Lesson-1


 A Letter to God 

1. What did Lencho hope for?
( লেঞ্চই কি আশা কৰিছিল? )
Ans:- Lencho hoped for rain as it was much needed for a good harvest.
         ( লেঞ্চই বৰষুণৰ বাবে আশা কৰি আছিল যিটো তাৰ খেতিডৰাৰ বাবে খুবেই প্ৰয়োজন আছিল। )


2. Why did Lencho say the raindrops were like 'new coins'?
    ( লেঞ্চই বৰষুণৰ টোপালবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছিল? )
Ans:- For lencho, the raindrops were like 'new coins' as they promised him a good harvest resulting in more prasperity.
          ( বৰষুণৰ টুপালবোৰ লেঞ্চৰ বাবে নতুন পইচাৰ দৰে আছিল কিয়নো ই তেখেতৰ খেতিডৰাক সমৃদ্ধিশালী কৰাৰ সপোন দেখাইছিল। )


3. How did the rain change? What happened to Lencho fields?
    ( বৰষুণ কিদৰে সলনি হৈছিল? ই লেঞ্চৰ খেতিডৰালৈ কি পৰিৱৰ্তন আনিছিল? )

Ans:- The rain who came with a new hope had changed into a hailstorm. A strong wind began to blow and huge hailstones began to fall along with the rain. All the craps in Lencho's field got destroyed due to hailstorm.
         ( নতুন আশা কঢ়িয়াই অনা বৰষুণজাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হ'ল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে, যাৰ ফলত লেঞ্চৰ পথাৰখনৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থকিল। )


4. What were Lencho's feelings when the hail stoppes? 
    ( ধুমুহা শেষ হোৱা পাছত লেঞ্চৰ কেনেকুৱা অনুভৱ হৈছিল? )
Ans:- When the hail stopped Lencho was filled with grief as everything was ruined and there was nothing that could feed his family. He could see a bleak future for him and his family.
      ( ধুমুহা শেষ হোৱা পাছত লেঞ্চৰ খংউঠিছিল কিয়নো ই সকলো ধ্বংস কৰি পেলেইছিল যাৰ ফলত তেওঁ পৰিয়ালক খুৱাবৰ বাবে একো বাছি নাথাকিলে। তেওঁ নিজৰ মাথো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল। )


5. Who or What did Lencho have faith in? What did he do?
    ( লেঞ্চই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল? আৰু তেওঁ কি কৰিছিল? )
Ans:- Lencho had firm faith in God. He believed that God sees everything including one's deep conscience and help everyone in one's problems. He wrote a letter to God demanding him a hundred pesos to his field again. 
    ( লেঞ্চৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেঁও বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলোৰে মনৰ ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওচৰত ১০০ টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে। )



6. Who read the letter? 
    ( চিঠি খন কোনে পঢ়িছিল? )
Ans:- The postmaster read the letter.
       ( প'ষ্টমেনজনে চিঠিখন পঢ়িছিল। )


7. What did the postmaster do then?
    ( প'ষ্টমাষ্টাৰজনে কি কৰিছিল? )
Ans:- The postmaster helped Lencho by sending money on behalf of God. lencho had written a letter God help him money. The postmaster didn't want to shake Lencho's faith in God. So he collected money and sent to Lencho. 
    ( ভগৱানৰ হৈ প'ষ্টমাষ্টৰজনে লেঞ্চৰ বাবে পইচা পঠাইছিল। লেঞ্চই ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি, সেইবাবে পষ্টমাষ্টজনে লেঞ্চ'ৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা গোটাই লেঞ্চ'লৈ পঠিয়াছিল। )


8. Was Lencho surprised to find a letter for him with money in it?
    ( লেঞ্চ'ই চিঠিসহিত পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল নেকি? )
Ans:- No, Lencho was not surprised to find a letter for him with money in it, because he had full faith in God. He knew that God saw everything even in one's conscience.
    ( নাই, লেঞ্চ'ই চিঠিখনৰ সৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল, কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ জানিছিল যে ভগৱানে সকলোৰে মনৰ ভিতৰৰ দূৰৱস্থাও বুজি পাই। )



9. What made him angry?
   ( কি কথাত তেওঁৰ খঙ উঠিছিল? )
Ans:-  Lencho asked for hundred pesos from God. But God sent him only seventy pesas. It was not good on God's part. This made him angry.
       ( লেঞ্চ'ই ভগৱানৰ পৰা এশ টকা বিচাৰিছিল। কিন্তু ভগৱানে মাত্ৰ সত্তৰ টকা দিছিল, যিটো ভগৱানৰ ক্ষেত্ৰত অসম্ভৱ হয়। এইটো কথাতে লেঞ্চ'ৰ খঙ উঠিছিল। )




