😞 লিঙ্গ পৰিৱতন অৰু লিঙ্গ প্ৰকৰণ 😊
পুং লিঙ্গ --- স্ত্ৰী লিঙ্গ
১) মতা --- মাইকী
২) পৈ --- ঘৈণী
৩) কোৱা --- কাউৰী
৪) বন্দী --- বেটী
৫) জেঠা --- জেঠাই
৬) পেহা --- পেহী
৭) শহুৰ --- শাহু
৮) পো --- জী
৯) ই --- এই
১০) বোপাই --- আই
১১) ল'ৰা --- ছোৱালী
১২) ৰজা --- ৰাণী
১৩) ডেকা --- গাভৰু
১৪) ঘঁৰিয়াল --- জলগুঁই
১৫) শৰ --- ভেলেঙ্গী
১৬) ককাই --- বাই
১৭) দদাই --- খুৰী
১৮) গগৈ --- আইচু
১৯) বলধ --- গাই
২০) ভিনিহি --- বাইদেপ
২১) আতা --- আবু ।
২২) মুনিহ --- তিৰোতা
২৩) মোমাই --- মামী
২৪) বিয়ৈ --- বিয়নী
২৫) সি --- তাই
২৬) গোলাম --- বান্দী
২৭) দেওৰ --- জা
২৮) মখনা --- মাখুন্দী
৩০) দৰা --- কন্যা
৩১) নবাব ---- বেগম
৩২) দমৰা --- কাঢ়লী
৩৩) চাহাব --- মেম
৩৪) পতি --- পত্নী
৩৫) ককা --- আই
৩৬) ভাই --- ভনী
৩৭) পুৰুষ --- নাৰী
৩৮) তাৱৈ --- আমৈ
৩৯) বান্দৰ --- বান্দৰী
৪০) নিলাজ --- নিলাজী
৪১) পিশাচ --- পিশাচী
৪২) বামুণ --- বামুণী
৪৩) ৰাজকুমাৰ --- ৰাজকুমাৰী
৪৪) টেঙৰ --- টেঙৰী
৪৫) হৰিণ --- হৰিণী
৪৬) কাউৰ --- কাউৰী
৪৭) কজলা --- কাজলী
৪৮) পঠা --- পাঠী
৪৯) ৰঙা --- ৰাঙী
৫০) বগা --- বগী
৫১) খোৰা --- খুৰী
৫২) মামা --- মামী
৫৩) অঁকৰা --- আঁকৰী
৫৪) মহা --- মাহী
৫৫) জেঠা --- জেঠাই
৫৬) কেঁৰা --- কেঁৰী
৫৭) লিগিৰা --- লিগিৰী
৫৮) বেঙা --- বেঙী
৫৯) ফেঁচা --- ফেঁচী
৬০) বেটা --- বেটী
৬১) পেহা --- পেহী
৬২) ক'লা --- ক'লী
৬৩) অজলা ---আজলী
৬৪) কণা --- কাণী
৬৫)পগলা --- পাগলী
৬৬) ফালোতা --- ফালতী
৬৭)মেনা --- মেনী
৬৮)ভেকোলা --- ভেঁকুলী
৬৯) উজলী দঁতা --- উজলা দাঁতী
৭০) ডাক্তৰ --- ডাক্তৰণী
৭১) কলিতা --- কলিতানী
৭২) হাকিম --- হাকিমনী
৭৩) চোৰ --- চুৰুণী
৭৪) মাষ্টৰ --- মাষ্টৰনী
৭৫) বামুণ --- বামুণী
৭৬) নাতি --- নাতিনী
৭৭) পণ্ডিত --- পণ্ডিতনী
৭৮) বৰা --- বৰাণী
৭৯) হিন্দু --- হিন্দুৱনী
৮০) বাঘ --- বাঘিনী
৮১) ধোবা --- ধুবুনী
৮২) আহোম --- আহোমনী
৮৩) অসমীয়া --- অসমীয়ানী
৮৪) সিংহ --- সিংহিনী
৮৫) বৰুৱা --- বৰুৱানী
৮৬) মতা গৰু --- মাইকী গৰু
৮৭) মানুহটো --- মানুহজনী
৮৮) মতা মানুহ --- মাইকী মানুহ
৮৯) ছাগলীটো --- ছাগলীজনী
৯০) মতা ম'হ --- মাইকী ম'হ
৯১) মানুহজন --- মানুহজন
৯২) কান্ত --- কান্তা
৯৩) আৰ্য ---আৰ্যা
৯৪) নবীন ---নবীনা
৯৫) আধুনিক --- আধুনিক
৯৬)দীন --- দীনা
