পাঠ ৬
ত্ৰিভূজ
Triangle

Exercise 6.1


1. কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা 一

(i) সকলোবোৰ বৃত্তই সদৃশ। (সৰ্বসম/সদৃশ)
(ii) সকলোবোৰ বৰ্গই সদৃশ। (সৰ্বসম/সদৃশ)
(iii) সকলো সমবাহু ত্ৰিভূজ সদৃশ। (সমদ্বিবাহু/সমবাহু)
(iv) সমসংখ্যাক বাহু থকা দুটা বহুভূজ সদৃশ হ'ব যদিহে (a) সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু (b) অনুৰূপ বাহু বিলাক সমানুপাতিক। (সমান/সমানুপাতিক)


2. তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়াঃ
(i) এযোৰ সদৃশ চিত্ৰৰ।





(ii) এযোৰ অসদৃশ চিত্ৰৰ





3. তলত দিয়া চতুৰ্ভূজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা 一



ওপৰৰ চতুৰ্ভূজ দুটাৰ কোণ বিলাক সমান নহয়, সেয়েহে উহঁত সদৃশ নহয়।





Post Id: DABP001108