👉Chapter 8 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 8 MCQs Answer
পাঠ নং ৮
দেহৰ চলন
১। খালী ঠাই পূৰ কৰা-
(ক) হাড়ৰ সন্ধিয়ে দেহৰ চলনত সহায় কৰে।
(খ) হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ জঁকা গঠন কৰে।
(গ) কিলাকুটিৰ হাড় কব্জা সন্ধিৰ দ্বাৰা যোৰা লাগি আছে।
ঘ) পেশীয়ে সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে।
২। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিনাক্ত কৰা-
(ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে ǀ
উত্তৰঃ অসত্য।
খ) কোমলাস্থিবোৰ হাড়তকৈ টান ǀ
উত্তৰঃ অসত্য।
৩)
স্তম্ভ ১ৰ কথাৰ লগত স্তম্ভ ২ৰ এক বা অধিক কথাৰ লগত মিলোৱা
স্তম্ভ ১ |
স্তম্ভ ২ |
উৰ্দ্ধ
হনু মাছ কামিহাড় কুমজেলেকুৱা পঁইতাচোৰা |
শৰীৰত
পাখি আছে বহিঃ
জকা আছে বতাহত
উৰিব পাৰে লৰচৰ
কৰিব নোৱাৰা সন্ধি কলিজাক
ৰক্ষণাবেক্ষণ দিয়ে ধীৰ
গতিত চলন দেখায় ধাৰা
অপ্ৰতিৰোধী শৰীৰ |
উত্তৰ সমূহঃ
উৰ্দ্ধ হনু - লৰচৰ কৰিব নোৱাৰা সন্ধি
মাছ - ধাৰা অপ্ৰতিৰোধী শৰীৰ
কামিহাড় - কলিজাক ৰক্ষণাবেক্ষণ দিয়ে
কুমজেলেকুৱা - ধীৰ গতিত চলন দেখায়
পঁইতাচোৰা - শৰীৰত পাখি আছে
- বতাহত উৰিব পাৰে
- বহিঃ জকা আছে
৪)
তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-
(ক)
বল আৰু চকেট সন্ধি কি?
উত্তৰঃ শৰীৰৰ থকা কিছুমান হাড় এনেকুৱা অৱস্থাত দেখা যায়- এডাল হাড়ৰ এটা ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাতত সোমাই থাকে। এনেকুৱা সন্ধিত হাড়ডাল চাৰিওফালে ঘূৰিব পাৰে। ইয়াকে বল আৰু চকেট সন্ধি বোলে।
খ)
লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে?
উত্তৰঃ লাওখোলাৰ কোমলাস্থিৰে গঠিত হোৱা অংশবোৰ লৰচৰ কৰে।
(গ)
আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ?
উত্তৰঃ আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ ,কাৰণ আমাৰ কিলাকুটিৰ কব্জা সন্ধি আছে।
ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------