পাঠ ৮
ত্ৰিকোণমিতিৰ পৰিচয়
Introduction to Trigonometry
Exercise 8.4
1. sin A, sec A আৰু tan A এই ত্ৰিকোণমিতিক অনুপাত কেইটাক cot A ৰ দ্বাৰা প্ৰকাশ কৰা।
2. sec A ৰ সহায়ত ∠A ৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা।
3. মান নিৰ্ণয় কৰা 一
4. শুদ্ধ উত্তৰটো বাছি উলিওৱা। তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা।
5. তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণ বিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদ কেইটা সংজ্ঞাবদ্ধ হয় 一
Post Id: DABP001107
17 Comments