পাঠ ৮
ত্ৰিকোণমিতিৰ পৰিচয়
Introduction to Trigonometry

Exercise 8.4


1. sin A, sec A আৰু tan A এই ত্ৰিকোণমিতিক অনুপাত কেইটাক cot A ৰ দ্বাৰা প্ৰকাশ কৰা।





2. sec A ৰ সহায়ত ∠A ৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা।






3. মান নিৰ্ণয় কৰা 一







4. শুদ্ধ উত্তৰটো বাছি উলিওৱা। তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা।







5. তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণ বিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদ কেইটা সংজ্ঞাবদ্ধ হয় 一




Post Id: DABP001107