Thinking about the text ( পাঠটিৰ বিষয়ে ভাবা )

1. Who does Lencho have complete faith in? Which sentences in story tell you this?
      ( লেঞ্চ'ৰ কাৰ ওপৰত অগাধ বিশ্বাস আছিল? পাঠটি কোনকেইটা বাক্যই লেঞ্চ'ৰ বিশ্বাসক প্ৰতিফলিত কৰিছিল? )
Ans:- Lencho have complete faith in God as he is instructed that God knows everything and helps as in our problems. There are few sentences which show this.

I. But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope help from God.

II. All through the night, Lencho thought only of his one hope: the help of God, whose eyes, as he had been instructed, see everything, even that is deep in one's conscience.

III. God could not have made a mistake, nor could he have denied Lencho what he had requested.
     ( লেঞ্চৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল কিয়। তেওঁ সদায় শুনি আহিছিল যে ভগৱানে সকলোৰে কথা শুনে আৰু সহায় কৰে। পাঠটিৰ পৰা কেইটামান বাক্য তলত উল্লেখ কাৰ হ'ল->

I. এই সকলোবোৰৰ ভিতৰত অঞ্চলটোত নিগাজীকৈ বাস কৰা সিহঁতৰ মাজত ভগৱানৰ পৰা সহায় লাভ কৰা এক আশা আছিল।

II. গোটেই নিশা লেঞ্চ'ই নিজৰ একমাত্ৰ আশাটিৰ কথা ভাবি আছিল যিটো আছিল ভগৱানৰ সহায়। কিয়নো তেওঁ সদায় শুনি আহিছিল যে ভগৱানে সকলোকে সহায় কৰে আৰু সকলোকে চাই থাকে। )

III. ভগৱানে কেতিয়াও ভূল নকৰে আৰু তেওঁ লেঞ্চ'ৰ লগতো কোনো অন্যায় নকৰে বুলি লেঞ্চ'ৰ বিশ্বাস। )




2. Why does the postmaster send money to Lencho? Why does he sing the letter God?
    ( প'ষ্টমাষ্টাৰজনে লেঞ্চ'লৈ কিয় পইচা পঠাইছিল? তেওঁ কিয় চিঠিখনত ভগৱানৰ নামত স্বাক্ষৰ কৰি দিছিল? )
Ans:- The postmaster does not want that Lancho's faith in God should break. He in fact, feels proud that Lencho has such a great faith in God. He signs the letter again to keep lencho's faith. It he does not do so, Lencho might think differently. His faith in God may shake.
       ( পষ্টমাষ্টৰজনে কেতিয়াও বিচাৰা নাছিল যে লেঞ্চ'ৰ ভগৱানৰ ওপৰৰ পৰা বিশ্বাসটো উঠি যাওক বৰঞ্চ তেওঁ লেঞ্চ'ৰ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাসক লৈ তেওঁ গৌৰৱ অনুভৱ কৰিছিল। সেইবাবে তেওঁ লেঞ্চ'ৰ বাবে চিঠখন লিখি পঠাওতে ভগৱানৰ নাম দি স্বাক্ষৰ কৰি দিছিল, কিয়নো তেনে নকৰা হ'লে লেঞ্চ'ৰ হয়তু ভগৱানৰ ওপৰৰ পৰা বিশ্বাস উঠি গ'ল হয়। )



3. Did lencho try to find out who had sent the Money to him? Why/Why not?
  ( লেঞ্চ'ই তেওঁলৈ কোনে পইচা পঠাইছিল বিচাৰ কৰি চাইছিল নে? যদি নাই কৰা কিয়? )
Ans:- Lencho did not try to find out who had sent the money to him. It was because he had complete faith in God. There fore he did not bother about the sender.
    ( লেঞ্চ'লৈ কোনে পইচা পঠাইছিল তাৰ বিষয়ে কোনো অনুসন্ধান চলোৱা নাছিল কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পৰ্ণ বিশ্বাস আছিল যে তেওঁ কেতিয়াওঁ লেঞ্চক নিৰাশ নকৰে । সেয়েহে লেঞ্চই পইচা পঠিওৱা মানুহজনৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল । )



