Search This Blog

সোঁৱৰণি অসমীয়া কবিতা ৰুমীয়া বেগম

মোৰ প্ৰতি উশাহত তোমাৰেই
প্ৰতিধ্বনি,
হৃদয়ৰ গোপন কোণত
তোমাৰেই প্ৰতিচ্ছবি,
কিন্ত ভগ্ন হৃদয়ে দুনাই উটি
ভাঁহি ফুৰিছে,
ভাৱনাৰ সাগৰত, জটিলময় এটি
এন্ধাৰ পথত....
কঠিন অৰণ্যত সুৰুজৰ কিৰণ,
নিজম ৰাতিৰ শুভ্ৰ জোনাকীয়ে
উথলাই মন।

লেখিকা-- ৰুমীয়া বেগম
অসমীয়া কবিতা

0 comments:

Post a Comment

Write your Comment