Lesson 5

 The Letter 




 

These are the different ways in which we get messages and information:

Let’s read a poem about a letter:

I am writing a letter
মই এখন চিঠি লিখিছো

To send by the post;
পোস্টত পঠাবলৈ;

It is to the person
এইখন এজন মানুহৰ বাৱে

I care for the most.
‍যাক মই ভাল পাঁও।
 

 I write the date clearly
মই তাৰিখ লিখিছো স্পষ্টকৈ

And put the address,
আৰু ঠিকনাও লিখিছো,

And begin 'Dearest Mummy'
আৰু আৰম্ভ কৰিলো ‘মোৰ মৰমৰ মা’

(Did anyone guess?)
(কোনোৱাই অনুমান কৰিব পাৰিছা?)
 

My pen travels slowly
মোৰ কলম লাহে লাহে চলিছে

All down the long sheet,
এই গোটেই দীঘল পৃষ্ঠ তললৈ,

Because I'm so anxious
কাৰণ মই উৎকণ্ঠিত

To keep it all neat.
নিয়াৰি কৰি ৰাখিবলৈ।

 
I carefully blot it
মই সাৱধানে টোকিছো

To dry up the ink.-
যাতে চিয়াহীখিনি শুকাই-

 
Such nice blotting - paper
ইমান ভাল টোকা কাগজ

The colour is pink!
ৰং গোলপীয়া!

I tum the page over
মই কাগজখন ঘূৰালো

And on goes my pen,
আৰু কলমে লিখি গৈছো,

Till lastly come kisses,
শেখ পৰ্য্যন্তত আহিল চুমা,

There's just room for ten
তাত খালী দহটাৰ ঠাই আছে

The envelope’s ready,
লেফাফা খন প্ৰস্তুত আছে,

 I put the stamp on,
মই ডাক-টিকট লগালো

And run to the post box,
আৰু ডাক বাকচলৈ দৌৰিলো,

And now it has gone!
আৰু এতিয়া সেইখন গ’ল!

 



 Lesson 5

The Letter


ACTIVITIES  ক্ৰিয়াকলাপ

1. Write the rhyming words from the poem:
কবিতাটোৰ পৰা অন্ত্যানুপ্রাসযুক্ত লিখা:

Host নিমন্ত্ৰণকর্তা

post  পোস্ট

most সর্বাধিক

Press হেঁচা

address ঠিকনা

guess অনুমান

Song গান

long দীঘল 

all গোটেই

Meat মাংস

neat নিয়াৰি

sheet পৃষ্ঠ

Sink ডুব 

ink চিয়াহী

pink গোলপীয়া

Hen মুর্গী  

 pen কলম 

ten দ’হ













2. Choose the correct answer:  
শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা:

a) The letter is written to the girl's  চিঠিখন লেখিছিল ছোৱালীৰ

i. Father দেউটা

ii. Mother মাতৃ

iii. Uncle মামা

iv.  Aunt মামি

Answer: ii. Mother মাতৃ 

 

b)  To dry up the ink, I use চিয়াহী শুকাবলৈ, মই ব্যৱহাৰ কৰিছো

i. an eraser ৰবৰ

ii. some chalk চক

iii. some blotting paper টোকা কাগজ

iv. a piece of cloth কাপোৰৰ টুকুৰা

Answer: iii. some blotting paper টোকা কাগজ


c) How many kisses does the letter have room for? 
চুমা কাৰণে চিঠিখনত কিমান ঠাই আছিল?

i. eleven এঘাৰ

ii. a ton এটা টন

iii. nine

iv. ten দ’হ

Answer: iv. ten দ'হ

 
d) The meaning of 'room' in the poem is 
এই কবিতাটোত ‘ৰুম’ৰ অৰ্থ হৈছে

i. study room পঢ়া কোঠা

ii. space স্থান

iii. drawing room বহা কোঠা

iv. a part within a house ঘৰৰ অংখ

Answer: ii. space স্থান 


3. Listen and repeat: 
শুনা আৰু পুনৰাবৃত্তি কৰা:

a) slowly লাহে লাহে  -  The old man walks slowly. বুঢ়া মানুহ জনে লাহে লাহে খোজ কাঢ়ে।


