নামঃ উৰহী \ অৰহী

ইংৰাজী নামঃ Broad Bean \ Indian Bean \ Butter-beain

বৈজ্ঞানিক নামঃ Lablab purpuresu

বৰ্ণনাঃ এই উৰহী বা বীণ জাতীয় পাচলিবোৰ হৈছে-প্ৰ'টিনৰ উৎস। তদুপৰি এইবিধ পাচলিত থাকে-ভিটামিন এ, ভিটামিন চি, ফ'লেট্‌ ফাইবাৰ বা আঁহ, এন্টিঅক্সিডেন্ট এইবোৰ উপকাৰী দ্ৰব্যৰ লগতে উৰহী বা বীণ জাতীয় পাচলিত আছে নানা তৰহৰ উপকাৰী খনিজ দ্ৰব্য, যেনে-কেলচিয়াম, আইৰণ (লো), পটাচিয়াম ফচফৰাচ, মেগনেছিয়াম, ছ'ডিয়াম, জিংক আদি। 






Post ID: DABP001400