Lesson 5 

Last's Write a story

There is a tiger in the forest.
জংঘলত বাঘ এটা আছে




There is deer grazing in the forest.
বনত হৰিণা এটা চৰি আছে




The tiger sees a deer roaming
বাঘটোই হৰিণা এটা ঘূৰি ফুৰা দেখিছিল




The tiger   crawls quietly towards the deer.
বাঘটোই হৰিণাৰ ফালে চুপচাপ আস্তে আস্তে আগুৱাই আহিছিল



The deer becomes alert He looks here and there and feels the presence of the tiger. 

হৰিণাটোই সতৰ্ক হৈ উঠে সি ইফালে সিফালে চালে আৰু বাঘৰ উপস্থিতি অনুভব কৰিছিল






The deer runs very fast, to save his life.

হৰিণাই তাৰ জীৱন বচাব কাৰণে খুব দ্রুতগতিত দৌৰিছিল

 




The deer hides himself in a bush.

হৰিণাটোই নিজকে ঝাড়ৰ মাজত লুকাই ৰাখিছিল



The tiger sadly goes away.

বাঘে দুখেৰে গুচি গ




 Let's Write a story 

এটা গল্প লিখা

 

 

 

Now, answer the following questions. Pick words from the box below to complete the answers. You may choose a word more then once:

এতিয়া নিম্নলিখিত প্রশ্নৰ উত্তৰ দিয়াউত্তৰশাৰী সম্পূণ কৰোতে  তলৰ বক্সত থকা শব্দবোৰ নিৰ্বাচন কৰি উলোৱাতুমি এবাৰ বা এবাৰতকে বেচি শব্দ নিৰ্বাচন কৰিব পাৰিবা

grazing          roaming         presence         runs                away             save                           bush         sadly  tiger               alert               deer  

 

a) What is there in the first picture?

প্রথম ছবিটোত কি আছে?

There is a tiger in the forest.

জংঘলত বাঘ এটা আছে

 

b) What do you see in the second picture?

দ্বিতীয় ছবিটোত কি দেখিছে?

There is deer grazing in the forest.

বনত হৰিণা এটা চৰি আছে

 

c) What happens in the third picture?

তৃতীয় ছবিটোত কি ঘটে?

The tiger sees a deer roaming

বাঘটোই হৰিণা এটা ঘূৰি ফুৰা দেখিছিল

 

d) What does the tiger do in the fourth picture?

চতুৰ্থ ছবিত বাঘে কি কৰিছিল?

The tiger   crawls quietly towards the deer.

বাঘটোই হৰিণাৰ ফালে চুপচাপ আস্তে আস্তে আগুৱাই আহিছিল

 

e) What does the deer do in the fifth picture?

পঞম ছবিত হৰিণাটোই কি কৰিছিল?

The deer becomes alert He looks here and there and feels the presence of the tiger. 

হৰিণাটোই সতৰ্ক হৈ উঠে সি ইফালে সিফালে চালে আৰু বাঘৰ উপস্থিতি অনুভব কৰিছিল

 


f) What does the deer do after that?

তাৰপিছত হৰিণাটোই কি কৰিলে?

The deer runs very fast, to save his life.

হৰিণাই তাৰ জীৱন বচাব কাৰণে খুব দ্রুতগতিত দৌৰিছিল

 

g) Where does the deer hide?

হৰিণাটোয়ে কত লুকাইছিল?

The deer hides himself in a bush.

হৰিণাটোই নিজকে ঝাড়ৰ মাজত লুকাই ৰাখিছিল

 

h) What happens in the end?

শেষ পৰ্যন্ত কি হৈছিল?

The tiger sadly goes away.

বাঘে দুখেৰে গুচি গ

 

Now, write all your answers together in a sequence in your notebooks.

এতিয়া তোমাৰ বহীত ক্রমানুসাৰে তুমাৰ সমস্ত উত্তৰ লিখা

Your story is ready.

তোমাৰ গল্প প্রস্তুত

Give a suitable title to the story.

গল্পটোৰ উপযুক্ত উপাধি দিয়া

.........................................................................................

Talk to your friends and write the titles which your friends have given to their stores.

