পাঠ ৬
ত্ৰিভূজ
Triangle

Exercise 6.2


1. চিত্ৰৰ (i) আৰু (ii) ত , DE∥BC. এতিয়া, (i) ৰ পৰা EC আৰু (ii) ৰ পৰা AD উলিওৱা।




2. ΔPQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু। তলৰ প্ৰতিটো ক্ষেত্ৰতে EF ॥ QR হয়নে উল্লেখ কৰা।

(i) PE = 3.9 cm, EQ = 3 cm, PF = 3.6 cm আৰু ER = 2.4 cm

উত্তৰঃ 




(ii) PE = 4 cm, QE = 4.5 cm, PF = 8 cm আৰু RF = 9 cm

উত্তৰঃ




(iii) PQ = 1.28cm, PR = 2.56cm, PE = 0.18 cm আৰু RF = 0.36 cm

উত্তৰঃ 













5. চিত্ৰত DE∥OQ আৰু DF∥OR। দেখুওৱা যে EF∥QR।




6. চিত্ৰত A, B আৰু C বিন্দু তিনিটা ক্ৰমে OP, OQ আৰু OR ৰ ওপৰত OR ৰ ওপৰত আছে। যাতে AB∥PQ আৰু AC∥PR দেখুওৱা যে BC∥QR।













Post Id: DABP001109