অসমীয়া নামঃ তেলটুপি চৰাই
ইংৰাজী নামঃ Black Saw-wing, Black Rough-winged Swallow
ৰংঃ কলা মটিয়া

তেলটুপি চৰাই এক বিৰল প্ৰজাতি অসমৰ চৰাই। বিভিন্ন লোকে আৰু আজিৰ প্ৰজনমই এইবিধ চৰাইৰ লগত চিনা পৰিচয় নাই। অসমৰ লগতে এই বিধ চৰাই ভাৰতৰ বিভিন্ন অঞ্চলত দেখা পোৱা যায়। নৈ বিল খাল আদিৰ কাষত এইবিধ চৰাই মাছৰ কাৰণে ৰৈ থকা দেখা পোৱা যায়। অসমতে হয়তো এইবিধ চৰাই বিভিন্ন নাম থকিব পাৰে।



Post ID: DABP001345