প্ৰশ্ন ১ঃ অসমৰ ঢোল কেই প্ৰকাৰৰ ?

প্ৰশ্ন  ২ঃ ঢোল বনোৱা মানুহ জনক কি বুলি কোৱা হয় ?
উত্তৰঃ মুছি /মুছিয়াল ধন্যবাদ ।

প্ৰশ্ন ৩ঃ গগনা কেই প্রকাকৰ?আৰু কি কি?
উত্তৰঃ ২প্ৰকাৰ। লাহৰী বা ৰূপহী  আৰু ৰামধন গগনা।

প্ৰশ্ন ৪ঃ পানীৰ ভাপত বনোৱা পিঠাবিধৰ নাম কি ?
উত্তৰঃ ভাপ পিঠা

প্ৰশ্ন ৫ঃ বিহু নামত ব্যৱহাৰ কৰা চিৰা খুন্দা ধান বিধৰ নাম কি?
উত্তৰঃ বকুল বৰা ধান

প্ৰশ্ন ৬ঃ এৰিসুতা ,মুগাসুতা তাঁত বওঁতে  ভাতৰ মাৰ ৰবাব টেঙা বাকলিৰ মিশ্ৰন খিনি কি বুলি কয় ?
উত্তৰঃ তাহন

প্ৰশ্ন ৭ঃ নাচনীয়ে চাদৰৰ তলত পিন্ধা বস্ত্ৰ খনৰ নাম কি ?
উত্তৰঃ (চাদৰতকৈ চুটি ) ৰিহা

প্ৰশ্ন নং ৮ঃ " Bihu Songs of Assam ''  গ্ৰন্থ খনৰ লেখক কোন....?.
উঃ প্ৰফুল্ল দত্ত গোস্বামী

প্ৰশ্ন নং ৯ঃ বিহু হুঁচৰিৰ ভাগ দুটা | তাৰে এটা  বিহুতলী নাচ বা যোজনা নাচ হলে আনটো কি....?
উঃ হুঁচৰি খোলা







Post Id: DABP000369