তোমাৰ বন্ধু সৈতে কথা পতা আৰু গল্পটোৰ উপাধিটো লিখা যিটো তোমাৰ বন্ধুৱে দিছেশব্দবোৰৰ অৰ্থ  কি:

 

Let’s recite the poem:

বিতাটো আবৃত্তি কৰা

 

 

Someone 

Someone   came   knocking 

(চামওৱান কেম নকিং)

At   my wee   small   door; 

(এত মাই ৱী স্মল ডোৰ)

Someone   came   knocking, 

(চামওৱান কেম নকিং)

I’m   sure -sure- sure; 

(আই এম চিয়োৰ -চিয়োৰ- চিয়োৰ)

I   listened, I   opened 

(আই লিস্তিনেড,আই ওপেনড)

I looked   to left    and right, 

(আই লোকেড টু লেফ়ট এন্দ ৰাইট)

But nought   there   was a-stirring 

( বাট ডেয়াৰ ওৱাস এ স্টিৰিং)

In   the   still, dark    night; 

(ইন দ স্টীল. ডাৰ্ক নাইট)

Only   the busy   beetle

অনলি দ বিজি বীটল )

Tap-tapping   in the wall,

( ট্প-টেপ্পিং ইন দ ওৱাল)

Only   from   the   forest 

(অনলি ফ্রম দ ফৰেস্ট)  

The   screech-owl’s   call,

(দি স্ক্রীচ-আউল'স কল)

Only   the cricket    whistling 

(অনলি দি ক্রীকেট হোইচ্লিং)

While   the   dewdrops   fall, 

(হোওৱাইল দি ডিউড্রপ্চ ফল)

So I   know   not   who   can   be knocking,

(সো আই নো হো কেন বী নকিং)

At all, at all, at   all.

(এট অল,এট অল,এট অল,)

 

 

 -Walter    de   la Mare

ৱল্টেৰ দে লা মাৰে

 


Let, see what   the   words    below mean:

আহা চাওঁ তলত থকা শব্দবোৰৰ অৰ্থ  কি:

 

Wee      : very  small  in   size (খুব সৰু আকাৰৰ)

nought  : nothing (সূণ্য)

stirring  : moving (চলন্ত)

beetle    : an insect (এবিধ পোকা)

screech  : aloud   unpleasant   sound (জোৰে অপ্ৰীতিকৰ শব্দ হোৱা)

cricket   : a  small jumping   insect   that   makes  a  loud   sound (ঝিঝি পোকা)

whistling:  making   a  musical   tune   with   lips (সিটি বজোৱা)

dew: a very  small  drop  of   water   that   falls   on  the  ground.(হিম)

 

 

ACTIVITIES  

ক্ৰীয়াকলাপ

1.  Choose the correct   answer   and   complete   the    sentences:

সঠিক উত্তৰটো নিৰ্বাচন কৰা আৰু বাক্যশাৰী সম্পূৰ্ণ কৰা:

 

a)Someone   came   knocking   at a..Small..(Small/ big) door

চামওৱান কেম নকিং এট এ....স্মল...(স্মল / বিগ) ডোৰ

                                                                                                                                                            

b)The poet   looked   out   in   the   still...... dark....... (dark/bright) night.

দ পোয়েট লোকেড আউত ইন দ স্টীল........ডাৰ্ক............(ডাৰ্ক / ব্রাইট) নাইত

 

c) Only   the...... busy.........  (lazy/busy) beetle was   tap-tapping   in the   wall.

অনলি দ.......বিজি.........(লেজি / বিজি) বীটল ওৱাস ট্প-টেপ্পিং ইন দ ওৱাল

 

d) The   poet   listened   and...... opened........(opened/  closed)the   door.