b) quickly দ্রুতভাৱে    -   The young girl walks quickly. ডেকা ছোৱালী জনীয়ে দ্রুতভাৱে                                              খোজ কাঢ়ে।

 c) brightly উজ্জ্ৱলৰূপে   -   The sun shines brightly. সূৰ্য্য উজ্জ্ৱলৰূপে জিলিকে।

 d) sweetly  মিঠা   -  The bird sings sweetly.চৰাই মিঠা গায়

 e) happily  সুখেৰে   -  The girl dances happily.ছোৱালী জনীয়ে সুখেৰে নাচিছে
 

Now, write the sentences from the poem that ends with - ly.

এতিয়া কবিতাটোৰ পৰা বাক্য কেইটা লিখা ly’ত সম্পূৰ্ণ হোৱা

Answer:

I write the date clearly. মই তাৰিখ লিখিছো স্পষ্টকৈ |

My pen travels slowly. মোৰ কলম লাহে লাহে চলিছে |

 

4. Add 'ly' to get some new words. Write the words and make sentences with them. One is done for you:
'ly' লগাই নতুন শব্দ নিমার্ন কৰা। শব্দ কেইটা লিখা আৰু বাক্য বনোৱা। এটা কৰা আছে:



5. Sunita is a student of class IV. She has been given some work for the Teachers' Day function. She will have to stay for an extra hour in school. She wants to inform her mother. So she requests her teacher to send an SMS to her mother. Read what Sunita's teacher writes:

সুনিতা চতুর্থ শ্রেণীৰ ছাত্রী হয়। তাইক শিক্ষক দিৱসৰ বাবে কিছুমান কাম দিছিল। তাই অতিৰিক্ত সময় বাবে থাকিব লাগিব। তাই মাকক অৱগত কৰিব বিচাৰিল। সেইবাবে তাই শিক্ষকক খুদেবার্তা দিব অনুৰোধ কৰিলে। পঢ়া সুনিতাৰ শিক্ষকে কি লিখিলে:


Dear Mrs. Dey, Sunita will reach home late today. Pritam Sir.
শ্রীমতী দেয়, আজি সুনিতা দেৰিকে ঘৰ পাব। প্রীতম মহাশয়।


6. a) Milan is Sunita's classmate. Milan's uncle and aunt live in Guwahati. He wants to visit them during the summer vacation. He has written a letter to his uncle to inform him about this. Here is the letter which Milan wrote to his uncle:

মিলান সুনিতাৰ সহপাঠী। মিলানৰ খুৰা আৰু খুৰী গুৱাহাটীত থাকে। সি গৰমৰ বন্ধত তাত ফুৰিব যাব বিচাৰিছে। সি তাৰ খুৰালৈ চিঠি দি খৱৰ দিব বিচাৰিলে। ইয়াত চিঠিখন দিয়া আছে যিটো মিলানে তাৰ খুৰালৈ লিখিছিল:

 

Dear Khura,

        I am fine. How are you all? Hope you are fine. These days I am busy with my studies. Our second unit test will be held from 15th of June to 28th June .

After that, the summer vacation will start on the 1st of July. Our school will reopen on the 1st of August. My parents and I are planning to visit you this summer vacation. Will you and Khuri be there? I want to see a lot of places in Guwahati. We want to see the Kalakshetra and Shilpagram if possible. It will be fun to be with you all. Hope to see you soon.

Yours, 
Milan 

মৰমৰ খুৰা,

        মই ভালে আছো। আপোনালোকৰ কি খবৰ। এইকেইদিন মই পঢ়াত ব্যস্ত আছো। আমাৰ দ্ৱিতীয় ইউনিটৰ পৰীক্ষা ১৫ জুনৰ পৰা ২৮ জুনৰলৈ হব।

