পৃথিৱী সূয চাৰিওফালে ঘূৰে -  The earth moves round the sun.


তেওঁ প্ৰতি মাহে এবাৰ যোৰহাটলৈ যায় - He goes to Jorhat once every month.


মানুহ মৰণশীল - Man is mortal.


তেওঁ এইখন স্কুলত পঢ়ে - He reads in this school.


আমাৰ পৰীক্ষা অহা বুধবাৰে-Our exam slated for next Wednesday





Post Id: DABP000632