খাৰ

খাৰ হৈছে কল গছৰ পৰা তৈয়াৰ কৰা এবিধ জুলীয়া পদাৰ্থ। অসমৰ মানুহে পুৰণি কালৰ পৰা খাৰ ব্যৱহাৰ কৰি অহা দেখা গৈছে আৰু কথা কথাত খাৰখোৱা বুলিও আমাক কৈ অহা দেখা গৈছে আজি কালি এজন অসমীয়াই আনজন অসমীয়াক খাৰখোৱা বুলি কয়। অসমীয়া সাহিত্যত খাৰখোৱা শব্দটি বাৰে ব্যৱহাৰ কৰি থকা দেখা গৈছে। পুৰণি কালত অসমীয়া সকলে বিভিন্ন খাদ্য ৰান্ধিবলৈ খাৰ ব্যৱহাৰ কৰিছিল ইয়াৰ ব্যৱহাৰ তেতিয়া মূখ্য কাৰণ আছিল খাদ্য বোৰ সিজাবলৈ আৰু সোৱাদ লগা কৰিবলৈ। কিন্তু পিছলৈ নিমখ জাতীয় এই পদাৰ্থ অহা পাছত অসমীয়া সকলে খাৰ কেৱল নিসিজা পাচলি বা খাদ্য বোৰ ৰান্ধি বলৈ ব্যৱহাৰ কৰে। তাৰ ভিতৰত মাটিদাইল প্ৰধান, বাকী খাৰৰে ৰন্ধা পচলিবোৰৰক খাৰ বুলি কৈছিল আৰু ইয়াৰ পাছত খাৰৰ বনোৱা বেহুৱা,  ইত্যাদি।
খাৰ কেনেকৈ বনাই ইয়াৰ ওপৰত ভিডিঅ' আছে লিংকটো গৈ চাই ল'ব।
















Post Id: DABP000523