দ পোয়েট লিস্তিনেড এন্........ওপেনড........(ওপেনড / ক্লোসড) দ ডোৰ

2)Work in   pairs.Read   the poem. ‘Someone'' once again. Now,find   the   words   which tell   us about   sounds. Tell your   partner and write   them down. One is done for you:  topping

জোৰা হৈ কাম কৰা আৰু এবাৰ সামওয়ান' কবিতাটী ঢ়াএতিয়া এটা শব্দ যিবোৰ আমাক শব্দসমূহ সম্পৰ্কে বুজাই সেই শব্দবোৰ সন্ধান কৰাতোমাৰ সঙ্গীক কোৱা আৰু তলত লিখাএটা উদাহৰণ সৈতে কৰি দেখুৱা হেছে:টপিং


3) Match the words which are similar in meaning:

অৰ্থৰ সৈতে মিলা শব্দবোৰ সমকক্ষতা কৰা

 Ans:-

                           wee                 tiny 

                          listen                hear 

                           look                watch

                           forest              jungle 

                           call                  cry

 

4. Work in groups. Fill in the gaps and complete the poem. Some words are given below:

দলবব্ধ হৈ কাম কৰাশূণ্যস্থান পুৰণ কৰি কবিতাটো সম্পূৰ্ণ কৰাকিছুমান শব্দ তলত দিয়া আছে

 

Tow  little  eyes  Ten  one mouth  night  bright

 

 

……Ten ….. little finger, ten …little……toes,

টেন লিটল ফিঙ্গাৰ, টেন লিটল টোস,

……Two…..little ears and …....one…… little nose,

তো লিটল ইয়াৰস এন্ ওয়ান লিটল নৌচ,

Two little …eyes……… that shine so ……bright……….

তো লিটল আইচ থাৎ চাইন সো ব্রাইত

And one little ……mouth………

এন্ ওৱান লিটল মাউথ.......

To kiss mother good…...night……

তো কিস মাদাৰ গুড নাইত

 

 

5. Let's read:

My name is Nitin. I am ten years old. I live in Nagaon with my parents, my sister Rosy and my brother Arun. One night, some one knocked at our door. I opened the door but there was no one. Then I saw a little dog scratching the door with its paws. I felt very happy to see it, and brought it inside.

মোৰ নাম নিতিনমোৰ দশ বছৰ বয়সমই নগাওঁত মা-দেউতা,ভণ্টী ৰোজি আৰু ভাইটী অৰুণৰ সৈতে থাকোএদিন ৰাতি কোনোবাই আমাৰ দৰজাত ঢকীয়ালেমই দৰজাখন খুলিলো কিন্তু তাতে কোনো নাছিলতাৰপিছত মই দেখিলো এটা সৰু কুকুৰৰ পোৱালি দৰজাখনত তাৰ ভৰিৰে আচুৰি আছেমই দেখি খুব সুখী হৈছিলো আৰু তাক ভিতৰলৈ লৈ আনিলো

 

 

Read the following statements and ask questions to get these 5 as answers. One is done for you:

নিম্নলিখিত বিবৃতি ঢ়া আৰু প্রশ্ন তৈয়াৰ কৰা এই তলৰ পাঁচটা উত্তৰ পাবলৈএটা তোমাৰ বাবে কৰি দেখুৱা হৈছে

 

 

a) My name is Nitin.( মোৰ নাম নিতিন)

    What is your name?(তোমাৰ নাম কি?)

 

b) I am ten years old.( মোৰ দশ বছৰ বয়স)

    How old are you? (তোমাৰ বয়স কিমান?)

 

c) One night someone knocked at the door. (এদিন ৰাতি কোনোবাই দৰজাত ঢকীয়াইছিল)

Who knock at the door? (কোনে দৰজাত ঢকীয়াইছিল?)

 

 

d) I opened the door.( মই দৰজাখন খুলিছিলো)

   Who open the door? (কোনে দৰজাখন খুলিছিলে?)

 

 

6. Make the following sentences into questions to get yes/no as an answer. One is done for you:

উত্তৰ হিচাপে হ্যাঁ/ না কৰোতে নিম্নলিখিত বাক্যবোৰৰ প্রশ্ন পৰিণত কৰাএটা তোমালোকৰ বাবে সম্পন্ন কৰা হৈছে

 

a) Yes, Nitin is opening the door.( হ্যাঁ, নিতিনে দৰজা খুলিছে।)

    Is Nitin opening the door? নিতিন কি দৰজা খুলিছে?)

 

b) No, a dog can’t knock at a door. 

(না, এটা কুকুৰে দৰজাত ঢকীয়াব নোৱাৰে।)

Can a dog knock at a door? 

(এটা কুকুৰে কি দৰজাত ঢকীয়াব পাৰে?)

