অসমীয়া গোটা বস্তুৰ গণনা
২ টাই - ১ যোৰ
২ যোৰ - ১ হালি
১ হালি - ১ গণ্ডা
৫ গণ্ডাই - ১ কুৰি
২০ গণ্ডাই - ১ পোণ
২০ পোণে - ১ কাওণ
বিশেষ কৈ আজি সমাজত ইয়াৰে বেছিকৈ ব্যৱহাৰ কৰা হয়---
১ যোৰ = ২ টা থাকে
১ হালি = ৪ টা থাকে
১ কুৰি = ২০ টা থাকে
১ পোণ = ৮০ টা থাকে
গোটা বস্তু বিশেষে এই হিচাপ ব্যৱহাৰ কৰা হয়।
যেনে- তামোল, কণি, নেমু, মধুৰিয়াম ইত্যাদি।
Post Id: DABP001204
1 Comments