নামঃ 
চুকা শাক 

ইংৰাজী নামঃ Bladder dock  

বৈজ্ঞানিক নামঃ Rumex vesicarius Linn.

বৰ্ণনাঃ চুকা শাকৰ প্ৰতি ১০০ গ্ৰাম খাবৰ উপযোগী অংশত প্ৰ’টিন ২৯.৪ শতাংশ,চৰ্বি ৬.৪ শতাংশ,খনিজ লৱণ ১২.৩ শতাংশ,শক্তিৰ পৰিমান ৩১৬ কিল’কেলৰি,কেলছিয়াম ০.৪৪ শতাংশ,ফছফৰাছ ৫০ মিলিগ্ৰাম আৰু আইৰণ ২৬ মিলিগ্ৰাম থাকে৷

ঔষধি গুণঃ চুকা শাকঃ চুকা শাক আৰু জীয়া মাছৰ টেঙা আঞ্জা অসমীয়া মানুহৰ এক অতি প্ৰিয় খাদ্য। বহুতে এই শাকক টেঙা পালেং বুলিও কয়। পেটৰ বায়ুৰোগ আৰু অৰুচিত এই শাক উপকাৰী

 

 

Post ID: DABP001430