নামঃ কল পচলা / পচ্লা  

ইংৰাজী নামঃ Banana shoot

বৈজ্ঞানিক নামঃ Musa balbisiana

বৰ্ণনাঃ  কলগছৰ পচলা, ফল, ফুল আৰু কল-পচলাৰ ৰস ঔষধৰ দৰে ব্যৱহাৰ হয়। এইবোৰ খালে তেজৰ দোষ, অম্ল, গেছ, শৌচ কচা, যকৃতৰ দোষ, শ্বাসকষ্ট, কাহ, চৰ্দি, উচ্চ ৰক্তচাপ আদি অসুখত উপকাৰ হয়। কেঁচা কলপাত অলপ টান হৈছে, এই পৰ্যায়ৰ, থেতেলাই ৰস উলিয়াই ৰাতি একাপ খাব পাৰিলে বহুত উপকাৰ হয়। কিন্তু ইয়াৰ লগত লোণ বা চেনি দিব নালাগে।




Post ID: DABP001408