Chapter 4
Uses of ICT
Can you name the devices in the two boxes below? Work
with a friend. Write down at least three uses of each of the devices:
বাকচত থকা যন্ত্র দুটাৰ নাম কব পাৰিবানে? বন্ধু লগত মিলি। যন্ত্রৰ বিষয়ে তিনটা বাক্য লিখা:
Can you say in what ways these two devices are
similar and in what ways they are different? Both these devices are used in
ICT. Do you know what ICT is?
ক’ব
পাৰিবানে এই দুটা যন্ত্র একে নিচিনা নে বেলেগ? কিন্তু দুইটা যন্ত্র ICT ব্যৱহাৰ হয়। ICT কি হয় চিনি
পোৱানে?
Now read the
lesson to find out.
বর্তমান
পাঠটো পঢ়া আৰু বিচৰা.
Apurba and
Anees came to their teacher with a complaint. “Ma’am, a few of our classmates
are peeping through the window of the ICT lab. The seniors are working there.”
অপূর্ব
এবং আনিস একটি অভিযোগ সঙ্গে সিহঁতৰ শিক্ষক কাষৰলৈ আহে।“ম্যাদাম, আমাৰ কিছুমান
সহপাঠীয়ে খিৰিকীৰে আইসিটি ল্যাবটিৰ ভুমুকিয়া আছে। প্রবীণ লোক
সকলে তাত কার্য কৰি আছে।
Reetwika Ma’am
looked at the two pupils. She smiled at them and said, “Is that as? Do you also
want to see what is going on at the lab?”
ৰীত্বিকা
ম্যাম সেই দুজন বিদ্যার্থীলৈ দৃষ্টি দিয়া. তেখেতে বিদ্যার্থীটোলৈ হাঁহি মাৰি ক’লে কি, “হয় নে সেইটো? তোমালোকে দেখিব বিচাৰিচানে ল্যাবটিত
কি চলিছে?”
“Yes, Ma’am!”
they responded cheerfully. The teacher promised to take their class to the lab
that afternoon.
“হয়, ম্যাম!” তেওলোকে
প্রফুল্লভাবে উত্তৰ দিলে। শিক্ষকে আবেলি সেই শ্রেণীক
ল্যাবটিৰলৈ নিবলৈ প্রতিশ্রুত দিলে।
At the Lab
ল্যাবত
Ma’am : Hello everyone! Let’s begin with a question. Can anyone
tell me the name of this lab?
ম্যাম :
ওহে
মহাশয়া! এটা প্ৰশ্ন দিয়ে আৰম্ভ কৰো। কোনোবাই কব পাৰিবানে এই ল্যাবটিৰ
নাম?
Anees : ICT lab Ma’am.
আনিস : আইসিটি ল্যাব ম্যাম।
Ma’am : What is the full
form of ICT? Anyone?
ম্যাম :
আইসিটি
সম্পূর্ণ নাম কি?
কোনোবাই কব পাৰিবানে?
Apurba : Sorry Ma’am, I don’t know.
অপূর্ব : দুঃখিত ম্যাম, আমি নাজানো.
Ma’am : ICT stands for Information and Communication Technology.
Will you remember it?
ম্যাম : আইসিটি সম্পূৰ্ণ
নামটো হ’ল ইম্ফর্মেশন এণ্ড টেক্নালজজী। তোমালোকে মনত
ৰাখিবানে?
Hari : Yes, Ma’am, Information and
Communication Technology.
হৰি : হয়,
ম্যাম, ইম্ফর্মেশন এণ্ড টেক্নালজজী।
Ma’am : Now let’s look at the projection screen. What do you see
on the screen?
ম্যাম : এতিয়া আমি প্রজেকশন স্ক্রিনত দৃষ্টি দিয়া। সেই স্ক্রিনত কি দেখিছা?
Sapna : There are computers, a laptop, a
mobile phone and a radio.
স্ৱপ্না : তাত বহুত কম্পিউটাৰ, এটা ল্যাপটপ, এটা মবাইলফোন আৰু
এটা ৰেডিও আছে।
Majoni : There is a tall tower and a satellite.
মাজনী
: তাত এটা লম্বা টাওয়াৰ আৰু এটা উপগ্রহ আছে।
Ma’am : Very good! Besides these, there is a server in the
picture.
ম্যাম : খুব ভাল! ইয়াৰ
তদুপৰি, ছবিখনত এটা
সার্ভাৰ আছে।
Hari :
Yes, Ma’am.
হৰি : হয়, ম্যাম।
Ma’am : Can anyone tell me some of the uses of computer?
ম্যাম : কোনোবাই ক’ব পাৰিবানে কম্পিউটাৰ
ব্যৱহাৰ কত কৰে?
