....সোঁৱৰণি....
মোৰ প্ৰতি উশাহত তোমাৰেই
প্ৰতিধ্বনি,
হৃদয়ৰ গোপন কোণত
তোমাৰেই প্ৰতিচ্ছবি,
কিন্ত ভগ্ন হৃদয়ে দুনাই উটি
ভাঁহি ফুৰিছে,
ভাৱনাৰ সাগৰত, জটিলময় এটি
এন্ধাৰ পথত....
কঠিন অৰণ্যত সুৰুজৰ কিৰণ,
নিজম ৰাতিৰ শুভ্ৰ জোনাকীয়ে
উথলাই মন।
✍️ ৰুমীয়া বেগম
🎉 331k views
সকলো পাঠকক আন্তৰিক ধন্যবাদ
সকলো পাঠকক আন্তৰিক ধন্যবাদ