 

c) Yes, a little dog was scratching the door with its paws. (হ্যাঁ,এটা সৰু কুকুৰৰ পোৱালিয়ে দৰজাখনত তাৰ ভৰিৰে আচুৰি আছিল।)

Was a little dog scratching the door with its paws? 

এটা সৰু কুকুৰৰ পোৱালিয়ে দৰজাত তাৰ ভৰিৰে আচুৰিছিল নেকি?)

 

d) Yes, I brought it inside. (হ্যাঁ, মই  ভিতৰলৈ লৈ আনিছিলো)

    Did you brought it inside? (তুমি  ভিতৰত লৈ আনিছিলা নেকি?)

 

7. Put the words below in the correct order to make questions. Begin each sentence with a capital letter:

প্রশ্ন কৰোতে সঠিক ক্রমে তলত শব্দবোৰ ৰাখা তিয়া ডাঙৰ হাতৰ অক্ষৰ সৈতে প্রতিটো বাক্য আৰম্ভ কৰা

 

a) he/happy/was?  হি/ হ্যাপী/ওয়াস?

Was he happy? ওয়াস হি হ্যাপী?


b) your book/where/is? ইওৰ/বুক/ওৱেৰ/ইজ 

Where is your book? ওৱেৰ ইজ ইওৰ বুক?

 

c) going/you/are/when?    গোয়িং/ ইউ /আৰ /হোয়েন?

When are you going?  হোয়েন ইউ আৰ গোয়িং?

 

d) are/old/you/how?   আৰ/ ওল্ড/ ইউ / হাও?

How old are you? হাও ওল্ড ইউ আৰ?

 

e) school/which/you/go/to/do? স্কুল/হোইচ/ইউ /গো/তো/ডু?

Which school do you go to?  হোইচ স্কুল ডু ইউ গো তো?

 

f) why/you/crying/are? হোয় / ইউ / ক্রায়িং/আৰ?

Why are you crying? হোয় আৰ ইউ ক্রায়িং?

 


8. Let’s complete the poem with rhyming words. Choose from the options:

 আহা মিত্রাক্ষৰকাৰী শব্দৰে কবিতাটি সম্পূৰ্ণ কৰাবিকল্পগুলিৰ পৰা নিৰ্বাচন কৰা:

 Eight little fingers standing up tall,

Two little ears to hear mummy ......call...... (roll/call)

টু লিটল ইয়াৰস তো হেয়াৰ মম্মী.........কল........(ৰোল/কল)

One little nose that I can blow,

ওয়ান লিটল নৌচ  থাৎ আই ক্যান  ব্লৌ

Ten little toes, all in a ...........row............ (raw/row)

টেন লিটল , টোস ,অল ইন এ ..........ৰৌ............(ৰ/  


9. You may have heard the story “The Cap Seller and the Monkeys” Sit in groups and write the story. Some clues are given below. Use them and complete the story:

তুমি টুপী বিক্রেটা আৰ বান্দৰৰ গল্পটো চাগে নিচ্শয় শুনিছাদলে দলে বহা আৰু গল্পটো লিখাতলত কিছুমান ক্লো দিয়া আছেসেইবোৰ ব্যৱহাৰ কৰি গল্পটো সম্পূৰ্ণ কৰা

 

Place    he   there was a    took   monkeys    to    caps    came    off   went away   threw    person     saw

 

 

Once upon a time ……… there was a    ………… cap seller. He moved from ……place………. to place. One day, a…he…went…to….. the market to sell his caps. After some time he was tired. So he sat under a tree and fell asleep.

এসময়ত এটা টুপী বিক্রেটা আছিলসি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিছিলএদিন সি তাৰ টুপী বিক্রী কৰিবলৈ বজাৰ গৈছিলকিছুসময় পিছত সি ভাগৰি পৰিছিলসেইকাৰণে সি গছ এডালৰ তলত বহি শুই পৰিছিল

 

          A troop of monkeys……came…… to the place. They …took……… away the caps. When the cap seller woke up, he ……saw……. that his caps were gone . He looked here and there and saw a few … monkeys …… with the caps on tree. The cap seller was a clever …person………. An idea came to his mind as quick as lightning. The cap seller took... off..... his cap and threw it on the ground. At once, the monkeys also took their.... caps  ....... and …...threw…… them on the ground. The cap seller collected his caps and …went away……

