অসমীয়া গোটা বস্তুৰ গণনা

২ টাই - ১ যোৰ

২ যোৰ - ১ হালি

১ হালি - ১ গণ্ডা

৫ গণ্ডাই - ১ কুৰি

২০ গণ্ডাই - ১ পোণ

২০ পোণে - ১ কাওণ




বিশেষ কৈ আজি সমাজত ইয়াৰে বেছিকৈ ব্যৱহাৰ কৰা হয়---

১ যোৰ = ২ টা থাকে

১ হালি = ৪ টা থাকে

১ কুৰি  = ২০ টা থাকে 

১ পোণ = ৮০ টা থাকে


গোটা বস্তু  বিশেষে এই হিচাপ ব্যৱহাৰ কৰা হয়।
যেনে- তামোল, কণি, নেমু, মধুৰিয়াম ইত্যাদি।






Post Id: DABP001204