Anees : We use computer to draw, calculate and play online games.
আনিস : আমি কম্পিউটাৰ
ছবি আকিব, গণনা কৰিব আৰু
গেম খেলিব ব্যৱহাৰ কৰো।
Apurba : Sometimes we watch movies too.
অপূর্ব : কেতিয়াবা সিনেমাও
চাব পাৰি।
Ma’am : Very good! A computer can perform many other tasks. You
can design, compose edit, download and save images and audio-video materials.
ম্যাম : খুব ভাল!কম্পিউটাৰে
বিভিন্ন কার্য সম্পূর্ণ কৰে। ইয়াৰ যোগেদি
ছবি
তৈয়াৰ কৰা, লেখা সম্পাদন কৰা, গঠন কৰা, আৰু ছবি
ডাউনলোড কৰাত সহায় হ্য়।
Sapna : Madam, can we do similar things on our mobile phones? I
have seen my brother once recite and record a poem on his mobile phone. He sent
it to his English teacher for her comments.
স্ৱপ্না : ম্যাম, আমি মবাইল সৈতে
একে কার্য কৰিব পাৰিমনে? মই দেখিছিলো মোৰ ভাইটিক একবাৰ তাৰ
মবাইলফোনত এটা কবিতা আবৃত্তি কৰি ৰেকর্ড কৰিছিল।
Ma’am : In fact, that is good example of the use of ICT. Like
computers, a smartphone is a digital device that can perform similar functions.
For most of these tasks, the computer and the mobile phone require internet
connectivity.
ম্যাম
:
সঁচাকে এটো আইসিটি ব্যৱহাৰৰ এটা ভাল উদাহৰণ। কম্পিউটাৰৰ
দৰে, স্মার্টফোনো এটা ডিজিটাল যন্ত্র
হয় যিয়ে কম্পিউটাৰৰ দৰে কাম কৰে। বেশিৰভাগ কার্যৰ কাৰণে ইণ্টাৰনেট সংযোগ
প্রয়োজন।
Anees : Madam, are both the computer and the mobile phone ICT?
আনিস : মডাম, কম্পিউটাৰ
আৰু মবাইলফোন দুইটা আইসিটিনে?
Ma’am : They are ICT devices that use technology to create,
collect, process and manage information.
ম্যাম : সেইবোৰ হ’ল আইসিটিৰ যন্ত্র যাৰ সহায়তে
তথ্য সৃষ্টি, প্রক্রমণ, গ্রহণ আৰু নিয়ন্ত্ৰণ কৰা হয়।
Mary : Madam, what are the seniors doing
in the lab?
মেৰি : মডাম, জ্যেষ্ঠ ছাত্রসকলে ল্যাবত কি কৰি আছে?
Ma’am : Here they learn about hardware and software components of
a computer. They also learn to use ICT for their studies.
ম্যাম : ইয়াত সিহঁতে কম্পিউটাৰৰ হাৰ্ড্ৱেৰ আৰু
সোফ্ট্ৱেৰ উপাদান সমূহ শিকিব পাৰে। ইয়াৰ উপৰিও
সিহঁতে ICT কেনেকৈ ব্যৱহাৰ
কৰিব পাৰি শিক্ষা বাবে সেইয়াও জ্ঞান লাভ কৰে।
Mary :
Ma’am, could
you tell us more about ICT?
মেৰি : ম্যাম, আইসিটি বিষয় আৰু
ক,ব পাৰিব নেকি?
Ma’am : Of course.
It is the use of technology to communicate information at a very fast speed and
with accuracy. For example, a computer requires internet connectivity to enable
searching for information. There are applications called search engines or
browsers like Google or Yahoo that we use to search for information. These
search engines take you to various websites containing information for your
specific questions.
ম্যাম : হয় পাৰিম। প্রযুক্তিবিদ্যা জৰিয়তে মানুহে ভাব তথ্য আদিৰ আদান-প্ৰদান কৰিব পাৰে। ইয়াৰ উদাহৰণ হ’ল,কম্পিউটাৰে
ইণ্টাৰনেটৰ জৰিয়্তে
তথ্য
বিচাৰ কৰিব পাৰে। ইয়াত বিভিন্ন ঐপলিকেশন আছে যেনে গুগল
ব্রাউজাৰ বা ইয়াহু যাৰ জৰিয়তে তথ্য বিচাৰিব পাৰি। এইবিলাকৰ জৰিয়তে বিভিন্ন ওয়েবসাইট যাব
পাৰি যত সকলো প্রশ্ন সমূহৰ তথ্য বিচাৰি
পাৰি।
Hari :
I have played online games. But
how do we use ICT for studies?