৯৭) পূৰ্ব --- পূৰ্বা
৯৮) জ্যেষ্ঠ --- জ্যেষ্ঠা
৯৯)শুদ্ৰ --- শুদ্ৰা
১০০) প্ৰথম --- প্ৰথমা
১০২) নিপুণ --- নিপুণা
১০৩) অনাথ --- অনাথা
১০৪) কৃশ --- কৃশা
১০৫) অজ --- অজা
১০৬) বাল --- বালা
১০৭) কোকিল --- কোকিলা
১০৮) অনুজ --- অনুজা
১০৯) ভীত --- ভীতা
১১০) মৃত --- মৃতা
১১১) ভদ্ৰ --- ভদ্ৰা
১১২) পাপিষ্ঠ --- পাপিষ্ঠা
১১৩) মলিন --- মলিনা
১১৪) মনোহৰ --- মনোহৰা
১১৫) কুটিলা --- কুটলা
১১৬) পতিত --- পতিতা
১১৭) প্ৰৱল --- প্ৰৱলা
১১৮) সদস্য --- সদস্যা
১১৯)মাননীয় --- মাননীয়া
১২০)সুশীল --- সুশীলা
১২১)তনয় --- তনয়া
১২২) বৃত --- বৃতা
১২৩) সৰল --- সৰলা
১২৪) সভ্য --- সভ্যা
১২৫) শাৰদীয় --- শাৰদীয়া
১২৬) প্ৰিয় --- প্ৰিয়া
১২৭) অগ্ৰজ --- অগ্ৰজা
১২৮) অশ্ব --- অশ্বা
১২৯) সেৱক --- সেৱিকা
১৩০) গায়ক --- গায়িকা
১৩১) বালক --- বালিকা
১৩২) পাচক --- পাচিকা
১৩৩) সম্পাদক --- সম্পাদিকা
১৩৪) লেখক --- লেখিকা
১৩৫) নায়ক --- নায়িকা
১৩৬) চালক --- চালিকা
১৩৭) পালক --- পালিকা
১৩৮) সাধক --- সাধিকা
১৩৯) বাহক --- বাহিকা
১৪০) গ্ৰাহক ---গ্ৰাহিকা
১৪১) অধ্যাপক --- অধ্যাপিকা
১৪২) স্বেচ্ছাসেৱক --- স্বেচ্ছাসেৱিকা
১৪৩) পাত্ৰ --- পাত্ৰী
১৪৪) ময়ূৰ --- ময়ূৰী
১৪৫) চণ্ডাল --- চণ্ডালী
১৪৬) তৰুণ --- তৰুণী
১৪৭) ষোড়শ --- ষোড়শী
১৪৮) মহিষ --- মহিষী
১৪৯) নৰ্তক --- নৰ্তকী
১৫০) মানৱ --- মানৱী
১৫১) তাপস --- তাপসী
১৫২) নদ --- নদী
১৫৩) শ্যামাঙ্গ --- শ্যামাঙ্গী
১৫৪) নৰ --- নাৰী
১৫৫) শাশ্বত --- শাশ্বতী
১৫৬) ছাগ --- ছাগী
১৫৭) তনু --- তন্বী
১৫৮) বিহগ --- বিহগী
১৫৯) ৰাক্ষস --- ৰাক্ষসী
১৬০) শ্বেতাঙ্গ --- শ্বেতাঙ্গী
১৬১) পিশাচ --- পিশাচী
১৬২) গুৰু --- গুৰ্ব্বী
১৬৩) সুন্দৰ --- সুন্দৰী
১৬৪) সাধু --- সাধ্বী
১৬৫) মৃগ --- মৃগী
১৬৬) বৈষ্ণৱ --- বৈষ্ণৱী
১৬৭) দেৱ --- দেৱী
১৬৮) গৌৰ --- গৌৰী
১৬৯) চাতক --- চাতকী
১৭০) অভিনেতা --- অভিনেত্ৰী
১৭১) হোতা --- হোত্ৰী
১৭২) ভৰ্তা --- ভৰ্ত্ৰী
১৭৩) দাতা --- দাত্ৰী
১৭৪) নিয়ন্তা --- নিয়ন্ত্ৰী
১৭৫) কৰ্তা --- কৰ্ত্ৰী
১৭৬) নেতা --- নেত্ৰী
১৭৭) ধাতা --- ধাত্ৰী
১৭৮) ভৱ --- ভৱানী
১৭৯) অৰণ্য --- অৰণ্য়ানী
১৮০) ইন্দ্ৰ --- ইন্দ্ৰাণী
১৮১) মাতুল --- মাতুলানী
১৮২) শিৱ --- শিৱানী
১৮৩) হিম --- হিমানী
১৮৪) বন --- বনানী
১৮৫) ৰুদ্ৰ --- ৰুদ্ৰাণী
( অপূৰ্ব কাকতি )
Post ID: DABP001361