        তাৰ পিছত আমাৰ গৰম বন্ধ ১ জুলাই পৰা আৰম্ভ হব। মোৰ মা দেউতা আৰু মই পৰিকল্পনা কৰিছো এই বন্ধত আপোনালোকৰ তাত ফুৰিবলৈ যোৱা। আপুনি আৰু খুৰী থাকিবনে? মোৰ গুৱাহাটীত বহুত ঠাই ছাব লগা আছে। আমি চাব বিচাৰিছো কালাশেত্র আৰু চিলপগ্ৰাম যদি সম্ভব হয়। আপোনালোকৰ লগত থাকিব ভাল লাগিব। আশা কৰিলো আপোনালোকক শীঘ্রই দেখা হব।

তোমাৰ মৰমৰ
মিলন

 

6. b) Milan's uncle receives his letter four days later. He is very happy to get a letter from his nephew, Milan. Now he is reading the letter. He is very happy to know that Milan and his parents are coming to visit them. Now he is writing a reply to Milan.

মিলানৰ খুৰাই চিঠিখন চাৰি দিনৰ পাছত পাইছে। তেঁও এই চিঠিখন তেঁওৰ ভাগিন মিলানৰ পৰা পাই বৰ সুখী হ’ল।

তেঁও এতিয়া এই চিঠিখন পঢ়িছে। তেঁও জানি সুখী হ’ল যে মিলান আৰু তাৰ পিতৃ মাতৃ আহিব তেঁওলোকক লগ কৰিব।

এতিয়া তেঁও উত্তৰ লিখিছে মিলানলৈ।

 

Dear Milan,

I am very happy to receive your letter. We are fine. It is good to know that you are coming to visit us this summer vacation. Raju and Rosie are also very happy to know this. We are eagerly waiting for your visit. We will all have a lot of fun. I will try to show you all the places that you mentioned in your letter. Please give my regards to Dada and Bou. Waiting for you all to come.

Love,
Khura

মৰমৰ মিলন,

মই সুখী হৈছো তোমাৰ চিঠিখন পাই। আমি ভালে আছো। ভাল লাগিল যে তুমি আহি আছা এই গৰমৰ বন্ধত। ৰাজু আৰু ৰজী আনন্দ পাইছে এই খবৰ পাই। আমি হেঁপাহেৰে বাট চাই আছো। আমি বহুত ফুর্তি কৰিম। মই চেস্তা কৰিম তোমাক সকলোবোৰ ঠাই দেখুৱাবলৈ যিবোৰ চিঠিখনত উল্লেখ কৰিছা। অনুগ্রহ কৰি দাদা আৰু বৌ লৈ মোৰ শ্রদ্ধা দিবা। অপেক্ষা কৰিম তোমালোকৰ অহালৈ।

মৰমৰ খুৰা

 

7. Little Rosie is Milan's cousin. She is trying to write a letter to Milan. Help Rosie complete her letter:

অকণমানি ৰজী মিলানৰ ভনী হয়। তাই মিলানৰ কাৰণে চিঠি লিখিব চেষ্টা কৰিছে। সহায় কৰা ৰজীক এই চিঠিখন সম্পূর্ণ কৰাত:

Dear Milan,

Hope you are fine. We all are fine. I am very happy to know you are coming to meet us.

Please send more letters to me.

With love,

Your sister,

Rosie    

মৰমৰ মিলান,

আশা কৰিছো তুমি ভালেৰে আছা। আমি সকলোৱে ভালে আছো। তুমি আমাক লগ কৰিব আহিবা বুলি খবৰ পাই মই খুব আনন্দিত।

অনুগ্রহ কৰি মোক অধিক চিঠি পঠিয়াবা।

তোমাৰ মৰমৰ ভনী
ৰজী           

 

8. Have you written a letter to anyone? Practise writing your postal address in the following box:

আপুনি কাৰোবাক চিঠি লেখিছানে? অনুশীলন কৰা নিজৰ ডাক ঠিকনাৰ লিখাৰ তলত দিয়া বাকচত:



9. Here are a few pictures of Milan's visit to Guwahati.
ইয়াত কিছুমান ছবি দিয়া আছে মিলনৰ গুৱাহাটীত ফুৰা।

Now, choose the sentences from the box which correctly describe each picture. Write a sentence below each picture.
এতিয়া বাকচত থকা বাক্য কেইটাৰ লগত নিবার্চন কৰা যিটো ছবিৰ লগত বর্ণনা কৰে। বাক্য কেইটা ছবি তলত লিখি দিয়া।


