অসম পুলিচত ওলাইছে চাকৰি ২০১৯ বৰ্ষৰ । মুঠ পদৰ সংখ্যা ৭৮১ টা, ইয়াৰ বিভিন্ন পদ আছে। তলত দিয়া হৈছে।
Khalashi, Field Khalashi, Ghat Helper, Jr. Instructor, Store Keeper, Pharmacist, Dresser, Peon /Chowkidar and other various posts
আৰম্ভ হ'ব ৩ জানুৱাৰী ২০১৯ চন
শেষ হ'ব   ৩১ জানুৱাৰী ২০১৯ চন
Education Qualification
ইয়াত পদ অনুসৰি viii পাছৰ পৰা Graduation লৈ বিচৰা হৈছে কিছুমান পদত computer knowledge, ITI আৰু type writing বিচাৰিছে আপুনি ইচ্ছা অনুসৰি আবেদন কৰিব পাৰিব।
অলপ মন কৰিবলগীয়া কথা
আবেদন কৰিয়ে নিজৰ email id আৰু মোবাইল নাম্বাৰ হে ব্যৱহাৰ কৰিব একে  Email id আৰু Mobile Numbers ব্যৱহাৰ কৰিলে rejected বুলি ধৰা হ'ব গতিকে সাবধান হ'ব
আবেদন কৰাৰ আগতে বিজ্ঞাপনতো দুই তিনিবাৰ খৰচি মাৰি পঢ়ি ল'ব ।
সথিকৈ জানিবলৈ অসম পুলিচ ওৱেব চাইতত থকা PDF file টো download কৰক।
অনলাইন আবেদন কৰিব পাৰিব ইংৰাজী ৩ জানুৱাৰী পৰা
Start date; 03/01/2019
Last dates 31/01/2019







Post Id: DABP000637