অসমীয়াত ইংৰাজী মাহৰ নাম
ইংৰাজীত ১২ টা মাহ থাকে।
জানুৱাৰী - ৩১ দিন
ফেব্ৰুৱাৰী - ২৮ দিন
মাৰ্চ - ৩১ দিন
এপ্ৰিল - ৩০ দিন
মে' - ৩১ দিন
জুন - ৩০ দিন
জুলাই - ৩১ দিন
আগষ্ট - ৩১ দিন
চেপ্তেম্বৰ - ৩০ দিন
অক্টোবৰ - ৩১ দিন
নবেম্বৰ - ৩০ দিন
ডিচেম্বৰ - ৩১ দিন
Post Id: DABP001207
1 Comments