f বৰটোকোলা চৰাই | Bortukula Bird | Lesser Adjutant | ~ Daily Assam

বৰটোকোলা চৰাই | Bortukula Bird | Lesser Adjutant |

 বৰটোকোলা চৰাই

বৰটোকোলা


অসমীয়া নামঃ বৰটোকোলা চৰাই

ইংৰাজী নামঃ Lesser Adjutant 

বৰটোকোলা অসমত দেখিবলৈ পোৱা চৰাই বোৰৰ ভিতৰতে আটাইতকৈ ডাঙৰ চৰাই। ইয়াৰ উচ্চতা 110 ৰ পৰা 130 চেঃ মিঃ পযন্ত উখ হয় আৰু ইয়াৰ ওজন ৫ কেজি লৈ হয়। ইয়াৰ প্ৰধান খাদ্য পথাৰ নৈ বিল আদিত পোৱা মাছ কেকোৰা আদি। অসমৰ পথাৰত বৰটোকোলা চৰাই এটিয়াও প্ৰায় দেখা পোৱা যায়।





0 comments:

Post a Comment

Write your Comment