বগীবিল দলং অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ আনুষ্ঠানিকভাৱে দলংখন শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব।











Post Id: DABP000633