4. Who does Lencho think has taken the rest of the money? What is the irony in the situation? ( Remember that the irony of a situation is an unexpected aspect of it. An ironic situation is strange or amazing because it is the opposite of what is expected? )
     ( লেঞ্চ'ৰ মতে বাকী পইচাখিনি কোনে ৰাখি থৈছিল? দৰাচলতে পৰিস্থিতিটোৰ আচল তাপৰ্য কি আছিল? মনত ৰাখিবা যে আইৰণি হৈছে সাম্প্ৰতিক পৰিস্থিতি সম্পূৰ্ণ ওলটা )
Ans:- Lencho thinks that the rest of the money have been taken by the emplayees of the past office as he had asked for hundred pesas from God. But he get only seventy pesas with the letter from God, and he belives that God can not make such a mistake. Thus he assumes that they have stolen the money.
                The irony in the sutuation is that due to his full faith in God, Lencho suspects those people who helped him in his problem and tried to keep his faith alive in God.
      ( লেঞ্চ'ই ভাবিছিল যে তেওঁৰ বাকী পইচাকেইটা ডাকঘৰৰ মানুহে লৈ থৈছিল। কিয়নো তেওঁ ভগৱানক ১০০ টকা বিচাৰিছিল, মাত্ৰ ৭০ টকাহে তেওঁ পাইছিল আৰু লগত ভগৱানৰ স্বাক্ষৰিত এখন চিঠি। লেঞ্চৰ দৃঢ় বিশ্বাস আছিল যে ভগৱানে কেতিয়াও ভূল নকৰে গতিকে বাকী পইচাকেইটা চুৰ হোৱাটো নিশ্চিত।
        এই পৰিস্থিতিৰ আমোদজনক তথা আশ্চৰ্যজনক ঘটনা হ'ল যে লেঞ্চ'ৰ ভগৱানৰ ওপৰত থকা অন্ধ বিশ্বাসে তেওঁক মনত সেইসকল ব্যক্তিৰ প্ৰতি সন্দেহৰ ভাব জন্মাইছিল যিসকল ব্যক্তিয়ে তেওঁক পইচা দি সহায় কৰিছিল যাতে তেওঁৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস অটুট থাকে। )



5. Are there people like Lencho in the real world? What kind of a person would you say he is? You may select apprapriate words from the box to answer the question.
    ( আজি পৃথিৱীত লেঞ্চ'ৰ দৰে ব্যক্তি বিচাৰি পোৱা যাবনে? তেওঁ দৰাচলতে কেনেকুৱা প্ৰকৃতিৰ ব্যক্তি? তলত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি উপযুক্ত উত্তৰ লিখা। )
      Greedy (লোভীয়া) Naive (সৰল) stupid ( মূৰ্খ )  ungreatful ( অকৃতজ্ঞ )  selfish ( স্বাৰ্থপৰ ) comical ( হাস্যমধুৰ ) unquestioning ( অপ্ৰশ্নসূচক )

Ans:- In this world of science, it is hard to find a person like Lencho who is an unquestiong and naive by nature. He looks so stupid as he doesn't understand who has sent him money and how his letter God without any address, it is Lencho's faith in God. In real world, people are selfish, greedy, and ungrateful, while  Lencho is totally lavable and different.

     ( বৰ্তমানৰ এই বিজ্ঞানৰ যুগত লেঞ্চ'ৰ দৰে অপ্ৰশ্নসূচক সৰল মনৰ মানুহ বিচাৰি পোৱাটো অধিক কঠিন। তেওঁক কিছুমান মূহুৰ্তত মূৰ্খৰ দৰে দেখা গৈছিল যিহেতু তেওঁ সহায় লাভ কৰা মানুহবিলাককে সন্দেহ কৰিছিল চুৰ বুলি আৰু কোনোধৰণৰ ঠিকনা নোহোৱাকৈ ভগৱানক উদ্দ্যেশি চিঠি লিখিছিল। একমাত্ৰ ভগৱানৰ ওপৰত থকা অন্ধবিশ্বাসৰ বাবে। পিছে আজিকালিৰ পৃথিৱীত স্বাৰ্থপৰ, অকৃতজ্ঞ মানুহহে পোৱা যায়। আৰু লেঞ্চ হৈছে ইয়াৰ সম্পূৰ্ণ ওলোটা প্ৰকৃতিৰ মৰমীয়াল। )




