প্ৰতি ১০০ গ্ৰাম ত্ৰিফলাত আছে ৫০ গ্ৰাম আমলখি, ৩৩ গ্ৰাম ভোমোৰা আৰু ১৭ গ্ৰাম শিলিখা  মিহলি কৰিব লাগে এই সকলো খিনি সামগ্ৰী গুৰি কৰাৰ আগতে ভাল দৰে শুকুৱাই ল'ব লাগে ।





Post Id: DABP000627