অসমীয়াৰ ঘৰুৱা চিকিৎসা
অসমীয়া পৰম্পৰাগত ঘৰুৱা চিকিৎসা বহু যুগৰ পৰা পৰিসৰে চালিত আৰু বোধগম্য চিকিৎসাৰ পৰা নানা গুণ আৰু ফল লাভ কৰি আহিছে। এই চিকিৎসাবোৰ সাধাৰণতঃ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি স্বাস্থ্যৰ যত্ন ল’বলৈ সহায় কৰে। এগৰাকী অসমৰ সাধাৰণ গৃহস্থই পৰিৱেশৰ সৈতে সু-সামঞ্জস্য বজাই ৰখাৰ বাবে ঘৰুৱা চিকিৎসাৰ ব্যৱহাৰ কৰে। অসমীয়া ঘৰুৱা চিকিৎসাৰ বিশেষত্ব হৈছে সেয়া মূলতঃ পৰিসৰে পোৱা প্ৰাকৃতিক উপাদানৰ পৰা নিৰ্মাণ কৰা হয়, যাৰ ফলস্বৰূপে ইয়াৰ কোনো প্ৰকাৰৰ বিষাক্ত বা পাৰ্শ্বপ্ৰতিক্ৰিয়া নাথাকে। Daily Assam ৰ পৰা সকলোৰে সুবিধাৰ অৰ্থে ৰোগ সমূহৰ ঘৰুৱা চিকিৎসা কি দৰে কৰা হয় আৰু কিছুমাণ প্ৰয়োজনীয় তথ্য় উল্লেখ কৰি দিয়া হৈছে । এই বিধানে সকলোকে উপকৃত কৰিব বুলি আশা কৰিলোঁ ।
CONTENT
৩৭। বাতাৰক্ত
৪০। হৃদৰোগ (HEART DISEASE)
৪৪।লেং কাহ
৪৫। হাইফাই বা হাঁপানি
৪৬।একাংগী
৪৭। উন্মাদ বোগ
৪৮। কঁকালৰ বিষ
৪৯। মৃগী ৰোগ
৫০। মূর্চ্চা বোগ
৫১। স্নায়বিক দুর্ব্বলতা
৫২। স্মৃতি শক্তি হ্রাস
৫৩। অকালতে চুলি পকা
৫৪। এঁরা ভগা
৫৫। কর্ণমূল বা পিঠাখোৱা
৫৬। কাণ পকা
৫৭। কুকুৰী কণা
৫৮। চকুৰ ৰোগ
৫৯। চুলি সৰা
৬০। জিভাৰ ঘা
৬১। দাঁত পোকে খোৱা
৬২। দাঁত বিষ
৬৩। দাঁত লৰা
৬৪। দাঁতৰ গুৰিয়েদি তেজ যোৱা
৬৫। দাঁতৰ আলু উখহা
৬৬। টনচিল
৬৭। টকৌৱে খোৱা
৬৮। মূৰ কামোৰণি
৬৯। মুখৰ ভিতৰত ছাল চিগা বা ঘা লগা
৭০। মাত ভঙা বা স্বৰভঙ্গ
৭১। ইনফ্লুরেঞ্জা
৭২। জলাতঙ্ক ৰোগ
৭৩। ধনুষ্টঙ্কাৰ
৭৪। পানীলগা
৭৫। বসন্ত ৰোগ
৭৬। যক্ষ্মা ৰোগ
৭৭। সৰু আই
৭৮। পালজ্বৰ
৭৯। মেলেৰিয়া
৮০। সন্নিপাত জ্বৰ
৮১। সূতিকা জ্বৰ
৮২। ঋতুস্রার অনিয়মীয়া
৮৩। কষ্টকৰ ঋতু বা বাধক বেদনা
৮৪। কন্যাকাল নোহোৱা
৮৫। গর্ভপাত
৮৬।প্রসৱ ৰোগ
৮৭। বন্ধ্যাত্ব বা বাঁজী
৮৮। ৰক্তস্রাৱ
৮৯। শ্বেত প্ৰদৰ
৯০। স্তনৰ ৰোগ
৯১।ঘোমোৰুকীয়া
৯২।পঁয়ালগা
৯৩। শিশুৰ প্ৰস্ৰাৱ বন্ধ
৯৪। টোপনিত প্রস্রাৱ হোৱা
৯৫। শিশুৰ নাড়ী পকা
৯৬। শিশুৰ শৌচ বন্ধ হৈ যোৱা
৯৭। শিশুৰ দাঁত গজাৰ সময়ত ঘনাই শৌচ হ'লে ...
৯৮। শিশুৰ সৰু আইৰ দোষ থাকিলে
৯৯। খোনা
১০০। ঘোঁৰা শলখা
১০১। শিশুৰ গাখীৰ চন্দিওৱাৰ ৰোগ
১০২। শিশুৰ মূৰত জ্বৰ উঠিলে
১০৩। শিশুৰ মুখেৰে লালতি ওলাইথাকিলে
১০৪। শিশুৰ শৌচ বমি
১০৫। শিশুৰ পেটৰ বিষ
১০৬। শিশুৰ কাণ পকা
১০৭। শিশুৰ শৌচ ক'লা হ'লে
১০৮। শিশুৰ ভোক নালাগিলে
১০৯। শিশুৰ সহজে দাঁত ওলাবলৈ হ'লে
১১০। শিশুৰ পেট ফুলা
১১১। গৰ্ম্মী ৰোগ
১১২। ধাতু দুর্ব্বল
১১৩। পাথৰি ৰোগ
১১৪। প্রমেহ
১১৫। বহুমূত্র
১১৬। মূত্রকৃচ্চ ৰোগ
১১৭। মূত্রাঘাত
১১৮। লিঙ্গৰ ঘা
১১৯। শালমইনা
১২০। শিৰাৰোগ বা অণ্ডকোষ বৃদ্ধি
১২১। স্বপ্নদোষ বা স্বপ্নপ্রমেহ
১২২। কৰ্কট ৰোগ
১২৩।অনিদ্রা ৰোগ
১২৪। বাত বিষ
১২৫। শক্তিহীনতা ৰোগ
১২৬। অন্যান্য ৭৮ টা ৰোগ
১২৭। কটা বা অন্যান্য ঘা
১২৮। জীৱ-জন্তু বা কীট-পতঙ্গই কামুৰিলে
১২৯। জুইয়ে পোৰা
১৩০। বিষাক্ত ফল খালে
১৩১। হাড় ভগা আৰু জোৰা লগা
১৩২। অন্যান্য ১৩ বিধ ৰোগ
১৩৩।ৰোগ প্ৰতিষেধক খাদ্য
১৩৪।সৌন্দর্য্য চর্চ্চা
১৩৫। আয়ুস বৃদ্ধি
১৩৬। বিষাক্ত ব্যাধি
১৩৭। সহজলভ্য বন-দৰবৰ গুণ-সম্বন্ধে