হাৰি : মই অনলাইন গেমবোৰ খেলিছিলো। কিন্তু আমি
আইসিটি শিক্ষাৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰো?
·
Ma’am : In many ways, actually. For
example, if you are asked to do a project on English grammar, you’ll be able to
use ICT skills to locate, access and gather information from websites like www.cambridggeenglish.org
or www.oxfordonlineenglish.com Let’s visit the ICT lab tomorrow. I will show
you ways in which ICT can help us learn English grammar.
·
ম্যাম : অনেক উপায় আছে। যেনে, আমি ইয়াৰ জৰিয়তে
বিভিন্ন বেব্সাইট পৰা মূল পথত ওলাবলৈ আৰু তথ্য গ্রহণ কৰিব পাৰি www.cambridggeenglish.org বা www.oxfordonlineenglish.com পৰা। কালিলৈ আকৌ
আহিম আইসিটি ল্যাবত। মই
তোমালোকক দেখাম আইসিটি আমাক কেনেকৈ ইংলিশ ব্যাকৰণৰ শিক্ষাত কেনেকৈ সহায় কৰে।
All
the children : Yes, Ma’am! Thank you, Ma’am!
ছাত্র-
ছাত্রী সকলে : হয় ম্যাম! ধন্যবাদ ম্যাম!
Word-meaning
Teacher- (টীচৰ)অধ্যাপক, classmates-(ক্লেস্মেট) সহপাঠী,
lab- (লেব)গৱেষণাগাৰ, senior- (সীন্যৰ)জ্যেষ্ঠ,
working- (ৱর্কিংগ) কার্য, pupil- (প্যূপল)
শিষ্য, respond- (ৰীস্পাণ্ড)সমিধান দে, cheerful- (চীর্ফল) আনন্দময়, promised- (প্রামস্ট) প্রতিশ্রুত,
full form- (ফুল-ফোর্ম) সম্পূর্ণ নাম, remember- (ৰীমেম্বৰ)মনে ৰাখা, projection- (প্রজেক্শন)প্রক্ষেপ,
screen- (স্ক্রীন) চলচ্চিত্র, tall tower-(টোল
টোঅৰ)উঁচু অট্তালিকা, satellite-সেটলাইট) উপগ্রহ,
server- (সর্বৰ)সার্ভাৰ ,picture- (পিক্চৰ),
uses- (যূসিজ) ব্যৱহাৰ, draw- (ড্রো) আঁকা, calculate- (কৈল্ক্যলেট)গনা,
play- (প্লৈ)খেলা কৰা, online- (ওন্লাইন)
অনলাইন, games- (গৈম্জ) খেলা, watch- (বাচ)
প্রহৰী, movies- (মূবীজ), perform- (পার্ফোর্ম)
অনুষ্ঠান কৰা, task- (টৈস্ক) কাজ, design- (ডিজাইন) আর্জা, compose- (কম্পোজ) লিখা, edit-
(এডিট) সম্পাদন, download- (ডাউন্লোড)ডাউনলোড,
save- (সৈব), image (ইমিজ) চিত্র,
audio- (ওডীও) শব্দ, video- (বিডিও) দূৰেক্ষণ,
materials- (মটিৰীঅল) সামগ্রী, similar- (সিমলৰ)
একে, recite- (ৰিসাইট) বর্ণনা কৰা, record- (ৰেকর্ড) স্মৃতি, sent-(সেণ্ট)প্রেষিত,
comments- (কামেণ্টস)মন্তব্য, example- (ইগ্জৈম্পল)
আদৰ্শ, digital- (ডিজিটল) সংখ্যাগত, device- (ডিবাইস) যন্ত্র, create- (ক্রীঐট) গড়া,
collect- (কালেক্ট) জমা, process- (প্রাসেস)
পদ্ধতি, manage- (মৈনিজ) গোছানা, information- (ইম্ফ্রমেশন) তথ্য, hardware- (হার্ড্বেৰ) হার্ডওয়াৰ,
software- (সোফ্ট্বেৰ) সফ্ট্বেৰেষ, components- (কম্পোনন্ট)অঙ্গ, communicate- (কম্যূনকেট) সংলগ্ন
থাকা, accuracy- (ঐক্যৰসী) সঠিকতা, enable- (এনৈবল) সমর্থন কৰা, searching- (সর্চিংগ)অনুসন্ধায়ী,applications-
(ঐপ্লকেশন) আবেদন, website- (বেব্সাইট)
ওয়েবসাইট, skill- (স্কিল)কলা, locate- (লোকৈট) স্থাপন , access- (ঐক্সস) পথ, gather-
(গৈদৰ) জমা
Post Id: DABP001154