২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
দিনৰ ১১ বজাত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে
১২টা ৱেবছাইটত পুৱা ৯ বজাৰ পৰাই পাব ফলাফল
ৱেবছাইটকেইটা :
results.sebaonline.org
assamresult.in
resultassam.nic.in
www.indiaresults.com
school.gradeup.co
www.exametc.com
www.assamonline.in
www.assam.shiksha
www.results.shiksha
www.examresults.net
www.jagranjosh.com
আৰু assamjobalerts.com

SMS যোগেও লাভ কৰিব পাৰিব পৰীক্ষাৰ ফলাফল -
BSNLৰ গ্ৰাহকে SEBA18 স্পেচ দি ৰোল নং লিখিব লাগিব
ৰোল নং লিখি প্ৰেৰণ কৰিব লাগিব 57766 নম্বৰত

এয়াৰটেলৰ গ্ৰাহকে AS10 স্পেচ দি ৰোল নং লিখিব লাগিব
ৰোল নং প্ৰেৰণ কৰিব পাৰিব 5207011 নম্বৰলৈ

আইডিয়া, জিঅ’, ভোডাভোনৰ নম্বৰৰ পৰাও লাভ কৰিব ফলাফল
AS10 লিখি স্পেচ দি প্ৰেৰণ কৰিব লাগিব 58888111 নম্বৰলৈ

SEBA RESLUTS 2018 এপ ডাইনলোড কৰিও চাব পাৰিব ফলাফল










Post Id: DABP000501