...নিয়ৰ সিক্ত...
নিয়ৰ সিক্ত ,,,,,,,,,,
,,,,,,,,,,,,,,,অমল পুৱা
সোঁতে সোঁতে বয় ,,,,,
সেউজীয়াৰ গভীৰতা
লাজুকী মনে উৰে ,,,
হিয়াৰ আঁচল খনি
বিৰিখৰ পাতৰে সৰে
জিৰ্ জিৰ্ জিৰ্,,,,,,,
নিজানত নিজৰা বয়
কুলু কুলু সুৰ লয়,,,,,
সজল ধৰাৰ হাঁহিত,,
ব্যাকুল কৰে হৃদয়
বিনন্দীয়া প্ৰকৃতি
তাই চুপহিৰে ,,,,,,,
সৰি পৰা,,,,,,,,,,,,,,,,,,
সুবাস সুগন্ধি,,,
মৌধূপ মকৰণ্ড,,,,,,,,
মধুৰ মঞ্জুল স্বৰে
ৰূপত ৰহন চ'ৰে
প্ৰভাতে প্ৰভাতে
✍️ শ্বেলিনা
🎉 2.38k Views
সকলো পাঠকক আন্তৰিক ধন্যবাদ
সকলো পাঠকক আন্তৰিক ধন্যবাদ