6. There are two kinds of conflict in the story between humans and nature and between humans themselves. How are these conflicts illustrated?
    ( পাঠটিত দুই ধৰণৰ সংঘৰ্ষ বা বিবাদ দেখিবলৈ পোৱা গৈছে-এক হৈছে প্ৰকৃতিৰ আৰু আনচি হৈছে মানুহৰ মাজত। দুয়োটা ঘটনা বহলাই লিখা।
Ans:- The Conflict between humans and nature is illustrated by the destruction of Lencho's crop by the hailstorm as Lencho was expecting a good rain to have good harvest as that was the only hope he had for his earning. He worked so hard to feed his family, but he become the victim of nature who destroyed his crop field.
         This very story is also illustrated another conflict between human themselves. After receiving Lencho's letter to God, the postmaster along with the staff sent money to him which he asked from God in order to keep his belife in God. But Lencho had climed the staff of post office that they take away money from him because he get called them "a bunch of crook". It shows that man does not have faith in other man, thereby giving rise to this conflict.
        ( মানুহ আৰু প্ৰকৃতিৰ মাজৰ বিবাদক বুজোৱা গৈছে লেঞ্চ'ৰ খেতিডৰাৰ বিনষ্ট হোৱাক লৈ যি সংঘটিত হৈছিল প্ৰচণ্ড শিলাবৃষ্টি বাবে। লেঞ্চ'ৰ বৰষুণৰ বাবে অপেক্ষা কৰি আছিল যিয়ে তেওঁৰ খেতিডৰাক ভাল কৰি তুলিব আৰু তেওঁৰ উপাৰ্জনৰ পথ মুকলি হব। তেওঁ নিজ পৰিয়ালক খোৱাবৰ বাবে যথেষ্ট কষ্ট কৰিছিল। কিন্তু তেওঁ অৱশেষত গৈ প্ৰকৃতিৰ ৰোষত পৰিলগৈ যিয়ে তেওঁৰ সম্পূৰ্ণ খেতিডৰা নষ্ট কৰি পেলালে। )
      উক্ত পাঠটিতে মানুহৰ মাজত হোৱা বিবাদৰ কথা উল্লেখ আছে। ডাকঘৰৰ প'ষ্টমাষ্টৰজনে লেঞ্চ'ই ভগৱানলৈ লিখা চিঠিখন লাভ কৰা পাছত তেওঁ সহকমীবোৰৰ সহায়ত লেঞ্চ'লৈ ৭০ টকা পইচা এখন চিঠিৰ লগত দি পঠালে যাতে লেঞ্চ'ৰ বিশ্বাস অটুট খাকে। কিন্তু লেঞ্চ'ই তেওঁলোককহে সন্দেহ কৰিলে বাকী পইচাখিনি ডাকঘৰৰ কৰ্মচাৰীসকলে চুৰি কৰিলে। )




Thinking about language ( ভাষাৰ বিষয়ে ভাবা )

1. There are different names in different parts of the world for storms, depending on their nature. Can you match the names in the box with their description below, and fill in the blanks.
      ( পৃথিৱীৰ বিভিন্ন অংশত বতৰ তথা পৰিৱেশ অনুযায়ী বিভিন্ন ধুমুহা বতাহ আদি হয়। তলত দিয়া বিলাকৰ নাম উপযুক্ত স্থানত পূৰ কৰা। )

1. A violent trapical strom in which strong winds move in a circle: cyclone
            সময় সাপাক্ষে বলা এক ঘূৰ্ণী বতাহ তথা ধুমুহাঃ চাইক্ল'ন। 
2. An extremely strong wind: gale
     ( অতি শক্তিশালী ৰূপত বলা বতাহঃ গেল )

3. A violent tropical strom with very strong wind: typhone
    ( সময়সাপাক্ষে হোৱা তীব্ৰ বতাহৰ ধুমুহাঃ টাইফোন

4. A violent strom whose centre is a cloud in the shape of a funnel: tornado
     ( এক ভয়ানক ধুমুহা যাৰ উপত্তি স্থান হৈছে ডাৱৰঃ টৰনেড'

5. A violent strom with very strong winds expecially in the western Atlantic Ocean: hurricane
      ( শক্তিশালী বতাহৰ সহিতে আহা এক ভয়ানক ধুমুহা যি বিশেষকৈ আটলানটিক মহাসাগৰৰ পশ্চিম দিশত উপত্তি হয়ঃ হাৰিকেন

6. A very strong wind that moves very fast in a spinning movement and causes a lot of damage: hurricane.
    ( শক্তিশালী ভাবে বলা ঘূৰ্ণী বতাহ যি বিস্তৰ ক্ষতি সাধন কৰেঃ হাৰিকেন।'





Angamita Dutta
(M.A in English)

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------