অনুশীলনী 5.2 



1.ইউক্লিউৰ পঞ্চম স্বীকাৰ্যটো সহজে বোধগম্য় হোৱাটো তুমি কেনেকৈ পুনৰ লিখিবা?

সমাধানঃ এই স্বত সিদ্ধটো পৰস্পৰ ছেদ কৰা এনে দুটা সৰলৰেখাৰ প্ৰতিটো আন এটা সৰলৰেখাৰ লগত সমান্তৰাল হ’ব নোৱাৰে। যিকোনো বিন্দুৰ মাজেৰে কোন প্ৰদত্ত সৰল ৰেখাৰ এটা মাত্ৰ সমান্তৰাল ৰেখা হ’ব পাৰে।


        ইউক্লিউডৰ আৰু এটাৰ সমতুল্য় উক্তি হ’ল প্ৰতিবাহু আৰু ওপৰস্থ নহয় এনে প্ৰতিটো বিন্দু P ৰ বাবে P বিন্দুগামী এটা অদ্বিতীয় ৰেখা m (ৰ সমান্তৰাল।





2. ইউক্লিডৰ পঞ্চম স্বীকাৰ্যই সমান্তৰাল অৱস্থিতি সূচায়নে ব্য়াখ্য়া কৰা। 

 সমাধানঃ ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সমান্তৰাল ৰেখা সৰল ৰেখা দুডাল কেতিয়াও মিলিত  নহয়। চিত্ৰত m আৰু n দুডাল সৰলৰেখা আৰু C এটা ছেডক ইয়াত ∠1 + ∠2 = 1800




Type- Dikha Bora