সেই ঠাইলৈ এজাক বান্দৰৰ দল আহিছিলসিহঁতে মানুহজনৰ টুপীবোৰ লৈ গযেতিয়া টুপী বিক্রেটাটোই টোপনীৰ পৰা সাৰ পাই উঠিলে সি দেখিলে তাৰ টুপীবোৰ তাত নাছিলতেওঁ ইফালে সিফালে চালে আৰু কেইটামান বান্দৰক টুপীৰ সৈতে গছৰ ওপৰত দেখা পালেটুপী বিক্রেটাজন বৰ বুদ্বিয়ক ব্যক্তি আছিলবজ্রপাত পৰাৰ দৰে তেওঁৰ মূৰত তৎসনাত এটা ধাৰণা আহিলেটুপী বিক্রেটাজন তাৰ টুপীতো খুলি মাটিত পেলাই দিলেতেওঁক দেখি বান্দৰেও টুপী কেইটা খুলি মাটীত দলিয়াই দিলেতাৰপিছত টুপী বিক্রেটাজন তেওঁৰ টুপীবোৰ সংগ্রহ কৰি তাৰ পৰা গুচি গ'

 

 

10. Look at this sentence.

এই বাক্যটো চোৱা

 

 The cap seller was as clever as the monkeys.

It compares the cap seller and the monkeys. Now, read and practice the following comparisons. They are called similes:

টুপী বিক্রেটাজন বান্দৰৰ দৰেই চালাক আছিলইয়াত টুপী বিক্রেটাজন আৰু বান্দৰক তুলনা কৰিছেএতিয়া নিম্নলিখিত তুলনাকৰা বাক্যবোৰ পঢ়া আৰু অনুশীলন কৰাইয়াক উপমা বুলি কোৱা হয়

 

1. As black as coal (কয়লাৰ দৰে ক'লা)

2. as white as snow (বৰফ়ৰ দৰে বগা) দৰে গৰ্বিত

3. as proud as a peacock (ময়ূৰৰ দৰে গৰ্বিত)

4. as brave as a tiger (বাঘৰ দৰে সাহসী)

5. as cunning as fox (শিয়লৰ দৰে ধূৰ্ত)

6. as sweet as honey (মধুৰ দৰে মিঠা)

7. as quick as lightning (বজ্রপাতৰ দৰে দ্রুত)

8. as green as grass (ঘাহঁনিৰ দৰে সেউজীয়া)

 

11. Choose the suitable similes and complete the sentences. The first one is done for you.

উপযুক্ত উপমা নিৰ্বাচন কৰা আৰু বাক্যশাৰী সম্পূৰ্ণ কৰাপ্রথমতো তোমাৰ কাৰণে কৰি দেখুৱা হৈছেপ্রাউড

 

As proud as      as brave as      as sweet as     as white as  

এস প্রাউড এস           এস ব্রেভএস              এস স্বীইত এস               এস হোৱাইত এস

 

The mango was as sweet as honey. (আমটো মধুৰ দৰে মিঠা)

 

    a)     Rita wore a new frock which was ........as white as........ snow. (ৰিতাই এটা নতুন ফ্রক পিন্ধিছিলে যিতো বৰফৰ দৰে বগা আছিল)

    b)    Ami is a beautiful girl but she is .......... as proud as .........a peacock. (এমিএজনী ধুনীয়া ছোৱালী কিন্তু তাই ময়ূৰৰ দৰে গৰ্বিত)

 

d) Deepak has many friends because he is ........as brave as .........   a tiger.

(দীপকৰ অনেক বন্ধু আছে কাৰণ সি বাঘৰ দৰে সাহসী।)

 

12. In the grid below there are the least fifteen describing words. Find and circle them. Then make sentences with any five of them:

তলৰ গ্রীডত নূন্যতম পোন্ধৰটা বৰ্ণনামূলক শব্দ আছেসেইকেইটা সন্ধান কৰা আৰু বৃত্ত কৰাতাৰপিছত তাৰপৰা যিকোনো পাঁচটা শব্দৰে বাক্য তৈয়াৰ কৰা


Plabita Deka

Post Id: DABP000873