Milan was excited to see the chimpanzee at the zoo.
মিলান উত্তেজিত হৈ পৰিছে চিৰিয়াখানাত চিম্পাঞ্জী দেখি।
 
Milan enjoyed looking at the stars in the planetarium.
মিলানে আনন্দ উপভোগ কৰিছে তাৰকাগৃহত তৰা চাই।

Milan went to the market with his uncle.
মিলান খুৰাকৰ লগত বজাৰ গৈছে।

Milan cheered the football players in the stadium.
মিলানে ষ্টেডিয়ামত ফুটবল খেলুৱৈ কেইজনক উৎসাহিত কৰিছে।

 
10. Let's talk. Tell your friend sitting next to you about a place you have visited. He or ·she will then tell you about a place he or she has visited.

অহা কথা পাতো। তোমাৰ কাষত বহা বন্ধু জনক সেই ঠাইৰ বিষয় কোৱা যিটো ঠাইত তুমি ফুৰিব গৈছিলা। তাৰপিছত সি বা তাই কব সেই ঠাইৰ বিষয় যি ঠাইত তেঁওলোকে ফুৰিব গৈছিল।


(Activity based question) ক্রিয়াকলাপ পশ্ন


11. In Guwahati, Milan went to Beltola Bazar one morning with his uncle.

গুৱাহাটিত, এটা ৰাতিপুৱা মিলানে খুৰাকৰ লগত বেলটলা বজাৰ গৈছিল।

i. Let’s take some apples.

অহা আপেল কেইটামান লও।

ii. How much are they?

এইবোৰ কিমান দাম?

iii. They are Rs 120 per kg.

এইবোৰ ১২০ টকা।



Milan and his uncle are at a grocery store.
মিলান আৰু তাৰ খুৰা গেলামালৰ দোকানত আছে।

i. Please give me 1 kg of kidney beans. What is the price?

অনুগ্রহ কৰি মোক ১kg এজাতি উৰহী দিয়া। কিমান দাম?

ii. How much of this packet of chocolates? চকলেটৰ পেকেটোৰ দাম কিমান?

iii. Kidney beans are Rs 20 a kg. The price of the packet of chocolates is Rs 20. এজাতি উৰহী Rs ২০ kg। চকলেটৰ পেকেটৰ দাম হৈছে Rs ২০।

 
Milan and his father are at a roadside stall of a vegetable vendor on Sunday. Complete their conversation.
দেওবাৰে মিলান আৰু তাৰ পিতৃ আছিল ৰাস্তা কাষৰ এখন পাচলিৰ বিক্রেতাত। কথা-বতৰা খিনি সম্পূর্ণ কৰা।


I like ridge gourds.

Please give me one kg of ridge gourds. What is the price?

Ridge gourds are Rs 20 a kg.

মই জাতিলাও ভাল পাও।

অনুগ্রহ কৰি মোক ১ kg জাতিলাও দিয়া। কিমান দাম?

জাতিলাও হৈছে Rs ২০ kg

 

12. Let us practice saying these words aloud:
অনুশীলন কৰা এই শব্দ কেইটা ডাঙৰ কৈ পঢ়ি:

a)         letter চিঠি          litter আৱর্জনা

            patter বলকনি    pitter পিটাৰ

            fatter মোটা        fitter উপযুক্ত

            bitter তিতা         better ভাল

 

12. b) Let's have some fun! Here is a 'tongue twister '. Let us see who can read the tongue twister correctly and quickly.
অহা অলপ ধেমালি কৰো! কোনে এই জিভা-কেকুৰি সৰকৈ আৰু শুদ্ধকে কব পাৰে।

Betty bought a bit of butter. But the butter Betty bought was bitter. So Betty bought a better butter to make the bitter butter better.


(Activity based question) ক্রিয়াকলাপ প্ৰশ্ন










Last Update by Dipawali Bora (08.05.2022)

Post Id: DABP001250