চাউল তিল মচুৰ দাইলৰ খিচিৰী ৰান্ধি খাব লাগে।
সৰিয়হ তেল পেটত মালিচ কৰিব লাগে।
অমিতা খাব লাগে।
খাদ্যত তেল মছলা ব্যৱহাৰ নালাগে।
গৰম পানী বেছিকৈ খাব লাগে।
খাব নালাগে - নাৰিকল, ঘিউ, জলকীয়া, চাহ, মছলা, কনী, বৰা চাউল আদি বেয়া
Post Id: DABP000139
No subjects found. Create Your Profile
চাউল তিল মচুৰ দাইলৰ খিচিৰী ৰান্ধি খাব লাগে।
সৰিয়হ তেল পেটত মালিচ কৰিব লাগে।
অমিতা খাব লাগে।
খাদ্যত তেল মছলা ব্যৱহাৰ নালাগে।
গৰম পানী বেছিকৈ খাব লাগে।
খাব নালাগে - নাৰিকল, ঘিউ, জলকীয়া, চাহ, মছলা, কনী, বৰা চাউল আদি বেয়া
Post Id: DABP000139
Daily Assam
We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.
Quick Links