পাঠ ৫
সমান্তৰ প্ৰগতি
Arithmetic Progression

Exercise 5.2


1. দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a, সাধাৰণ অন্তৰ d আৰু n তম পদ an । তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰণ কৰা 一

 

a

d

n

an 

(i)

7

3

8

28

(ii)

-18

2

10

0

(iii)

46

-3

18

-5

(iv)

-18.9

2.5

10

3.6

(v)

3.5

0

105

3.5



2. তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা 一

(i) 10, 7, 4, ......., এই সমান্তৰ প্ৰগতিটোৰ 30 তম পদটো
    (a) 97    (B) 77    (C) -77    (D) -87

উত্তৰঃ (C) -77

(ii) -3, -1/2, 2, ......., এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো
    (A) 28    (B) 22    (C) -38    (D) -48 1/2

উত্তৰঃ (B) 22


































Post Id: DABP001079