পাঠ ৬
ত্ৰিভূজ
Triangle

Exercise 6.3


1. চিত্ৰত দিয়া ত্ৰিভূজবিলাকৰ কোনবিলাক যোৰ সদৃশ উল্লেখ কৰা। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভূজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা।
(i)


∆ABC 〜 ∆PQR (AAA)
(ii)



∆ABC 〜 ∆PQR (SSS)


(iii) 



∆ LMP ≁ ∆ DEF


(iv) 

∆ LMN ≁ ∆ PQR


(v) 
∆ ABC ≁ ∆ DEF


(vi) 







∆ DEF ≁ ∆ PQR



2. চিত্ৰত ∆ ODC 〜 ∆ OBA, ∠BOC = 125॰ আৰু ∠CDO = 70॰। ∠DOC, ∠DCO আৰু ∠OAB নিৰ্ণয় কৰা।

উত্তৰঃ 



দিয়া আছে;
∠BOC = 125
∴∠DOC = 55॰ (∵∠DOC + ∠BOC = 180॰)
আৰু ∠CDO = 70
আকৌ,  ∠DCO + ∠COD + ∠CDO = 180
⇒∠DCO + 55॰ + 70॰ = 180
⇒∠DCO = 180॰ - 125
⇒∠DCO = 55

আকৌ, 
∆COD 〜∆AOB
∴ ∠ DCO = ∠OAB = 55


































8. ABCD সামন্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত E এটা বিন্দু আৰু BE ৰেখাই CD ক F বিন্দুত ছেদ কৰে। দেখুওৱা যে ∆ABE 〜 ∆CFB। 






9. চিত্ৰত ABC আৰু AMP দুটা সমকোণী ত্ৰিভূজ। ইহঁতৰ সমকোণ দুটা ক্ৰমে B আৰু M। প্ৰমাণ কৰা যে 一 






10. ∆ABC আৰু ∠EFG ৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু। CD আৰু GH ক্ৰমে ∠ACB আৰু ∠EGH ৰ সমদ্বিখণ্ডক।
যদি ∆ABC 〜 ∆FEG, দেখুওৱা যে 








11. চিত্ৰত ABC সমদ্বিবাহু ত্ৰিভূজৰ AB = AC আৰু CB ৰ বৰ্ধিত অংশত E এটা বিন্দু। যদি AD⊥AC, তেন্তে প্ৰমাণ কৰা যে ∆ABD〜∆ECF.






12. ABC ত্ৰিভূজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD ৰ লগত PQR ত্ৰিভূজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক। দেখুওৱা যে ∆ABC 〜∆PQR.






13. ABC ত্ৰিভূজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু ∠ADC = ∠BAC. দেখুওৱা যে CA2 = CB.CD.





14. ত্ৰিভূজ ABC ৰ দুটা বাহু AB আৰু AC ৰ মধ্যমা AD আন এটা ত্ৰিভূজ PQR ৰ ক্ৰমে দুটা বাহু বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক। দেখুওৱা যে ∆ABC ~ ∆PQR.


উত্তৰঃ 



15. 6m ওখ এটা উলম্ব খুটাঁৰ ভূমিত হোৱা ছাঁৰ দীঘ 4m আৰু একে সময়তে এটা টাৱাৰৰ ছাঁৰ দীঘ 28m। টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা।


উত্তৰঃ 


∴ টাৱাৰটোৰ উচ্চতা = 42 m



16. ABC আৰু PQR ত্ৰিভূজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM। যদি ∆ABC 〜∆PQR, তেন্তে প্ৰমাণ কৰা যে AB/PQ = AD/PM।


উত্তৰঃ 


Post Id: DABP001110