প্ৰত্যাহবান

১) পাঠটোৰ তিনিওটা খণ্ড মনোযোগৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া ।
(ক) সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল?

(খ) বিদ্যালয়ত নাম ভতি কৰোঁতে প্ৰিন্সি গগৈৰে কি সমস্যাৰ  সন্মখীন হৈছিল ?

(গ) পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে?

(ঘ) দুঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ?

(ঙ) সংগ্ৰামজ্যোতিয়ে  কত চিত্ৰকলাৰ  প্ৰাৰম্ভিক  শিক্ষা লাভ কৰিছিল?

(চ) সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদশী?

(ছ) আপোনাৰ দৰে মোৰো দুখন হাত আছিল- কবিতাটি কোনে ৰচনা কৰিছিল?


উত্তৰ লিখা।
২) (ক) কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল ?     
(খ) এজোপা বৰগছ হৈ ছাঁ দিব বিচাঁৰো ।
                  - ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বাচাৰিছে ?


৩) সংগ্ৰামজ্যোতিয়ে বণময় আৰু প্ৰাণৱন্ত ৰুপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অজন কৰিলে সেই বিষয়ে লিখা।

৪) বিপৰীতাথক শব্দ লিখা 
এন্ধাৰ- পোহৰ  ।
সফল- অসফল ।
স্বাভাৱিক  অস্ৱাভাৱিক  ।
জাগ্ৰত
অমংগল
সক্ষম 
আনুষ্ঠানিক 


৫) যুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা ।


৬) বাক্য ৰচনা কৰা ।
আনুষ্ঠানিক
গতিপথ
প্ৰচেষ্টা 
যন্ত্ৰণা 
কতব্য
প্ৰশংসা


৭) আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজায় লিখা ।


৮) বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ  প্ৰতি থকা অৱহেলাৰ মনোভাব আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা ।


৯) ধৰা, তোমাৰ বিদ্যালয়ত ছাত্ৰ এজনে ৰাষ্ট্ৰীয় পযায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হৈছে । তেওঁৰএই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাতকাৰ কেনেকৈ লবা তাৰে এটা আহিক প্ৰস্তত কৰা ।


১০) শিক্ষা-দিক্ষা , খেলা-ধুলা , সৃষ্টিশীল সাহিত্য, ছবি অঁকা আদিত পাৰদশিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা।


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------