৯১৩) খাল - বাম
৯১৪) গতি - স্থিতি
৯১৫) গণিকা - সতী
৯১৬) গতিশীল - স্থিতিশীল
৯১৭) গধুৰ - পাতল
৯১৮) গভীৰ - অগভীৰ
৯১৯) গতানুগতিক - অগতানুগতিক
৯২০) খোলা - বন্ধ
৯২১) খীণ - শকত
৯২২) খাৰিফশস্য - ৰবিশস্য
৯২৩) খোকোজা - খলখলীয়া
৯২৪) গতিশক্তি - স্থিতিশক্তি
৯২৫) গধূলি - পুৱা
৯২৬) গঠন - ভাঙোন
৯২৭) খ্যাতি - অখ্যাতি
৯২৮) খুৰা - খুৰী
৯২৯) খালী - ভৰ্তি
৯৩০) গম্ভীৰ - চঞ্চল
৯৩১) গুণী - নিৰ্গুণী
৯৩২) গুৰু - শিষ্য
৯৩৪) গায়ক - গায়িকা
৯৩৫) গাই - বলদ
৯৩৬) গৰিষ্ঠ - লঘিষ্ঠ
৯৩৭) গ্ৰীষ্মকাল - শীতকাল
৯৩৮) গাভৰু - ডেকা
৯৩৯) গহীন - চঞ্চল
৯৪০) গুৰি - আগ
৯৪১) গাওঁ - নগৰ
৯৪২) গৰল - অমৃত
৯৪৩) গৰিহণা - প্ৰশংসা
৯৪৪) গুচৰীয়া - পদকীয়া
৯৪৫) গুণফল - ভাগফল
৯৪৬) গুৰু - লঘু
৯৪৭) গিৰীয়েক - ঘৈণিয়েক
৯৪৮) গা - গধুৰ - গা - পাতল
৯৪৯) গুৰি - আগ
৯৫০) গৰ্হিত - প্ৰশংসনীয়
৯৫১) গম্য - অগম্য
৯৫২) গুপ্ত - মুক্ত
৯৫৩) গিৰীহঁত - গিৰীহঁতনী
৯৫৪) গুণ - দোষ
৯৫৫) গাঁৱলীয়া - চহৰীয়া
৯৫৬) গ্লানি - যশচ্যা
৯৫৭) গৰম - ঠাণ্ডা
৯৫৮) গুৰুত্ব - লঘুত্ব
৯৫৯) গৌৰ - শ্যাম
৯৬০) গ্ৰহণ - বৰ্জন
৯৬১) ঘাইপথ - উপপথ
৯৬২) গ্ৰীষ্ম - শীত
৯৬৩) ঘৈণিয়েক - গিৰীয়েক
৯৬৪) গ্ৰামাঞ্চল - নগৰাঞ্চল
৯৬৫) গোটা - চেপেটা
৯৬৬) ঘৃমা - প্ৰেম
৯৬৭) গোপনীয় - অগোপনীয়
৯৬৮) গ্ৰহ - নক্ষত্ৰ
৯৬৭) ঘন - সেৰেঙা
৯৬৮) ঘাটি - ৰাহি
৯৬৯) গোলাম - মালিক
৯৭০) ঘৰচীয়া - বনৰীয়া
৯৭১) গৌৰৱ - অগৌৰৱ
৯৭২) গ্ৰেপ্তাৰ - মুক্তি
৯৭৩) গ্ৰহীতা - দাতা
৯৭৪) গ্ৰাহ্য - বৰ্জ্য
৯৭৫) গৌণ - মূখ্য
৯৭৬) গোপন - আকাশ
৯৭৭) ঘুমটি - নিদ্ৰাহীন
৯৭৮) গ্ৰহণীয় - বৰ্জনীয়
৯৭৯) গোচৰীয়া - পদকীয়া
৯৮০) গোমা - ফৰকাল
৯৮১) ঘোষ - অঘোষ
৯৮২) চনকা - লিটকীয়া
৯৮৩) চহকী - দুখিয়া
৯৮৪) চাকৰ - মালিক
৯৮৫) চাফা - লেতেৰা
৯৮৬) চৰ্ব্য - পেয়
৯৮৭) চৰকাৰী - বেচৰকাৰী
৯৮৮) চেপেটা - গোটা
৯৮৯) চল - অচল
৯৯০) চামোন - কথকী
৯৯১) চতুৰ - হোজা
৯৯২) চফেদ - ক'লা
৯৯৩) চঞ্চল - ধীৰ
৯৯৪) চামিল - বহিষ্কাৰ
৯৯৫) চৰকাৰ - জনসাৰাৰণ
৯৯৬) চাপৰ - ওখ
৯৯৭) চৰিত্ৰৱান - চৰিত্ৰহীন
৯৯৮) ঘোদা - নিজনী
৯৯৯) চন্দ্ৰ - সূৰ্য
১০০০) চৰ্ত - চৰ্তহীন
Post Id: DABP001316
29 Comments
এইটো বিপৰীত শব্দ টো লাগে
https://www.gkburner.com/