অধ্য়ায় ৩
সাফল্যৰ জিলিঙনি

) পাঠৰ আলমত উত্তৰ দিয়া।

(ক) উন্নতমানৰ ভাপ ইঞ্জিন তৈয়াৰ কৰা লোকজন কোন
(খ) উন্নত ইঞ্জিন এটি তৈয়াৰ কৰি কোনে ৰেল-গাড়ীৰ জয়যাত্ৰা আৰম্ভ কৰিছিল
(গ) গুৰুপ্ৰসাদ দাসৰ কমজীৱন কত কেনেকৈ আৰম্ভ হৈছিল
(ঘ) গুৰুপ্ৰসাদ দাসৰ কমনৈপুণ্য দেখি তেখেতক প্ৰশিক্ষণ লবলৈ কলৈ পঠিয়াইছিল
(ঙ) গুৰুপ্ৰসাদ দাসে আৱিস্কাৰ কৰা যন্ত্ৰটোৰ নাম কি পাছলৈ এই যন্ত্ৰটোক কি নামেৰে নামকৰণ কৰে

২) শব্দবোৰৰ অথ জানি লোৱা।

শব্দ         অথ
প্ৰয়োগিক – খটাবলগীয়া,ব্যৱহাৰ কৰিবলগীয়া,প্ৰয়োগ কৰিবলগীয়া
আৱিস্কাৰ-বিচাৰি উলিওৱা,প্ৰকাশ বা ব্যক্ত কৰি উলিওৱা,গুপুতে 
       থকা বস্ত্ত জনসাধাৰণৰ জ্ঞান-গোচৰ কৰা।
নেৰানেপেৰা- একেলেথাৰিয়ে চলি থকা, কেতিয়াও নেৰা।
অধ্যৱসায় – নেৰানেপেৰা উতসাহ বা পৰিশ্ৰম,নিৰন্তৰ চেষ্টা।
খ্যাতি (খিয়াতি)- যশস্যা।
অদম্য – যাক দমাব বা বশ কৰিব নোৱাৰি ।
প্ৰৱাসী – ঘৰৰ পৰা আঁতৰত বাস কৰা মানুহ।
কমযোগী – যোগীৰ দৰে একান্তমনে কম কৰা লোক।
কমস্পৃহা – কামৰ প্ৰতি ধাউতি বা আসক্তি।
কমপটু – কামত পাকৈত।
প্ৰশিক্ষণ – কোনো শিক্ষা বিষয়ক আলোচনা, বিশেষ বিষয়ত       
        পাৰদশী কৰাৰ বাবে দিয়া শিক্ষা হাতে কামে দিয়া
         শিক্ষা।
প্ৰেৰণ – পঠিওৱা কায।
কৃতিত্ব – কাযদক্ষতা,কীতি,সুকৃতি।
অভিজ্ঞতা – কৰি, দেখি,শুনি,ঠেকি লাভ কৰা জ্ঞান।
নৈপুণ্য – পাগতালি।
উত্তীণ – কৃতকায,পাৰ হোৱা, পৰীক্ষাত পাছ কৰা।
যুগান্তকাৰী – এটা যুগৰ অন্ত কৰোঁতা।
প্ৰত্যাশিত – আশা কৰা, ভৰসা কৰা।
প্ৰতিনিয়ত – দিনৌ, সকলো দিনত।
প্ৰাতঃস্মৰণীয় – সকলোৱে ভক্তিৰ পাত্ৰ বুলি যাক পুৱাতে স্মৰণ
           কৰা উচিত, পোৱাতে মনত পেলাবলগীয়া।

৩) গুৰুপ্ৰসাদ দাসক অসম মাতৃৰ এগৰাকী সুদক্ষ বুলি কিয় কোৱা হৈছে লিখা।

৪) ডাঙৰ হৈ তুমি কি হবা আৰু কিয় তেনে হবলৈ বিচাৰা সেই বিষয়ে লিখা ।

৫)বাক্য সাজা।

অধ্যৱসায়, নেৰানেপেৰা, আমন্ত্ৰন, অনুসন্ধিতসু, প্ৰত্যাহ্বান, ঘাত-প্ৰতিঘাট, প্ৰত্যাশিত, প্ৰৱাসী।




Post Id: DABP000872

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------